শেহতীয়া খবৰ
শিশু হত্যাকাৰী মংগল পাইকৰ শাস্তিৰ দাবীত বিশ্বনাথত উত্তাল প্ৰতিবাদ  •  ৰিপুণ বৰাৰ বিৰুদ্ধে ঢেকীয়াজুলিত তিনি সংখ্যালঘু সংগঠনৰ প্ৰতিবাদ  •  ২ লাখ ৬২ হাজাৰ কৃষকৰ ঋণ ৰেহাই দিব অসম চৰকাৰে!  •  মৃত্যুক পাহৰি ৫ বছৰীয়া চল’মনে কেনেকৈ জিনিছে জীৱন, চাওক ভিডিঅ’  •  ‘আমাৰ সৈতে যুঁজিবলৈ কংগ্ৰেছৰ যোগ্য প্ৰতিদ্বন্দী নাই, ২০১৯ত আমাৰ জয় নিশ্চিত’  •  কোচবিহাৰত বিদ্যালয়ৰ ভিতৰত দুৰ্বৃত্তৰ গুলীচালনা, আহত ২ শিক্ষক  •  ফেছবুকত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক প্ৰশ্ন, এন এছ এৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ সাংবাদিকক  •  বিহালীৰ চেনিমাৰীত বন্যহস্তীৰ তাণ্ডৱ, পাঁচটাকৈ গৃহ লণ্ডভণ্ড কৰি ওৰে নিশা চলালে সন্ত্ৰাস  •  ৰাজীৱ ভৱন ঘেৰাও কৰি শাসকীয় বিজেপিৰ প্ৰতিবাদ  •  গোলাঘাটত চিকিৎসালয়ৰ বাথৰুমত ওলাল কয়দীৰ মৃতদেহ, পৰিয়ালৰ মতে এয়া পৰিকল্পিত হত্যা

মৰেল পুলিছিঙৰ বৰ্বৰতা, ছ’চিয়েল মিডিয়াত ভাইৰেল গাৰ নোম শিঁয়ৰি উঠা ভিডিঅ’

ডিজিটেল সংবাদ, লামডিংঃ গাৰ নোম শিয়ঁৰি উঠা এক দৃশ্য৷ একবিংশ শতিকাৰ নিৰ্দয় পৃথিৱীত মৰেল পুলিছিঙৰ নামত কেনেদৰে এজন যুৱকক শাৰিৰীক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱা হৈছে, সেয়া প্ৰকাশ পাইছে সেই দৃশ্যত৷ যুৱকজনৰ অপৰাধ- সি চুৰি কৰিছিল৷ ইতিমধ্যে…
আৰু পঢ়ক...

মণিপুৰত ওলাইছে অনিল কুম্বলে!

ডিজিটেল ডেস্কঃ মাত্ৰ ১৮ বছৰীয়া এজন ক্ৰিকেট খেলুৱৈ। বাওঁ হাতেৰে বলিং কৰা এই খেলুৱৈজনে ৰচিলে অভিলেখ। কোচ বিহাৰ ১৯ অনূৰ্ধ্ব ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত মণিপুৰৰ এই ক্ৰিকেটাৰজনে দেখুৱালে চমক। অন্ধ্ৰপ্ৰদেশৰ অনন্তপুৰত অনুষ্ঠিত প্ৰতিযোগিতাখনত এই…
আৰু পঢ়ক...

ওদালগুৰিৰ ভৈৰৱকুণ্ডত বনভোজৰ লগতে সোৱাদ লওক মিঠা কমলা-ষ্ট্ৰ’ৱেৰীৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ ২০১৮ বৰ্ষটোৱে বিদায় ল’বলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে ৰাজ্যত চলিছে পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্তুতি। এই সময়চোৱাত আনন্দ উচাহৰ মাজেৰে লগে ভাগে এসাজ খাই পুৰণিক বিদায় দিয়াৰ প্ৰস্তুতি তুংগত। ৰাজ্যত এতিয়া…
আৰু পঢ়ক...

