শেহতীয়া খবৰ
মহানগৰীৰ চানমাৰিত প্ৰাচী 'ছুইটছ'ত উত্তপ্ত পৰিস্থিতি  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  ইটালীত দলং খহি ৩০ জনৰ মৃত্যু  •  স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰ  •  সাঁচিপতীয়া শিল্পী হৰিনাৰায়ণ কোঁৱৰলৈ চৰকাৰী স্বীকৃতি, উৎফুল্লিত বটদ্ৰৱাবাসী  •  নিৰীহ লোকক সেনাই অত্যাচাৰ চলোৱাৰ অভিযোগত উত্তপ্ত ওদালগুৰি  •  ১৫ আগষ্ট আহে, স্বাধীনতাহে নাহে...

থলুৱা অসমীয়াক বিদেশী ঘোষণাৰ কৰ্তৃত্ব এন আৰ চি কৰ্তৃপক্ষক দিলে কোনে?

ডিজিটেল ডেস্কঃ এন আৰ চিৰ কৰ্তৃপক্ষৰ কৰ্ম-কাণ্ডক লৈ এতিয়া ব্যাপক সমালোচনা আৰু বিতৰ্কৰ জোৱাৰ উঠিছে। বহু বিদেশীক স্বদেশী সজোৱা এই এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত থলুৱা অসমীয়াকে সজাইছে বিদেশী নাগৰিক। শেহতীয়াকৈ মহানগৰীৰ লালমাটি বৰসজাইত এজন…
আৰু পঢ়ক...

লণ্ডনৰ সংসদ ভৱনৰ সমুখত দুৰ্ঘটনা, সন্ত্ৰাসবাদীলৈ সন্দেহৰ আঙুলি

ডিজিটেল ডেস্কঃ লণ্ডনৰ সংসদ ভৱনৰ সমুখত সংঘটিত এক পথ দুৰ্ঘটনাই গ্ৰেট ব্ৰিটেইনৰ লগতে সমগ্ৰ ইউৰোপতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুৰ্ঘটনাটোত কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই যদিও এয়া সন্ত্ৰাসবাদীৰ আক্ৰমণ হ’ব পাৰে বুলি আশংকা কৰিয়েই উদ্বিগ্ন হৈ…
আৰু পঢ়ক...

গোলাঘাটত সংগ্ৰামী সতীৰ্থ মঞ্চৰ বৃক্ষৰোপণ

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ অসম আন্দোলনৰ সৰ্তীথ সংগ্ৰামী মঞ্চৰ উদ্যোগত চহৰৰ প্ৰমোদাভিৰাম দাস উদ্যানত মঙলবাৰে এক বৃক্ষ ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে আয়োজিত এক অনুষ্ঠানৰ আঁত ধৰে মঞ্চৰ সম্পাদক ৰাণা কলিতাই। এই বৃক্ষ ৰোপণ…
আৰু পঢ়ক...

‘নীলা শিয়াল’ নহয়! বৰপেটাত ওলাল ‘ক’লা শিয়াল’

ডিজিটেল সংবাদ, বৰপেটাঃ ক'লা শিয়াল দেখিছেনে? যদি দেখিছিল কিমান বছৰ আগতে দেখিছিল বাৰু? ৰঙা শিয়ালেই দেখিবলৈ নাই তাতে আকৌ ক'লা শিয়াল। প্ৰকৃতি প্ৰেমীসকলৰ বাবে সুখৰ খবৰ এয়ে যে দুষ্প্ৰাপ্য প্ৰজাতিৰ ক'লা শিয়ালৰ সন্ধান পোৱা গৈছে বৰপেটা চহৰত।…
আৰু পঢ়ক...

দীপিকাৰ বিয়া, ভিনিহিদেউ হ’ব কোন?

ডিজিটেল ডেস্কঃ বলিউডত বিয়াৰ উজান উঠিছে। প্ৰিয়ংকাৰ পাছত আন এগৰাকী বলিউডৰ অভিনেত্ৰী সাজু হৈছে বিয়াৰ বাবে। ৬বছৰ দুয়োৰে মাজত আছিল প্ৰেমৰ সম্পৰ্ক। তাৰেই স্থায়িত্বৰূপ দিবলৈ দুয়ো সিদ্ধান্ত লৈছে। ২০ নবেম্বৰত হ’ব এই বিয়া। ভাৰতত অৱশ্যে নহয় এই…
আৰু পঢ়ক...

ডলাৰে পানী খুৱাইছে টকাক! প্ৰথমবাৰৰ বাবে স্পৰ্শ কৰিলে ৭০ৰ ঘৰ

ডিজিটেল ডেস্কঃ হোৰাহোৰে কমিছে টকাৰ মূল্য। মঙলবাৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ডলাৰৰ বিপৰীতে প্ৰথমবাৰৰ বাবে ভাৰতীয় টকাৰ মূল্যই ৭০ৰ ঘৰ অতিক্ৰম কৰে। সোমবাৰে ১.০৯ টকা অৱনমিত হোৱাৰ পিছত ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছিলগৈ ৭০.১। মঙলবাৰে…
আৰু পঢ়ক...

ধেমাজিৰ বোমা বিস্ফোৰণত নিহত সকলৰ স্মৃতিত ‘ৰং-তুলিকাৰে এদিন’

ডিজিটেল সংবাদ, ধেমাজিঃ স্বাধীনতা দিৱস মানেই এতিয়া ধেমাজিৰ বাবে দুৰ্বিসহ স্মৃতি। ২০০৪চনৰ ১৫ আগষ্টত ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসত সংঘটিত ১৮জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল। তাৰ পাছৰ পৰাই স্বাধীনতা দিৱসৰ পূৰ্বৰ মাদকতা…
আৰু পঢ়ক...

গোৱালপাৰাৰ ফৰেষ্টগেটত অচিনাকী মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ আৰক্ষীৰ

ডিজিটেল সংবাদ, গোৱালপাৰাঃ আজি পুৱা গোৱালপাৰা চহৰৰ ফৰেষ্টগেটস্থিত এক্সিজ একাডেমীৰ সন্মুখত থকা কবৰস্থানৰ সমীপত এগৰাকী অচিনাকী যুৱকৰ মৃতদেহ উদ্ধাৰ হয়। এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিচেই ৰাতিপুৱা একাংশ পথচাৰীয়ে ৰাস্তাৰ…
আৰু পঢ়ক...

জুৰিয়াত পিতৃৰে মিলি প্ৰেমিকে জীৱন্তে জ্বলালে প্ৰেমিকাক

ডিজিটেল সংবাদ, জুৰিয়াঃ নগাঁৱৰ জুৰিয়াৰ ফাকুলীত সংঘটিত হৈছে এক কৰুণ ঘটনা। প্ৰেমিক আৰু প্ৰেমিকৰ পিতৃয়ে মিলি জীৱন্তে জ্বলাই দিলে এগৰাকী যুৱতীক। অতি সংকটজনক অৱস্থাত যুৱতীগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। সম্প্ৰতি নগাঁও ভূগেশ্বৰী ফুকননী…
আৰু পঢ়ক...