শেহতীয়া খবৰ
দুখতো সুখ! 'কঙালী'ৰ বাবেইতো বিশেষতকৈয়ো বিশেষ অসমীয়া  •  কিয় বৰ্ণনাতীত সুস্বাদু হয় দুৰ্গোৎসৱৰ ভোগ, চাওঁক VIDEO  •  পানীৰ সন্ধান বিচাৰি বুধ গ্ৰহলৈ ব্ৰিটেইনৰ মহাকাশযান  •  ৰাম আমাৰ গৌৰৱ, নিৰ্মাণ হ’ব লাগিবই ৰাম মন্দিৰঃ মোহন ভাগৱত  •  বিমানৰ ভিতৰত বিমান সেৱিকাক অশ্লীল ইংগিত, আটক মদাহী যুৱক  •  বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে আনন্দ বজাৰ আৰক্ষীত এজাহাৰ দাখিল পপুলাৰ ফ্ৰ’ণ্ট অৱ ইণ্ডিয়াৰ  •  উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰী আৰু নাই  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা  •  মৰিগাঁৱত পথ দুৰ্ঘটনা, নিহত ২জন

বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। দিল্লীত বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰ’লত হ্ৰাস পালে ০.২১ টকা। ইফালে ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস ০.১১ টকা। বৰ্তমান দিল্লীত পেট্ৰ’লৰ প্ৰতিলিটাৰত ৮২.৬২ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৫৮.৫৮ টকা…
আৰু পঢ়ক...

অষ্টমীৰ নিশা মহানগৰীত এগৰাকী সুৰামত্ত যুৱতীৰ উদ্ভণ্ডালি

ডিজিটেল ডেস্কঃ দু্ৰ্গাপূজাৰ অষ্টমীৰ নিশা মহানগৰীৰ ঠায়ে ঠায়ে দেখা গ'ল বিশৃংখল পৰিৱেশ। বুধবাৰে নিশা দুৰ্গাপূজাৰ আনন্দৰ মাজতে অতপালি চলালে এগৰাকী সুৰামত্ত মহিলাই। লতাশিল থানাৰ সন্মুখত মহিলাগৰাকীয়ে সুৰাৰ ৰাগীত মাতাল হৈ অসুবিধাত পেলাই আৰক্ষী…
আৰু পঢ়ক...

বৃহস্পতিবাৰে নতুন দিল্লীত আহি উপস্থিত হ’বহি শ্ৰী লংকাৰ প্ৰধানমন্ত্ৰী ৰাণিল বিক্ৰমসিংঘে

ডিজিটেল ডেস্কঃ তিনিদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে ভাৰতলৈ আহিব শ্ৰী লংকাৰ প্ৰধানমন্ত্ৰী ৰাণিল বিক্ৰমসিংঘে। আজি বিয়লি ভাগত নতুন দিল্লীত উপস্থিত হ’বলগীয়া প্ৰধানমন্ত্ৰীজনে তেওঁৰ ভ্ৰমনকালত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত…
আৰু পঢ়ক...

চিলাপথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

চিলাপথাৰত যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য। ৰে’ল ষ্টেচনৰ সমীপত নিশা উদ্ধাৰ মৃতদেহটো। মৃত যুৱকজনৰ নাম ত্ৰিশাংকু লাহন। দুৰ্বৃত্তই হত্যা কৰি নিশা যুৱকজনক পেলাই থৈ যোৱাৰ সন্দেহ একাংশ লোকৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ…
আৰু পঢ়ক...

সমলিংগৰ অধিকাৰক লৈ দুৰ্গা পূজাৰ মণ্ডপ ক’ত?

