শেহতীয়া খবৰ
ওদালগুৰিত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী  •  ইছৰ’ই নিক্ষেপ কৰিলে নতুন কৃত্ৰিম উপগ্ৰহ, চাওঁক VIDEO  •  শুই থকা মুখ্যমন্ত্ৰী সোণোৱালক জগাই দিলে ৰাহুল গান্ধীয়ে!  •  শুই থকা মুখ্যমন্ত্ৰী সোণোৱালক জগাই দিলে ৰাহুল গান্ধীয়ে!  •  ৰাজ্যত হ'ব আৰু ৩ খন মেডিকেল কলেজৰ আধাৰশিলা  •  শিশু হত্যাকাৰী মংগল পাইকৰ শাস্তিৰ দাবীত বিশ্বনাথত উত্তাল প্ৰতিবাদ  •  ৰিপুণ বৰাৰ বিৰুদ্ধে ঢেকীয়াজুলিত তিনি সংখ্যালঘু সংগঠনৰ প্ৰতিবাদ  •  ২ লাখ ৬২ হাজাৰ কৃষকৰ ঋণ ৰেহাই দিব অসম চৰকাৰে!  •  মৃত্যুক পাহৰি ৫ বছৰীয়া চল’মনে কেনেকৈ জিনিছে জীৱন, চাওক ভিডিঅ’  •  ‘আমাৰ সৈতে যুঁজিবলৈ কংগ্ৰেছৰ যোগ্য প্ৰতিদ্বন্দী নাই, ২০১৯ত আমাৰ জয় নিশ্চিত’

বিজেপিৰ সব কা চাথ সবকা বিকাশ! নাৰায়ণপুৰত আজিও নাওৰেই চলে অহা যোৱা, চাওক VIDEO

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ চৰকাৰ পৰিবৰ্তন হ'ল ঠিকেই কিন্তু পৰিৱৰ্তন ন'হল ৰাজ্যৰ ভিতৰুৱা অঞ্চলৰ যাতায়ত ব্যৱস্থাৰ৷ স্বাধীনতাৰ ৭ দশকৰ পিছতো সোৱণশিৰি নদীত এখন টুলুঙা নাৱেই যাতায়তৰ একমাত্ৰ ভৰসা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ টিকিৰাই-ডিক্ৰংমুখ অঞ্চলৰ…
আৰু পঢ়ক...

ৰাফেল চুক্তিক লৈ কংগ্ৰেছে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ বিজেপিৰ, গুৱাহাটীত প্ৰতিবাদ

ৰাফেল বিমান ক্ৰয় সংক্ৰান্তত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ। বুধবাৰে গুৱাহাটীত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী। ৰাজীৱ ভৱন ঘেৰাও কৰিব বিজেপিয়ে। গোপাল বড়ো হাইস্কুলৰ পৰা ৰাজীৱ ভৱনলৈকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব…
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ

১. 'কোহলী আৰু মোদী নিজ নিজ ক্ষেত্ৰত এজন অভিজ্ঞ খেলুৱৈ,তাত কাৰো সন্দেহ থাকিব নালাগে' -বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে মঙলবাৰে কৰিলে এই মন্তব্য। ২. দিল্লীৰ পৰা উত্তৰপ্ৰদেশলৈ ২০১৯ ত চলিব নতুন শীত-তাপ নিয়ন্ত্ৰিত ৰে'ল। মঙলবাৰে ৰেল বিভাগে কৰিলে এই…
আৰু পঢ়ক...

মণিপুৰৰ খুদেংথাবিত ৩৬খন সোণৰ বিস্কুটসহ এজনক গ্ৰেপ্তাৰ

বুধবাৰে মণিপুৰৰ খুদেংথাবিত ৩৬খন সোণৰ বিস্কুটসহ এজনক গ্ৰেপ্তাৰ। জব্দ হোৱা সোণৰ বিস্কুটখিনিৰ মূল্য প্ৰায় ১.৮ কোটি টকা। অসম ৰাইফলছৰ অভিযানত এখন মাৰুতী ভানৰ পৰা জব্দ হৈছে সোণখিনি। ম’ৰেৰ পৰা ইম্ফললৈ সোণখিনি লৈ গৈছিল মাৰুতী ভানখনত।…
আৰু পঢ়ক...

ওদালগুৰি চহৰত ব্যৱসায়ীসকলৰ স্বতঃস্ফূৰ্ত বন্ধ পালনেৰে প্ৰতিবাদ

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি চহৰখনত একে সময়তে তিনিখনকৈ বাণিজ্যিক মেলা অনুষ্ঠিত কৰাৰ অনুমতি দিয়াৰ প্ৰতিবাদত মঙলবাৰে স্বতঃস্ফূৰ্ত বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় ব্যৱসায়ীসকলে। মঙলবাৰে ওদালগুৰিৰ স্থানীয় ব্যৱসায়ীসকলে নিজৰ নিজৰ ব্যৱসায়ী…
আৰু পঢ়ক...

শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীনজনৰ বাবে কৰিব নোৱাৰো নেকি একো আমি…

♦ মৃদুল কুমাৰ সন্দিকৈ জাৰৰ দিনত জুতি ল’বি কেথা-কম্বল লৈ...। আজি যেন জুতি লোৱাৰ বতৰ। শীতৰ ফিৰফিৰিয়া বতাহজাকে চুই গৈছে সকলোকে। শীতৰ এই ঠাণ্ডা বতাহজাকৰো আছে সুকীয়া আমেজ। শীত মানেই যেন কিবা এটা আনন্দ আৰু উপভোগৰ সময়। দোকানৰ সন্মুখত বহু ভিৰ।…
আৰু পঢ়ক...

আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ

ৰিয়ান পৰাগ চুক্তিৱদ্ধ হ’ল ৰাজস্থান ৰয়েলছৰ সৈতে। আই পি এলৰ বাবে চুক্তিৱদ্ধ হ’ল অসমৰ ক্ৰিকেটাৰগৰাকী৷ ২০ লাখ টকাত ৰিয়ান পৰাগ চুক্তিৱদ্ধ হ’ল দলটোৰ সৈতে৷ জয়দেৱ উনাদকট, বৰুণ চক্ৰৱৰ্তী সৰ্বাধিক দামী খেলুৱৈ৷ ৮.৪০ কোটি টকাত ৰাজস্থান…
আৰু পঢ়ক...

‘মেকফি নব’ৰ দৰে বঙাইগাঁৱতো আছে নাককাটি পাহাৰ, পৰ্যটক নাহে, যায় উদণ্ড ল’ৰা, VIDEO

ডিজিটেল সংবাদ, অভয়াপুৰীঃ আমেৰিকাৰ ভাৰ্জিনিয়া চিটিত থকা “মেকফি নব” আৰু নৰৱেৰ "ট্ৰুলটুংগা" পাহাৰত প্ৰাকৃতিকভাৱে আনুভূমিক দিশত বাঢ়ি অহা শিল এচটাই বিশ্বৰ পৰ্যটকক আকৰ্ষিত কৰাৰ সময়তেই পোহৰলৈ আহিছিল বঙাইগাঁও জিলাৰ নাককাটি পাহাৰত থকা এচটা শিল৷…
আৰু পঢ়ক...

কৃষকসকলৰ বাবে সুখবৰ! কেন্দ্ৰৰ ঋণ ৰেহাইৰ পাছত ৰাজ্য চৰকাৰে দিব আৰ্থিক অনুদান

ডিজিটেল ডেস্কঃ ৰাজ্যৰ কৃষকসকলৰ বাবে চৰকাৰে আগবঢ়াইছে আৰ্থিক অনুদান। কৃষকসকলে কৃষিকৰ্মত ব্যৱহৃত সা-সঁজুলি ক্ৰয় কৰিবৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াইছে অনুদান। ‘মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা’ নামৰ বিশেষ আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰতিজন কৃষকক…
আৰু পঢ়ক...

চিবিআইৰ সঞ্চালক এম নাগেশ্বৰ ৰাওৰ পদোন্নতি

চিবিআইৰ সঞ্চালক এম নাগেশ্বৰ ৰাওৰ পদোন্নতি লাভ। নাগেশ্বৰ ৰাওক চিবিআইৰ অতিৰিক্ত সঞ্চালক হিচাপে পদোন্নতি। কেবিনেটৰ এপইন্টমেন্ট কমিটিয়ে ৰাওক প্ৰদান কৰে এই পদোন্নতি।
আৰু পঢ়ক...