শেহতীয়া খবৰ
পুলৱামা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য  •  সাংস্কৃতিক কৰ্মী ভাস্কৰ দত্তৰ মৃত্যুত শিৱসাগৰত গভীৰ শোক  •  ডাইনী সন্দেহত কোকৰাঝাৰত একে পৰিয়ালৰ ৩ সদস্যক আক্ৰমণ  •  কেবিনেটৰ অনুমোদন, অতীত হ’ব তিনি তালাক  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’ল খুন্দাত নিহত মাতৃ-কন্যা  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  ৰাণা গোস্বামীক এ আই চি চিৰ সম্পাদক নিযুক্তি  •  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ...  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পাঁচ বছৰীয়া কন্যাৰ লগতে মাতৃৰ...

ফেচবুকত ‘পাকিস্থান জিন্দাবাদ’ পোষ্ট দি আৰক্ষীৰ জালত অভয়াপুৰীৰ ছাত্ৰ… VIDEO

ডিজিটেল সংবাদ, বঙাইগাঁওঃ ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি মঙলবাৰে অভয়াপুৰী আৰক্ষীৰ জালত পৰিল এজন ছাত্ৰ। অভয়াপুৰী আৰক্ষীয়ে আটক কৰা ছাত্ৰজনৰ নাম ৰাহুল। ছ’চিয়েল মিডিয়াত অৰ্থাৎ ফেচবুকত ‘পাকিস্থান জিন্দাবাদ’ বুলি আপলোড কৰিছিল ছাত্ৰজনে।…
আৰু পঢ়ক...

দুদিনীয়া কাৰ্যসূচীৰে মাজ-জাখিলীত ৫০৯ তম কেন্দ্ৰীয় মহাবীৰ চিলাৰায় দিৱস পালন

ডিজিটেল সংবাদ, কৃষ্ণাইঃ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰক, নহয় চৰকাৰে চৰম পৰিণতি ভোগ কৰাৰ বাবে সাজু থাকক।- এই হুংকাৰ সদৌ কোঁচ ