শেহতীয়া খবৰ
কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া  •  নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন  •  গালি নহয়, ‘নতুন প্ৰজন্ম’ক দিয়ক হাত তালি  •  ভাইৰাছেৰে আকাশ চুলে অসম এনচিচিৰ এয়াৰ উয়িঙে  •  টিউবেলৰ পানীত বিহ, ৩ পৰিয়ালৰ ১৫ সদস্যাক হত্যাৰ অপচেষ্টা  •  বাক্সাত অজগৰ উদ্ধাৰ  •  প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত  •  মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তনৰ দাবীত ৰাজ্যজুৰি ধৰ্মঘট

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ আন্তঃৰাজ্যিক পাৰ পত্ৰ প্ৰবৰ্তন কৰাৰ দাবীত ডিব্ৰুগড়তো অৱস্থান ধৰ্মঘট। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে আজি চৌকিডীঙিত ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ। বিভিন্ন সময়ত সংগঠনটোৱে চৰকাৰক এই…
আৰু পঢ়ক...

ৰাজ্যত পুনৰ ডাইনী সন্দেহত মহিলাক হত্যা

ৰাজ্যত পুনৰ ডাইনী হত্যা সদৃশ ঘটনা। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি এগৰাকী মহিলাক হত্যা। মহিলাগৰাকীৰ নাম পৱনমতী কৈৰী। মহিলাগৰাকীৰ ঘৰ বৰহাটৰ কৈৰি বস্তিত। ডাইনী সন্দেহত এই হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ। মহিলাগৰাকীক ডাইনী সজাইছিল…
আৰু পঢ়ক...

ওদালগুৰিত বানত উটিল মহিলা, ছাৰলৈ বাৰ্তা পঠাই বহি থাকিল দুৰ্যোগ প্ৰশমনৰ বিষয়া

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰিত ভূটানৰ পানীয়ে ভাঙিলে গলন্দী নৈৰ মথাউৰি। পানীত উটি গ'ল এগৰাকী মহিলা। নৈৰ পানীত প্লাবিত বিস্তীৰ্ণ কৃষিভূমি। ভূটান প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ভূটান পাহাৰৰ পৰা বৈ অহা পানীয়ে সংহাৰ ৰূপ ধাৰণ কৰে। পানীয়ে…
আৰু পঢ়ক...

পাকিস্তানৰ ৰাজনীতি

এখন প্ৰতিবেশী ৰাষ্ট্ৰ হিচাপে পাকিস্তানৰ সক্ৰিয় ৰাজনীতিৰ বিষয়টো আমাৰ দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। কাৰণ পাকিস্তানত এক সুস্থ গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰম্ভ হ’লে তাৰ দ্বাৰা ভাৰতবৰ্ষও লাভান্বিত হ’ব। বিগত কেইবা দশক ধৰি পাকিস্তানৰ ৰাজনৈতিক অস্থিৰতা,…
আৰু পঢ়ক...

এছিয়ান গেমছ… হিমা, ৰ’দালি, অস্মিতা, শিৱ, কবিতা, প্ৰমীলাই খেলিব কেতিয়া?

২০ আগষ্টত অস্মিতা চলিহাই খেলিব। ২১ আগষ্টত ৰ'দালী বৰুৱা আৰু কবিতা দেৱীয়ে খেলিব। ২৩ আগষ্টত আৰ্চাৰ প্ৰমীলা দৈমাৰীৰ খেল। ২৪ আগষ্টত বক্সাৰ শিৱ থাপাৰ খেল। ২৫ আগষ্ট পুৱা ৮:৩০ বজাত হিমাৰ ৪০০ মিটাৰৰ প্ৰাৰম্ভিক খেল। ২৫ আগষ্ট…
আৰু পঢ়ক...

জাকাৰ্টাত আজিৰে পৰা উজলিব অসম সন্তান

ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত চলি থকা অষ্টাদশ এছিয়ান গেমছত আজিৰে পৰা অভিযান আৰম্ভ কৰিব অসমৰ খেলুৱৈয়ে। আজি প্ৰতিযোগিতাখনৰ বেডমিণ্টন ইভেণ্টত দেখা যাব অসমৰ অস্মিতা চলিহাক। অসম কন্যাগৰাকীয়ে মুখামুখি হ'ব জাপানৰ শ্বাটলাৰ ছায়াকা হিৰ'তাৰ…
আৰু পঢ়ক...

 চাহৰ চেকনী এৰি জাকাৰ্টাত সোণৰ পিছত কবিতা…

ডিজিটেল ডেস্কঃ কিছু দিনৰ আগলৈকে তেওঁ ব্যস্ত আছিল চাহৰ দোকানত। পৰিয়ালৰটোৰ বাবে সেইখনেই উপাৰ্জনৰ পথ। নিজ হাতে চাহ বনাই গ্ৰাহকক খুৱাইছিল কবিতাই। ৰাস্তাৰ কাষতেই এই চাহৰ দোকানখন। সাধাৰণ এখন চাহৰ দোকান। নাম ‘কল্পনা ধাবা’। সেউজীয়া ৰং কৰা এই…
আৰু পঢ়ক...

কলিয়াবৰৰ ৰাজপথত পুনৰ গাড়ী চুৰিৰ ঘটনা

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰত পুনৰ সংঘটিত হৈছে গাড়ী চুৰিৰ ঘটনা। নিশা চালক-আৰোহীক প্ৰহাৰ কৰি এখন বলেৰ' পিকআপ লৈ উধাও পিষ্টলধাৰী দুৰ্বৃত্ত। নিশা প্ৰায় ১ বজাত পথত আগভেটি দি গাড়ী চুৰ কৰিছিল চোৰ কেইটাই। চুৰি কৰা গাড়ীখনৰ নম্বৰ AS12DC 0531।…
আৰু পঢ়ক...

অন্ত পৰিল মণিশংকৰ আয়াৰৰ বনবাস!

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ বাবে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্যৰ পৰা নিলম্বন কৰা হৈছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মণিশংকৰ আয়াৰক। শেহতীয়াকৈ আয়াৰৰ এই নিলম্বনৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিছে কংগ্ৰেছ নেতৃত্বই।…
আৰু পঢ়ক...

এছিয়ান গেমছৰ শ্বুটিঙত দীপকৰ ৰূপৰ পদক

জাকাৰ্টাৰ এছিয়ান গেমছৰ পৰা আন এটা ভাল খবৰ। শ্বুটিঙত ভাৰতৰ আন এটা পদক। ১০ মিটাৰ এয়াৰ ৰাইফলছ ইভেণ্টত দীপক কুমাৰৰ ৰূপৰ পদক। এই ইভেণ্টত ৰবি কুমাৰৰ চতুৰ্থ স্থান দখল।
আৰু পঢ়ক...