শেহতীয়া খবৰ
বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতাৰ দেহাৱসান  •  BFF কাণ্ডৰ পিছত আপোনাৰ ফেচবুকত GRATULAৰ কু-দৃষ্টি  •  ডিপলোঙা কাণ্ডঃ ১১জনক গ্ৰেপ্তাৰ, ৭জনক জেললৈ প্ৰেৰণ  •  ওদালগুৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ দল-সংগঠনৰ  •  বাজপেয়ীৰ আত্মাৰ সদগতি কামনাৰে বটদ্ৰৱা থানত প্ৰাৰ্থনা  •  ৭ ৰাজ্যত বানৰ কাল ৰূপ, কেৰালাত নিহতৰ সংখ্যা ৩২৭লৈ বৃদ্ধি  •  প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ এবছুৰ শ্ৰদ্ধাঞ্জলি  •  নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ  •  মনত পৰিছে আজি, জুইয়ে পোৰা ৮৩’ত তুমি কৈছিলাহি- ‘জয় আই অসম’  •  ২২ আগষ্টলৈকে ইন্টাৰনেট-ফোনকল সকলো ফ্ৰী

বাজপেয়ী আৰু নাই

১৬ আগষ্টৰ ৬.২৫ বজাতঃ বাজপেয়ীৰ মৃত্যুত গভীৰ  শোক ব্যক্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ। ১৬ আগষ্টৰ ৬.১০ বজাতঃ দিল্লীত কেন্দ্ৰীয় কেবিনেটৰ জৰুৰী বৈঠক আৰম্ভ। ১৬ আগষ্টৰ ৬.০৬ বজাতঃ আমাৰ মাজত আৰু অটল জী নাই। এয়া আমাৰ বাবে অতি দুখৰ…
আৰু পঢ়ক...

অটল বিহাৰী বাজপেয়ীৰ জীৱনপঞ্জী

জন্মঃ ১৯২৪চনৰ ২৫ ডিচেম্বৰ স্থানঃ গোৱালিয়ৰ, মধ্যপ্ৰদেশ পিতৃৰ নামঃ কৃষ্ণ বিহাৰী বাজপেয়ী মাতৃৰ নামঃ কৃষ্ণা বাজপেয়ী শিক্ষাঃ গোৱালিয়ৰ লক্ষ্মীবাই (পূৰ্বতে ভিক্টৰিয়া কলেজ) কলেজৰ পৰা বি এ পাছ কানপুৰ ডি এ বি কলেজৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত এম…
আৰু পঢ়ক...

বিদায় বাজপেয়ী…

মানুহজনৰ গলগলীয়া মাত। কবিতা কবিতা লগা কথা। সকলো ফালৰ পৰাই আছিল তেওঁ ব্যতিক্ৰম। ৰাজনীতিত হয়তো আৰু ভাৰতে এনে এজন স্থিতপ্ৰজ্ঞ আৰু নাপাব। কেতিয়াবা তেওঁৰ ৰাজনীতিৰ উৰ্ধ্বল গুছি গৈছিল। মানৱতাৰ বাবে আছিল তেওঁৰ সকলো দুৱাৰ খোলা। চিৰকুমাৰ হৈয়ে তেওঁ…
আৰু পঢ়ক...

বাজপেয়ী আৰু নাই, বিয়লি ৫.০৫ বজাত এইমছত শেষ নিশ্বাস ত্যাগ

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু নাই বিয়লি ৫.০৫ বজাত এইমছত শেষ নিশ্বাস ত্যাগ কৰিলে অটল বিহাৰী বাজপেয়ীয়ে। এইমছ কৰ্তৃপক্ষই বিবৃতিযোগে সদৰী কৰে এই তথ্য। যোৱা দুমাহ ধৰি এইমছত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন…
আৰু পঢ়ক...

ক্ৰমাৎ কমি আহিছে টিভিৰ আয়ুস

ডিজিটেল ডেস্কঃ যেতিয়াৰে পৰা হাতত থকা স্মাৰ্টফোনটোৱে টিভিৰ কামো কৰিবলৈ ল'লে তেতিয়াৰে পৰা ক্ৰমাত হ্ৰাস পাইছে টিভিৰ সমাদৰ। বেছিভাগেই এতিয়া এনেকৈয়ে ভাবে। ইয়াৰ মাজতে প্ৰকাশ পাইছে এক বিশেষ তথ্য। এই তথ্যত দেখা গৈছে যে গ্ৰামাঞ্চলত এতিয়াও আদৰ…
আৰু পঢ়ক...

জীয়াই থাকোতেই বাজপেয়ীক শেষ শ্ৰদ্ধা জনাই বিতৰ্কত ত্ৰিপুৰাৰ ৰাজ্যপাল

ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আশুআৰোগ্য কামনা কৰি যিসময়ত সমগ্ৰ দেশবাসীয়ে প্ৰাৰ্থনা অব্যাহত ৰাখিছে সেই সময়তে ত্ৰিপুৰাৰ ৰাজ্যাপালে টুইটযোগে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।…
আৰু পঢ়ক...

দৰঙত অপৰাধীক উৎখাত কৰিবলৈ কবৰৰ পৰা উঠি আহিল যুৱতী, সৰ্বত্ৰে চাঞ্চল্য

ডিজিটেল সংবাদ, আন্ধেৰীঘাটঃ কবৰৰ পৰা উঠি আহিছে এগৰাকী নাৰী। লগত এটি সন্তান আৰু এক ৰহস্যঘন কাহিনী। এই ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ দৰং জিলাত। ৫ বছৰ পূৰ্বে কবৰ দিয়া হৈছিল এইগৰাকী যুৱতীক। তেতিয়া তেওঁ আছিল অকলশৰীয়া। ২০১৩ চনৰ কোনো…
আৰু পঢ়ক...

ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ ৰাজ্যিক ৰে’ল মন্ত্ৰী ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰীৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ৷ ৰাজেন গোহাঁইৰ গ্ৰেপ্তাৰৰ দাবীত বটদ্ৰৱাৰ কদমনিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। হাতে হাতে প্লে কাৰ্ড লৈ ৰাজেন…
আৰু পঢ়ক...

নগাঁৱৰ ভূৰবন্ধাত অব্যাহত আছে গৰাখহনীয়া

ডিজিটেল ডেস্কঃ নগাঁও জিলাৰ বৃহত্তৰ ভূৰবন্ধা অঞ্চলত গৰাখহনীয়া আৰু বান সমস্যা আজিৰ নহয়। দীৰ্ঘদিন ধৰি ব্ৰহ্মপুত্ৰই খহনীয়াৰ সৃষ্টি কৰি আহিছে যদিও আজি পৰ্যন্ত চৰকাৰে  স্থায়ী সমাধানৰ বাবে কোনো  ব্যৱস্থা গ্ৰহণ কৰা নাই। বৰ্তমানেও অঞ্চলটোত…
আৰু পঢ়ক...

এন আৰ চিঃ কোন জিলাত কিমানৰ নাম বাদ পৰিল তথ্য দিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ এন আৰ চি সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। ৰাজ্যিক এন আৰ চি সমন্নয়ক প্ৰতীক হাজেলাক বন্ধ খামত জিলা অনুসৰি কিমান লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নহ’ল তাৰে সবিশেষ জনাবলৈ হাজেলাক নিৰ্দেশ দিয়া হৈছে।…
আৰু পঢ়ক...