ডিজিটেল ডেস্কঃ দেশজুৰি বৰ্তমান বলি আছে দুৰ্গা পূজাৰ বতাহ। বিভিন্ন স্থানৰ বিভিন্ন কীৰ্তিচিহ্নৰ আৰ্হিত সজোৱা হৈছে দুৰ্গা পূজাৰ মণ্ডপসমূহ। তাজমহল, বিখ্যাত মন্দিৰসমূহৰ আৰ্হিত আটাক ধুনীয়াকৈ সজোৱা হৈছে পূজা মণ্ডপসমূহ। যিবোৰ চাবলৈ এতিয়া ভক্তসকলৰ…
আৰু পঢ়ক...

কলকাতা পূজাৰ এক নান্দনিক দৃশ্য, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ এক নান্দনিক দৃশ্য। কলকাতাত মহিলাসকলে ভাগ লৈছে এইদৰে আৰতীত। মা দুৰ্গাৰ আৰাধনা সৰ্বত্ৰে। চাওঁক ভিডিঅ’- https://twitter.com/i/status/1052583831813918720
আৰু পঢ়ক...

ৰাফেল চুক্তিৰ বিৰোধিতা কৰা সাংসদ সঞ্জয় সিঙলৈ আদালতৰ জাননী প্ৰেৰণ

ডিজিটেল ডেস্কঃ ৰাফেল চুক্তিক লৈ উত্থাপন হোৱা অভিযোগৰ পিছতে ৰিলায়েঞ্চ লিমিটেডৰ অধীনত দিৱানী মানহানিৰ গোচৰৰ ভিত্তিত আহমেদাবাদৰ এখন আদালতে ৰাজ্যসভা সাংসদ তথা আম আদমী পাৰ্টীৰ জ্যেষ্ঠ নেতা সঞ্জয় সিঙলৈ জাননী প্ৰেৰণ কৰিছে৷ ইয়াৰ পিছতে ৰাফেল…
আৰু পঢ়ক...

নিউ গুৱাহাটী আঞ্চলিক সাৰ্ব্বজনীন দুৰ্গা পূজা মঞ্চত নৱম সংখ্যাৰ স্মৃতিগ্ৰন্থ উন্মোচন, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ নিউ গুৱাহাটী আঞ্চলিক সাৰ্ব্বজনীন দুৰ্গা পূজা মঞ্চত বুধবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় দুৰ্গা পূজা উপলক্ষে প্ৰকাশ কৰা নৱম সংখ্যাৰ স্মৃতিগ্ৰন্থ। এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট লেখিকা তথা ওপন্যাসিকা লীনা…
আৰু পঢ়ক...

পুণেত ৪ বিদেশী মহিলাৰ পৰা বৃহৎ পৰিমাণৰ সোণ জব্দ

পুণে বিমান বন্দৰত আবকাৰী বিভাগে জব্দ কৰিলে বৃহৎ পৰিমাণৰ সোণ৷ চুডানৰ ৪ মহিলাৰ পৰা আবকাৰী বিভাগে জব্দ কৰিলে বৃহৎ পৰিমাণৰ সোন৷ জব্দ হোৱা সোণখিনিৰ মূল্য প্ৰায় ৬৬ লাখ ৫১ হাজাৰ৷ চুটকেছত ভৰাই ভাৰতৰ বাহিৰলৈ নিয়াৰ সময়তে জব্দ কৰা হৈছে…
আৰু পঢ়ক...

মনত ৰাখিব, পূজাৰ বতৰত ১১ দিন বন্ধ থাকিব বেংক! এটিএমতো নাপাব ধন

ডিজিটেল ডেস্কঃ উৎসৱৰ বাবে আগন্তুক নৱেম্বৰ মাহলৈ বেংক কৰ্মচাৰীৰ ছুটিৰ সংখ্যা অধিক হোৱা বাবে আৰু এটিএমত নগদ ধনৰ অভাৱৰ বাবে সাধাৰণ লোকসকল অসুবিধাৰ সন্মুখীন হ’ব পাৰে বুলি মন্তব্য কৰিছে দেশৰ অৰ্থনীতিবিদসকলে৷ শাৰদীয় দুৰ্গোৎসৱৰ যোগেৰে আৰম্ভ হোৱা…
আৰু পঢ়ক...