শেহতীয়া খবৰ
আহোম স্বৰ্গদেউ পূৰন্দৰ সিংহৰ পৰিনাতিৰ দেহাৱসান  •  জাজৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন  •  ১৬১ ৰানতে অলআউট ইংলেণ্ড, তৃতীয় টেষ্টত আশা সজীৱ ভাৰতৰ  •  সাংবাদিক মনোজৰ মহানুভৱতা, কন্যাৰ বিয়া বাতিল কৰি বানাক্ৰান্তলৈ আগবঢ়ালে সমস্ত ধন  •  অৱশেষত কেৰালাৰ বানত আক্ৰান্ত অসমীয়াসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি  •  গহপুৰৰ ককিলাত সৰ্প দংশনত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু  •  পথৰ দুৰৱস্থা, কামপুৰত আধা বাটতে সন্তান প্ৰসৱ  •  শিয়ালমাৰীত উদ্ধাৰ কলিয়াবৰৰ চুৰি টাটা মোবাইল  •  জাকাৰ্টাৰ এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক  •  বান বিধ্বস্ত কেৰালাত কেনে আছে অসমৰ ডেকাসকল?

ডাউদৰ ফাইনেন্স মেনেজাৰক লণ্ডনত গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ আণ্ডাৰ ৱৰ্ল্ডৰ ড’ন ডাউদ ইব্ৰাহিমৰ ফাইনেন্স মেনেজাৰ জাবিৰ মৌতিক ব্ৰিটেইনত গ্ৰেপ্তাৰ কৰা হৈছে। পাকিস্তানত বাস কৰা জাবিৰে ডাউদ ইব্ৰাহিমৰ বিত্তীয় লেন-দেনসমূহ চোৱাচিতা কৰিছিল। লণ্ডনৰ হিলটন হোটেলৰ পৰা ডাউদৰ ঘনিষ্ঠ জাবিৰক…
আৰু পঢ়ক...

অসম-অৰুণাচল সীমান্তত কিশোৰীৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী ৰাজগড় দজানত এগৰাকী কিশোৰীৰ মৃতদেহ উদ্বাৰ হৈছে। ৰাজগড় আলিৰ অৰুণাচলৰ অংশৰ দজানৰ বন বিজ্ঞান কেন্দ্ৰৰ সমীপৰ হাবিত উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহটো…
আৰু পঢ়ক...

গুৱাহাটীত আজি পৰাগ কুমাৰ দাস সোঁৱৰণী তৰ্ক প্ৰতিযোগিতা

ডিজিটেল ডেস্কঃ আজি অনুষ্ঠিত হৈছে সাংবাদিক পৰাগ কুমাৰ দাস সোঁৱৰণী সদৈ অসম আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা। এই তৰ্ক প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছে অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত। তৰ্ক প্ৰতিযোগিতাখনৰ বিষয়- ‘কেৱল ৰাষ্ট্ৰীয়…
আৰু পঢ়ক...

জি এম চিত বিজ্ঞাপনৰ নামত ব্যাপক অনিয়ম, বিষয়াক মেনেজেৰে ‘প্ৰডিজি’ৰ লুণ্ঠন

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী নগৰীত সৌন্দৰ্য বৰ্ধনৰ আঁচনিত ভেঙুচালি কৰি বিজ্ঞাপন সম্বলিত হৰ্ডিং লগোৱাৰ নামত বহিৰাগত এটা বনিক গোষ্ঠীয়ে ব্যাপক অনিয়ম সংঘটিত কৰিছে। জি এম চিৰ নীতি-নিৰ্দেশনাক ভৰিৰে মোহাৰি একমাত্ৰ ধনৰ অংকতে বনিক…
আৰু পঢ়ক...

গহপুৰৰ অসম-অৰুণাচল সীমান্তত হেৰাল এখন আৰক্ষী চকী!

ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ ৰাজগড়ৰ অসম-অৰুণাচল সীমান্তত এতিয়া নাই অসম আৰক্ষীৰ কোনো তালাচী চকী বা থানা। ১৯৮৮চনতে ৰাজগড়ৰ এই সীমান্তৱৰ্তী অঞ্চলত স্থাপন কৰা হৈছিল এখন আৰক্ষী চকী। এতিয়া সেইখন আৰক্ষী চকী নে কি ধৰিবই নোৱাৰি। চাওক এই দৃশ্য। তলৰ…
আৰু পঢ়ক...

উপযুক্ত নথিপত্ৰ দিয়াৰ পাছতো বিশ্বনাথত এন আৰ চিত নাম নাহিল বহু পৰিয়ালৰ

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত উন্নীতকৰণ হোৱা এন আৰ চিৰ চূড়ান্ত খচৰাত উপযুক্ত নথিপত্ৰ দিয়াৰ পাছতো বিশ্বনাথ চাৰিআলিৰ বহু পৰিয়ালৰ নাম অন্তৰ্ভুক্তি নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে। ৩০ জুলাইত প্ৰকাশ পোৱা এই খচৰাখনত ৰহস্যজনকভাৱে এই…
আৰু পঢ়ক...

পাকিস্তানৰ নতুন বিদেশ মন্ত্ৰী মহম্মদ কুৰেশী

ডিজিটেল ডেস্কঃ শনিবাৰে শপত লোৱা পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী ইমৰান খানে তেওঁৰ মন্ত্ৰীসভা গঠন কৰিছে। প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱা কেইঘণ্টা মানৰ পাছতেই খানে তেওঁৰ নতুন মন্ত্ৰী সকলৰ নাম ঘোষণা কৰে। ইমৰান খানৰ মন্ত্ৰীসভাত বিদেশ মন্ত্ৰীৰূপে…
আৰু পঢ়ক...

SBI-ICICI বেংকৰ নতুন নিয়ম! EMI দিয়াত পলম হ’লেও নলয় জৰিমনা

ডিজিটেল ডেস্কঃ এছ বি আই আৰু আই চি আই চি আই বেংকে গ্ৰাহকৰ বাবে এক বিশেষ ঘোষণা কৰিছে। ডুব্লিকেট পাছবুক, এ টি এম কাৰ্ড আৰু চেকবুকৰ বাবে বেংক দুটাই লোৱা মাচুল কিছুদিনলৈ বাতিল কৰিছে। কোনো ঋণৰ বাবদ ল’বলগীয়া লেট ফাইনো নলয় বেংক দুটাই। বেংক…
আৰু পঢ়ক...

কাৰ বিৰুদ্ধে কি ইভেণ্টত আজি এছিয়াম গেমছত ভাৰতৰ যুঁজ?

ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াত অনুষ্ঠিত ২০১৮ এছিয়ান গেমছত দেওবাৰে অভিযান আৰম্ভ কৰিছে ভাৰতীয় মহিলা কাবাদী দলে। গ্ৰপু এ-ৰ খেলত ভাৰতীয় দলটোৱে জাপানক ৪৩-১২ ব্যৱধানত পৰাস্ত কৰে। প্ৰথম দিনা ভাৰতীয় শ্বুটিং আৰু ৰেছলিঙৰ ইভেণ্টততো সুন্দৰ প্ৰদৰ্শন…
আৰু পঢ়ক...

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত হৈছে তিনিজন সন্ত্ৰাসবাদী। LOCৰ সমীপৱৰ্তী কপৱাৰা জিলাৰ ঠাংধৰ ছেক্টৰত শনিবাৰৰ নিশা এই সংঘৰ্ষ হয়। এটা সন্ত্ৰাসবাদীৰ দলে অনুপ্ৰৱেশ কৰিবই চেষ্টা কৰোতেই ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ…
আৰু পঢ়ক...