প্ৰেমিকাক লগ কৰিবলৈ গৈ পাকিস্তানত খাটিলে কাৰাবাস, ৬ বছৰৰ পাছত লগ পালে মাতৃক

ডিজিটেল ডেস্কঃ প্ৰায় ৬ বছৰৰ ধৰি পাকিস্তানত কাৰাবাস খাটি থকা হামিদ অনছাৰীক মঙলবাৰে পুনৰ ঘূৰাই পঠিওৱা হয় নিজ দেশলৈ। চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত পাকিস্তানৰ জেলত কাৰাবাস খাটি থকা ভাৰতীয় নাগিৰক হামিদক আজি মুকলি কৰি দিয়াৰ পাছত প্ৰথমে ভাৰতীয়…
আৰু পঢ়ক...

ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষামূলক প্ৰদৰ্শনীত উজ্বলিল নলবাৰীৰ হৰ্ষিতা

ডিজিটেল সংবাদ, নলবাৰীঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক শিক্ষামূলক আৰ্হি প্ৰদৰ্শনীত নলবাৰীৰ এগৰাকী শিক্ষাৰ্থীয়ে প্ৰথম স্থান লাভ কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ মহাৰাষ্ট্ৰৰ কলহাপুৰত অলপতে অনুষ্ঠিত স্বাধীনতাৰ পিচৰ সত্তৰ বছৰৰ শিক্ষা ব্যৱস্থাৰ…
আৰু পঢ়ক...

তিনিচুকীয়াত পথ দুৰ্ঘটনাত নিহত এজন

ডিজিটেল সংবাদ, মঙলবাৰঃ মঙলবাৰে আবেলি প্ৰায় ২ বজাত তিনিচুকীয়াৰ গুইজান পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, তিনিচুকীয়াৰ গুইজান-ৰঙাজান পথত থকা সুৰভী হোটেলৰ সমীপত দুজন যুৱকে স্কুটীৰে আহি ৰোৱাৰ পিছত স্কুটীৰ…
আৰু পঢ়ক...

গোৱালপাৰা জিলা পৰিষদ গঠনৰ বাবে শাসক-বিৰোধী ব্যস্ত ঘোঁৰা কিনাত

ডিজিটেল সংবাদ, গোৱালপাৰাঃ দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে গোৱালপাৰাৰ জিলা পৰিষদখন নিজৰ দখললৈ অনাৰ বাবে শাসক বিৰোধী উভয়ে ঘোঁৰা কিনাত ব্যস্ত হৈ পৰিছে। জিলা বিজেপিৰ একাংশ স্থনীয় নেতাই বিৰোধী পক্ষৰ সদস্যক মেনেজ কৰাৰ…
আৰু পঢ়ক...

নিবনুৱালৈ সুখবৰ! ২০১৯ত কোন বিভাগত ওলাব কিমান চাকৰি…

ডিজিটেল ডেস্কঃ নতুন বৰ্ষলৈ আৰু মাত্ৰ কেইটমান দিন বাকী। দেশৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব ২০১৯-এ। অহা বৰ্ষত সমগ্ৰ দেশজুৰি মুকলি কৰা হ’ব বহু চৰকাৰী বিভাগৰ পদ। ইয়াৰোপৰি বহু বিভাগৰ খালী পদৰ বাবে ২০১৮ৰ অন্তিম ভাগত বিজ্ঞাপন…
আৰু পঢ়ক...

আই চি ইউত থকা অগপ আকৌ আই চি ইউলৈ গ’লঃ শিলাদিত্য

ডিজিটেল সংবাদ, হোজাইঃ পুনৰ সাৰ পাইছে শিলাদিত্য৷ এন আৰ চি, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিতৰ্কিত মন্তব্যৰে চৰ্চাত থকা এইবাৰ শিলাদিত্যই অগপ সন্দৰ্ভত কৰিছে আন এক মন্তব্য৷ ‘আগতেও আই চি ইউতেই আছিল অসম গণ পৰিষদ৷ এতিয়া পুনৰ আই চি ইউলৈ গুচি গ’ল…
আৰু পঢ়ক...

‘সংসদৰ শীতকালীন অধিৱেশনত উত্থাপন নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’

সংসদৰ চলিত শীতকালীন অধিৱেশনত উত্থাপন নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬। দিল্লীত সংবাদ মাধ্যমত এই মন্তব্য সাংসদ বিজয়া চক্ৰৱৰ্তীৰ। অসম চুক্তিক লৈও সংবাদ মাধ্যমত গুৰুত্বপূৰ্ণ মন্তব্য কৰে তেওঁ। অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰাৰ দাবী…
আৰু পঢ়ক...