বিজেপিৰে বিপিএফৰ মিত্ৰতা সন্দৰ্ভত স্থিতি স্পষ্ট হাগ্ৰামা মহিলাৰীৰ

বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতা সন্দৰ্ভত স্থিতি স্পষ্ট কৰিলে হাগ্ৰামা মহিলাৰীয়ে। দুটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব বিপিএফে। কোকৰাঝাৰ আৰু মঙলদৈ সমষ্টিত অকলে নিৰ্বাচন খেলিব বিপিএফে। 'বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতা আছে, সভাপতি…
আৰু পঢ়ক...

মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰী মোডীক ‘উদ্যোগপতিৰ ৰক্ষক’ আখ্যা ৰাহুল গান্ধীৰ

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ দাতিয়াত সোমবাৰে এক জনসভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিক প্ৰত্যক্ষ আক্ৰমণ কৰে। কিছুদিন পূৰ্বে ৰাহুল গান্ধীয়ে মোদীক ভ্ৰষ্ট নেতা আখ্যা দিয়াৰ পিছতে এইবাৰ ৰাহুল…
আৰু পঢ়ক...

পূজাৰ উপলক্ষে গুৱাহাটীৰ যান-বাহন আৰক্ষীৰ বিশেষ ব্যৱস্থা গ্ৰহণ

দুৰ্গাপূজাৰ উপলক্ষে মহানগৰীত বিশেষ ব্যৱস্থা গ্ৰহণ যান-বাহন আৰক্ষীৰ। সংবাদমেল আয়োজন গুৱাহাটীৰ ট্ৰেফিক ডিচিপি  অমনজিত কৌৰৰ। প্ৰতিতো দুৰ্গা পূজা মণ্ডপত হ’ব ৱাকিং জ’ন। পূজা মণ্ডপৰ পৰা ৫০০ মিটাৰ দূৰলৈ পাৰ্কিং কৰিব নোৱাৰিব যান-বাহন।…
আৰু পঢ়ক...

কৌশিক হত্যাৰ ন্যায় বিছাৰি ধোদৰআলিত ৰাইজৰ প্ৰতিবাদ

সোমবাৰে চৰাইদেউৰ এঙেৰাত ধোদৰআলি অৱৰোধ। কৌশিক ৰঞ্জন গগৈ নামৰ যুৱকজনৰ মৃত্যুৰ তদন্তৰ দাবীত প্ৰতিবাদ স্থানীয় ৰাইজৰ। ৩ অক্টোবৰত মৃত্যু হৈছিল কঁঠালবাৰীৰ যুৱকজনৰ। পৰিকল্পিতভাৱে যুৱকজনক হত্যা কৰাৰ অভিযোগ কৰিছে ৰাইজে। তদন্তত…
আৰু পঢ়ক...

গোলাঘাটত ৰে’লৰ খুন্দাত মহিলাৰ মৃত্যু

গোলাঘাটত অঘটন। জামুগুৰিত ৰে’লৰ খুন্দাত এগৰাকী মহিলাৰ মৃত্যু। ডিব্ৰুগড়-ৰঙিয়া নামনিমুৱা যাত্ৰীবাহী ৰে’লৰ খুন্দাত মৃত্যু হয় মহিলাগৰাকীৰ। এইপৰ্যন্ত চিনাক্ত হোৱা নাই মৃত মহিলাগৰাকী। ঘটনাস্থলীত উপস্থিত ৰে'লৱে আৰক্ষী ।
আৰু পঢ়ক...

হাৰিয়ানাত ৭০ লাখ ব্যয়ৰে লস্কৰ-ঈ-তৈবাৰ মছজিদ নিৰ্মাণ

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ পলৱল জিলাত এটি মছজিদ নিৰ্মাণৰ বাবে এটা সন্ত্ৰাসবাদী সংগঠনে এক বৃহৎ পৰিমাণৰ অনুদান আগবঢ়োৱাৰ কথা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই অনুসন্ধান চলাই মছজিদটোৰ নিৰ্মাণ…
আৰু পঢ়ক...

বিক্ৰীৰ বাবে নহয়! ক’ত মৃত ৰৌ-ভকুৱা মাছেৰে ভৰি পৰিল এইদৰে পুখুৰীৰ পাৰ?

ডিজিটেল ডেস্কঃ চৌদিশে কেৱল মাছ। সৰু-ডাঙৰ মাছেৰে ভৰি পৰিছে পুখুৰীৰ পাৰ। সোমবাৰে উত্তৰ প্ৰদেশৰ গোৰখপুৰত থকা সূৰ্যকুণ্ড ধামত এইদৰে মাছ উভৈনদী হৈ পৰিল। সেই ধামত থকা এটা পুখুৰীত ৰহস্যজনকভাৱে মৃত্যু হয় মাছবোৰৰ। পুখুৰীটোত থকা প্ৰায় সংখ্যক মাছেই…
আৰু পঢ়ক...

নগাঁৱৰ মৰাপাট গুদামত অগ্নিকাণ্ড! জ্বলিল আঢ়ৈ কোটি টকাৰ সা-সম্পত্তি, চাওঁক VIDEO

ডিজিটেল সংবাদ, নগাঁওঃ সোমবাৰে পুৱতি নিশা নগাঁৱৰ বৰভেটি সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড। নগাওঁ চহৰৰ জ্যোতি ফ্লুৰ মিলৰ স্বত্বাধিকাৰী মৰাপাট গুদামত সংঘটিত হোৱা অগ্নিকাণ্ডত ভস্মীভূত হয় প্ৰায় আঢ়ৈ কোটি টকাৰ সা-সম্পত্তি। দপদপকৈ জ্বলি উঠা জুইত…
আৰু পঢ়ক...

উত্তৰাখণ্ডৰ উত্তৰকাশীত পথ দুৰ্ঘটনা, নিহত ৪, আহত ৬

ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ উত্তৰকাশীত সোমবাৰে পুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, পুৱা উত্তৰকাশীৰ জোগাত-চিন্যালিসৌৰ পথত এখন চাৰিচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ খাৱৈত বাগৰি পৰে৷ দুৰ্ঘটনাত পতিত হোৱা বাহনখনত আছিল মুঠ…
আৰু পঢ়ক...

বিশ্বনাথত গামোচা, ঢোল-পেঁপা, জাপিৰে নিৰ্মাণ পূজা মণ্ডপ, চাওঁক VIDEO

ডিজিটেল সংবাদ, বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথত এক ব্যতিক্ৰমী চিন্তাৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এটা পূজা মণ্ডপ। অসমীয়াৰ স্বাভিমান গামোচাৰে সাজি উলিয়াইছে বিশ্বনাথ চাৰিআলিৰ কালিবাৰীৰ এই পূজা মণ্ডপটি। প্ৰায় ৫২ ফুট ওখ এই মণ্ডপটি এতিয়া…
আৰু পঢ়ক...