শেহতীয়া খবৰ
ক্রাইম ব্রান্সৰ অভিযানঃ গুৱাহাটীত জব্দ পিষ্টল...  •  বিয়লি ৪.৩০বজাত ভূমিকম্পই জোকাঁৰি গ'ল...  •  বিশ্বনাথ ঘটনাৰ তদন্ত কৰিব যুটীয়া স্বাস্থ্য সঞ্চালকে...  •  কাৰ্বি আংলঙত ২০লাখ টকা মূল্যৰ ড্ৰাগছ জব্দ...  •  অযোধ্যাত দেশবাসীক উদ্দেশ্যি কি ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...  •  অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানৰ লগত সংগতি ৰাখি বটদ্ৰৱা থানত নাম কীৰ্তন...  •  বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা আগবঢ়োৱা ৯ শিলাখণ্ডক পূজা কৰিলে প্ৰধানমন্ত্ৰীয়ে…  •  কাৰ্বি আংলঙত প্ৰায় ২৫ লাখ টক মূল্যৰ ব্ৰাউন চুগাৰ জব্দ...  •  মঙলদৈত অযোধ্যাৰ ভূমি পূজন উপলক্ষে শ্ৰী শ্ৰী বিষ্ণু হোম যঞ্জ...  •  অখিল গগৈৰ মুক্তিৰ দাবীত শিমলুগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ব্যতিক্ৰমী প্ৰতিবাদ...

পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড…VIDEO

পানীখাইতিত ভয়ানক অগ্নিকাণ্ড। পঞ্চ আৰু চয়াবিন ফেক্টৰীত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিবলৈ দিছে স্থানীয় লোকে। https://youtu.be/lVoq19kFhcI অগ্নিকাণ্ডত কিমান ক্ষয়ক্ষতি হৈছে এই সন্দৰ্ভত জানিব পৰা হোৱা নাই।অগ্নিনিৰ্বাপক বাহিনীয়ে জুই…
আৰু পঢ়ক...

আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি…

ডিজিটেল ডেস্কঃ ১৬৬৯ চনৰ ৫ আগষ্টত আলাবৈ ৰণত মোগৰ বিৰুদ্ধে যুঁজ দি একেদিনাই প্ৰাণ আহুতি দিছিল ১০ হাজাৰ ছহিদে। ৰাজ্য চৰকাৰে যোৱা বছৰ প্ৰথম বাৰলৈ আলাবৈ ৰণৰ এই বীৰ ছহিদ সকলক দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সামৰিক অভিবাদনেৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি…
আৰু পঢ়ক...

তলাবন্ধ চিৰিয়াখানাত দৰ্শকৰ অনুপস্থিতিত এয়া কি চলিছে…

কোৰোনাৰ লকডাউন। পোন্ধৰ মাৰ্চৰ পৰাই সেয়ে ৰাজ্যিক চিৰিয়াখানাটো চৰকাৰী নিৰ্দেশত চলিছে ছাটডাউন। দৰ্শক-পৰ্যটকৰ বাবে ছাটডাউন হ'লেও সহস্ৰাধিক বন্যপ্ৰাণী থকা বৃহৎ এলেকাৰ ৰাজ্যিক চিৰিয়াখানাত প্ৰাণীসমূহৰ খাদ্য স্বাস্থ্যৰ তদাৰকৰ বাবে আছে প্ৰায় দুশ…
আৰু পঢ়ক...

আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু…

ডিজিটেল ডেস্কঃ পুত্ৰৰ সফলতাই প্ৰতিজন পিতৃ মাতৃকে গৌৰাৱান্বিত কৰে। আৰণ্যক শইকীয়াই একেৰাহে তৃতীয়বাৰৰ বাবে ইউপিএছচি পৰীক্ষাত সফলতা লাভ কৰা খবৰে সুখী কৰিছে তেওঁৰ মাতৃ তথা ভাৰতীয় ৰেল সেৱাৰ পৰা কিছুদিন পূৰ্বে স্বেচ্ছাই অৱসৰ লোৱা লীনা শৰ্মাক।…
আৰু পঢ়ক...

দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ…

ডিজিটেল ডেস্কঃ ভাগ্য কেনেদৰে সলনি হয় কোনেও ক'ব নোৱাৰে। কালিলৈকে এজন উপ পৰিদৰ্শকক চাৰ বুলি মাতিছিল এইজন কণিষ্টবলে। নাম তেওঁৰ ফিৰোজ আলম। সদ্য ঘোষিত ইউ পি এছ চি পৰীক্ষাত এইবাৰ উত্তীৰ্ণ হৈছে দিল্লীৰ এইগৰাকী কণিষ্টবল। দিল্লী আৰক্ষীৰ এটা পি চি…
আৰু পঢ়ক...

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ…

কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ।মঙলবাৰে টুইটাৰযোগে এই কথা সদৰী কৰে খোদ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।ইতিমধ্যে তেওঁক মেদান্ত হাস্পতালত ভৰ্তি কৰা হৈছে।মন্ত্ৰীগৰাকীৰ দেহত সোমবাৰে কোৰোনাৰ লক্ষণ…
আৰু পঢ়ক...

ছীজল আগৰৱালাসহ ৰাজ্যৰ ৫জন উত্তীৰ্ণ ইউপিএছচিত…VIDEO

ডিজিটেল ডেস্কঃ মঙলবাৰে ঘোষণা হোৱা ইউপিএছচি পৰীক্ষাৰ ফলাফলত যোৰহাটৰ চীজল আগৰৱালাই ১১২তম স্থান লাভ কৰি যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোৰহাটৰ কাৰ্মেল স্কুলৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈ যোৰহাটৰে আছাম ৰাইফলছ স্কুলৰ পৰা…
আৰু পঢ়ক...

ভাইৰেল টেলিফোনিক বাৰ্তালাপঃ কোভিড ৱাৰ্ডত সন্তান প্ৰসৱৰ পাছত ২০ মিনিটলৈ তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিল…

ডিজিটেল সংবাদ, বিশ্বনাথঃ এগৰাকী কোভিড পজিটিভ প্ৰসূতীয়ে সন্তান প্ৰসৱ কৰাৰ পাছতে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডৰ বহু কথা পোহৰলৈ আহিছে৷ কোভিড ৱাৰ্ডটোত থকা এগৰাকী কোভিড ৰোগীৰ ভাইৰেল হৈ পৰা এটি টেলিফোনিক বাৰ্তালাপে চাঞ্চল্যৰ…
আৰু পঢ়ক...

কাজিৰঙাৰ দোকানগৃহ উদ্বোধনৰ কাৰ্যসূচী বাতিল মন্ত্ৰী অতুল বৰাৰ…

ডিজিটেল সংবাদ, কাজিৰঙাঃ খোদ গৃহ সমষ্টি বোকাখাতৰ একাংশ স্থানৰ পৰা পহুখেদা খোৱা বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা আজি পুনৰ গণৰোষৰ উমান পাই পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী বাতিল কৰিবলৈ বাধ্য হ'ল৷ কাৰণ বিগত চাৰে চাৰি বছৰে বোকাখাত সমষ্টিৰ…
আৰু পঢ়ক...

বান্দৰদেৱাত কাছ সৰবৰাহ কৰি আটক হ’ল দুজন…

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ ৰাজ্যত চলিছে কাছৰ চোৰাং ব্যৱসায়। বান্দৰদেৱাৰ সমীপৰ হাৰমতী বন আঞ্চলিক কাৰ্যালয়ৰ বন আঞ্চলিক বিষয়া নয়নজ্যোতি গগৈয়ে মঙ্গলবাৰে চলোৱা এক অভিযানত বিক্ৰীৰ বাবে অনা এটা কাছ সহ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত…
আৰু পঢ়ক...