শেহতীয়া খবৰ
গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...

চৌদি আৰবে মুকলি কৰি দিব ৮৫০জন ভাৰতীয় কয়দীক

চৌদি আৰবে মুকলি কৰি দিব ৮৫০জন ভাৰতীয় কয়দীক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুৰোধত এই সিদ্ধান্ত গ্ৰহণ কৰে ভাৰত ভ্ৰমণলৈ অহা চৌদি আৰবৰ ৰাজকুমাৰ মহম্মদ বিন ছলমানে। চৌদি আৰবৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ আছে ৮৫০জন ভাৰতীয় লোক।…
আৰু পঢ়ক...

বাংলাদেশৰ ঢাকাত বিধ্বংসী অগ্নিকাণ্ড, ৫৬জন লোকৰ মৃত্যু

বাংলাদেশৰ ঢাকাত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ৫৬জন লোকৰ মৃত্যু। চ’ক বজাৰৰ এটা অট্টালিকাত থকা কেমিকেলৰ গুদামত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। কাষতে থকা আন চাৰিটা অট্টালিকালৈও সম্প্ৰসাৰিত হয় জুই। এই ঘটনাত আহত হয় আন…
আৰু পঢ়ক...

বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য..

আজি পুনৰ বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ দাম। প্ৰতিলিটাৰ পেট্ৰল’ত ১৬ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ১৭ পইচাকৈ বৃদ্ধি। গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ৭০.৬৬ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৬.৮১ টকা।
আৰু পঢ়ক...

অভয়াপুৰীৰ সু-চিকিৎসক ডাঃ উমেশ চন্দ্ৰ দাসৰ দেহাৱসান

বঙাইগাঁও জিলাৰ অন্তৰ্গত অভয়াপুৰীৰ এগৰাকী বিশিষ্ট ব্যক্তি তথা সু-চিকিৎসক ডাঃ উমেশ চন্দ্ৰ দাসৰ দেহাৱসান। ২০ ফেব্ৰুৱাৰীৰ পুৱতি নিশা নিজ বাসগৃহত মৃত্যু হয় চিকিৎসকগৰাকীৰ। সু-চিকিৎসক হিচাপে পৰিচিত দাস ৰিজ’নেল এডিশ্যনেল ডায়ৰেক্টৰ অৱ হেলথ…
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ…

১. জম্মু- কাশ্মীৰৰ ভাৰত-পাক সীমান্তত গুলীবৰ্ষণৰৰ সময়ত স্থানীয় ৰাইজৰ সুৰক্ষাৰ বাবে ৰাজ্যখনৰ নোছেৰা, সুন্দৰবনী আৰু মঞ্জাকোটত বৃহৎ আকাৰৰ দেৱাল নিৰ্মাণ কৰা হয়। ২. এ আই চি চিৰ মহাসচিব আৰু মধ্যপ্ৰদেশৰ কংগ্ৰেছৰ সচিব দীপক বাবাৰীয়া ব্ৰেইন…
আৰু পঢ়ক...

পুলৱামা বিস্ফোৰণঃ এটা মেছেজৰ বাবেই ৰক্ষা পৰিল এগৰাকী জোৱানৰ প্ৰাণ…

ডিজিটেল ডেস্কঃ ৰাখে হৰি মাৰে কোনে? এই কথাষাৰেই যেন সঁচা প্ৰতিপন্ন হ’ল আহমেদাবাদৰ চি আৰ পি এফ জোৱান থাকা বিলকৰ ক্ষেত্ৰত। কাশ্মীৰত যোৱা ১৪ ফেব্ৰুৱাৰীত সন্ত্ৰাসবাদী সংগঠনে আক্ৰমণ চলোৱা সেনাৰ বাছখনত যাত্ৰী আছিল বিলকৰ। কিন্তু যাত্ৰা আৰম্ভ কৰাৰ…
আৰু পঢ়ক...

ইম্ফলত আই ই ডি বিস্ফোৰণত জড়িত ৪ উগ্ৰপন্থীক গ্ৰেপ্তাৰ

ইম্ফলত আই ই ডি বিস্ফোৰণত জড়িত ৪ উগ্ৰপন্থীক গ্ৰেপ্তাৰ। আছাম ৰাইফলছে গ্ৰেপ্তাৰ কৰে উগ্ৰপন্থী কেইটাক। ধৃত এছ ছনাট’ম্বা, এছ ছানাজাওবা মানগাং, হাইছনাম কে কে সিং আৰু ছানাবাম গুণজিত। থাউবাল জিলাৰ পৰা আছাম ৰাইফলছে গ্ৰেপ্তাৰ কৰে…
আৰু পঢ়ক...

কানপুৰত যাত্ৰীবাহী ৰে’লৰ শৌচালয়ত ভয়ংকৰ বিস্ফোৰণ, চাওঁক VIDEO

বুধবাৰে কানপুৰ-ভিৱানী কালিন্দী এক্সপ্ৰেছত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ। ৰে’লখনৰ জেনেৰেল কোচ্চৰ (দবা) শৌচালয়ত সংঘটিত হয় বিস্ফোৰণ। নিশা প্ৰায় ৭.১০ বজাত বিস্ফোৰণ হয় ৰে’লখনত। সৌভাগ্যক্ৰমে যাত্ৰীবাহী ৰে’লখনত সংঘটিত এই বিস্ফোৰণত কোনো লোক…
আৰু পঢ়ক...

পুলৱামাৰ শ্বহীদ জোৱানৰ পৰিয়াললৈ পশ্চিম বংগ চৰকাৰৰ ৫ লাখ টকাৰ সাহায্য

পুলৱামা বিস্ফোৰণত নিহত পশ্চিম বংগৰ শ্বহীদ জোৱানৰ পৰিয়াললৈ আৰ্থিক সাহায্য। ৫ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা চৰকাৰৰ। এই ঘোষণা কৰিলে মমতা বেনাৰ্জীয়ে। উল্লেখ্য যে, পুলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছিল মুঠ ৪৪ জনকৈ জোৱান।…
আৰু পঢ়ক...

মুম্বাইৰ এন আই এ টীমৰ জালত ৱাণ্টেড কালিয়া…

ডিজিটেল ডেস্কঃ বুধবাৰে অপৰাধী তাহিৰ ওৰফে কালিয়া ওৰফে কালুক এন আই এৰ এটা গোটে জুনাগড়ত জাল নোট সৰবৰাহৰ সন্দৰ্ভত গোচৰ নং ৩৫/২০১৮/এন আই এ/ডি এল আই অধীনত মালদাত গ্ৰেপ্তাৰ কৰে। ২০ ফেব্ৰুৱাৰী অৰ্থাৎ বুধবাৰে মুম্বাই ব্ৰাঞ্চৰ এন আই এৰ…
আৰু পঢ়ক...