শেহতীয়া খবৰ
জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী  •  লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক  •  কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী  •  জম্মু-কাশ্মীৰত নিৰাপত্তাবাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৭ নাগৰিক  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  হাইলাকান্দিত অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, কোনে পালে কিমান আসন?  •  অৰুণাচলত ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি অনাবৰণ

জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ অভিযান, নিহত ৩ সন্ত্ৰাসবাদী

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলবামা জিলাত নিৰাপত্তীৰে সংঘৰ্ষত ৩ সন্ত্ৰাসবাদী নিহত হয়৷ শনিবাৰে পুৱা জিলাখানৰ খাৰপোৰা অঞ্চলত সন্ত্ৰাসবাদীৰ এটি দলে আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰাৰ পিছতে চি আৰ পি এফ আৰু আৰক্ষী বাহিনীয়ে যুটীয়াভাৱে অভিযান চলায়৷…
আৰু পঢ়ক...

কৃষ্ণাইত বন্যহস্তীৰ মুক্ত বিচৰণ

ডিজিটেল ডেস্কঃ কৃষ্ণাইৰ ভেলাখামাৰ পথাৰত হাতীৰ মুক্ত বিচৰণক কেন্দ্ৰকৰি সৃষ্টি হৈছে তীব্ৰ আতংকৰ। দীৰ্ঘদিন ধৰি তাণ্ডৱৰ সৃষ্টি কৰি অহা অঞ্চলটোত খেতি পথাৰৰ ধান খাই তহিলং কৰিছে বন্যহস্তীৰ জাকে। শনিবাৰে পুৱাও এটা বৃহৎ হাতীৰ জাকে অৱস্থান কৰিছে…
আৰু পঢ়ক...

মহানগৰীত উদ্ধাৰ ৪ শিশু শ্ৰমিক

মহানগৰীত উদ্ধাৰ ৪ শিশু শ্ৰমিক৷ শিশু কল্যান আৰু গড়চুক আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় শিশুকেইটা৷ ‘বছপন বচাও’ আঁচনিৰ অধীনত চলোৱা হৈছিল অভিযান৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ লাইন হোটলত চলিছিল অভিযান৷ এই অভিযানতে উদ্ধাৰ হয় শিশু…
আৰু পঢ়ক...

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল অধীক্ষকক গুলীয়াই হত্যাৰ ভাবুকি সতীৰ্থ চিকিৎসকৰ

ডিজিটেল সংবাদ, বৰপেটাঃ মাজে সময়ে বিভিন্ন বিতৰ্কৰ মাজত সোমাই পৰা বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভিতৰ চ'ৰাত সংঘটিত হৈছে এক অভাৱনীয় ঘটনা৷ এগৰাকী সহকৰ্মী চিকিৎসকৰ ভাবুকিৰ সন্মুখীন হৈছে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ খোদ…
আৰু পঢ়ক...

পুনৰ বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য

৫ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে পুনৰ বৃদ্ধি পালে পেট্ৰ’লৰ মূল্য। গুৱাহাটীত শনিবাৰে পেট্ৰ’লৰ মূল্য ৫ পইচাকৈ বৃদ্ধি। শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য হৈছেগৈ ৬৯.৭৮ টকা। শুকুৰবাৰেও বৃদ্ধি পাইছিল পেট্ৰ’লৰ মূল্য।…
আৰু পঢ়ক...

৮৩জন পাকিস্তানী হিন্দুক ভাৰতীয় নাগৰিকত্ব প্ৰদান!

ডিজিটেল ডেস্কঃ পাকিস্তানৰ পৰা কেইবাবছৰো পূৰ্বে ভাৰতলৈ আহি বাস কৰিব লোৱা প্ৰায় ৮৩ গৰাকী হিন্দু শৰণাৰ্থীক শুকুৰবাৰে আহমেদাবাদৰ জিলা প্ৰশাসনে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰে৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আয়োজিত হোৱা এক শিৱিৰত জিলা প্ৰশাসনিক বিষয়া…
আৰু পঢ়ক...

মৰিয়নীত বন্যহস্তীৰ গচকত প্ৰাণ গ’ল এজনৰ

ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। মৰিয়নীটো দীৰ্ঘদিন ধৰি উপদ্ৰৱ চলাই আহিছে বন্যহস্তীয়ে। শুকুৰবাৰে নিশা মৰিয়নীত বন্যহস্তীয়ে প্ৰাণ ল’লে এজন লোকৰ। বন্যহস্তীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকজনৰ নাম শংকৰ কৰ্মকাৰ। হাতীয়ে গচকি…
আৰু পঢ়ক...

হাইলাকান্দিৰ এটা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ, সন্ধিয়া সম্পন্ন হ’ব ভোটগণনা

ডিজিটেল সংবাদ, হাইলাকান্দিঃ ভোট গণনাৰ সময়ত বেলট পেপাৰৰ বিসংগতি ধৰা পৰাৰ পিছতে শনিবাৰে পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় হাইলাকান্দিৰ শ্যামপুৰ এম ই ইনষ্টিটিউট ভোটকেন্দ্ৰত৷ পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগ্ৰহণক লৈ ভোটগ্ৰহণ কেন্দ্ৰটোত কটকটীয়া…
আৰু পঢ়ক...

ৰাহুলৰ মতে ‘চকীদাৰেই চোৰ’, যোগী আদিত্যনাথৰ মতে কোনো ‘দালাল’ৰ বাবে কাম কৰে ৰাহুলে

ডিজিটেল ডেস্কঃ ৰাফেল বিমান ক্ৰয় চুক্তি কেলেংকাৰীত শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে মোডী চৰকাৰক ক্লীন ছীট দিয়াৰ পিছতে এতিয়া আক্ৰমণ-প্ৰত্যাক্ৰমণৰ জোৱাৰ উঠিছে ৰাজনৈতিক মহলত৷ শুকুৰবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে সংবাদমেল সম্বোধন কৰি…
আৰু পঢ়ক...

কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ

জম্মুু-কাশ্মীৰত আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ৷ ৰাজ্যখনৰ পুলবামা জিলাত সংঘটিত হৈছে সংঘৰ্ষ। শনিবাৰে পুৱাৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাইছিল সেনাই৷ সন্ত্ৰাসবাদীক প্ৰত্যুত্তৰ দি সেনাৰ গুলীচালনা অব্যাহত৷ বিতং খবৰ…
আৰু পঢ়ক...