ৰঙিয়াৰ দুৰ্গা পূজাত চিলনী চোৰৰ সন্ত্ৰাস

ডিজিটেল সংবাদ, তুলসীবাৰীঃ দুৰ্গা পূজাৰ আনন্দ উচাহৰ মাজতে ৰঙিয়াত চিলনী চোৰে চলাইছে সন্ত্ৰাস। ব্যপক জনসমাগমৰ ভিৰৰ সুযোগত চিলনী চোৰে যুৱতী-মহিলাৰ সোণৰ আ-অলংকাৰ লুটি নিয়াৰ অভিনৱ কৌশল প্ৰয়োগ কৰি আহিছে। ৰঙিয়া নগৰৰ কেবাখনো পূজাস্থলীৰ ভিতৰত শিৱ…
আৰু পঢ়ক...

বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে আনন্দ বজাৰ আৰক্ষীত এজাহাৰ দাখিল পপুলাৰ ফ্ৰ’ণ্ট অৱ ইণ্ডিয়াৰ

ডিজিটেল সংবাদ, শালবাৰীঃ বিজেপি বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ উঠিছে ৰাজ্যৰ দল-সংগঠন। হোজাইৰ বিধায়কগৰাকীে বিভিন্ন সময়য়ত ধৰ্মীয় চেতনাত আঘাত হানি কৰা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰি আছে। যাক লৈ প্ৰায়ে শিলাদিত্যৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি…
আৰু পঢ়ক...

পানীৰ সন্ধান বিচাৰি বুধ গ্ৰহলৈ ব্ৰিটেইনৰ মহাকাশযান

ডিজিটেল ডেস্কঃ চলিত সপ্তাহতে বুধ গ্ৰহলৈ প্ৰেৰণ কৰা হ’ব ব্ৰিটেইনত নিৰ্মিত এখন মহাকাশযান। অত্যাধুনিক প্ৰযুক্তি সম্পন্ন এইখন মহাকাশযান। সূৰ্যৰ আটাইতকৈ কাষত থকা গ্ৰহটোৱেই হৈছে বুধ গ্ৰহ। আৰু এই গ্ৰহটোত পানীৰ সন্ধান কৰাটোৱেই এই মহাকাশযানখনৰ…
আৰু পঢ়ক...

ৰাম আমাৰ গৌৰৱ, নিৰ্মাণ হ’ব লাগিবই ৰাম মন্দিৰঃ মোহন ভাগৱত

ডিজিটেল ডেস্কঃ আগন্তক লোকসভা নিৰ্বাচনৰ পূৰ্বে বৃহস্পতিবাৰে নাগপুৰত আয়োজিত আৰ এছ এছৰ এক অনুষ্ঠানত উপস্থিত হৈ ৰাম মন্দিৰ আৰু ভাৰতৰ সেনা শক্তিক লৈ মন্তব্য কৰে সংগঠনৰ প্ৰধান মোহন ভাগৱতে৷ আৰ এছ এছৰ প্ৰধান মোহন ভাগৱতে অনুষ্ঠানত কয়, ‘ৰাম আমাৰ…
আৰু পঢ়ক...

বিমানৰ ভিতৰত বিমান সেৱিকাক অশ্লীল ইংগিত, আটক মদাহী যুৱক

ডিজিটেল ডেস্কঃ বিমানৰ ভিতৰত দুই বিমান সেৱিকাক শ্লীলতাহানিৰ অভিযোগত এজন ২৩ বৰ্ষীয় যুৱকক আটক কৰা হৈছে৷ জানিব পৰা মতে, মুম্বাই-বাংগালুৰু ইণ্ডিগ’ এয়াৰৱেজৰ এখন বিমানত দুই বিমান সেৱিকাক অশ্লীল ইংগিত দিয়ে ৰাজু গাংগাপ্পা নামৰ যুৱকজনে৷ ইয়াৰ পিছতে…
আৰু পঢ়ক...

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰী আৰু নাই

বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন ডি তিৱাৰীৰ দেহাৱসান। ১৯২৫চনত জন্মগ্ৰহণ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯২ বছৰ। উত্তৰ প্ৰদেশত তিনিবাৰকৈ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল এন ডি…
আৰু পঢ়ক...

মৰিগাঁৱত পথ দুৰ্ঘটনা, নিহত ২জন

কাতি বিহু আৰু দুৰ্গাপূজাৰ আনন্দৰ মাজতে মৰিগাঁৱত অঘটন। মৰিগাঁও জিলাৰ নেলীত পথ দুৰ্ঘটনাত নিহত ২জন। দুখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলতে প্ৰাণ হেৰুৱাই লোক দুজনে। দুৰ্ঘটনাত নিহত লোক দুজন মৰিগাঁও জিলাৰ ৰোমিঅ' ডেকা আৰু নগাঁও জিলাৰ দিলীপ…
আৰু পঢ়ক...

‘নতুন প্ৰতিবিম্ব’ কাকতৰ সাংবাদিকক অভিযন্তাৰ ভাবুকি, আজাৰ গৰিহণা

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ পৰা প্ৰকাশিত সাপ্তাহিক বাতৰি কাকত 'নতুন প্ৰতিবিম্ব' কাকতৰ সাংবাদিকক জলসিঞ্চন বিভাগৰ অভিযন্তা সঞ্জয় মহন্তই ভাবুকি দিয়া কাৰ্যত 'অল আছাম জাৰ্ণালিষ্ট এচ'ছিয়েশ্যন ' চমুকৈ 'আজা'ই তীব্ৰ ভাষাৰে গৰিহণা দিছে।…
আৰু পঢ়ক...

তিনিচুকীয়াত পুখুৰীত পৰি মৃত্যু যুৱকৰ

তিনিচুকীয়া জিলাৰ বৰগুৰিত যুৱকৰ কৰুণ মৃত্যু। পুখুৰীত পৰি মৃত্যু জুবিয়েল ধান নামৰ যুৱকজনৰ। মৃত যুৱকজনৰ ঘৰ শিৱসাগৰ জিলাত। কৰ্মসূত্ৰে তিনিচুকীয়াৰ বৰগুৰিত বাস কৰিছিল যুৱকজনে।
আৰু পঢ়ক...

সাংবাদিক প্ৰিয়া ৰমণীৰ বিৰুদ্ধে এম জে আকবৰৰ মানহানিৰ গোচৰ

সাংবাদিক প্ৰিয়া ৰমণীৰ বিৰুদ্ধে এম জে আকবৰৰ মানহানিৰ গোচৰ৷ "মি টুুুু্"ক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে এম জে আকবৰৰ মানহানিৰ গোচৰ৷ আকবৰৰ অধিবক্তা গীতা লুথৰাই আদালতৰ সন্মুখত সংবাদমাধ্যমক জনালে এই কথা৷ প্ৰিয়া ৰমণীয়ে আকবৰৰ বিৰুদ্ধে…
আৰু পঢ়ক...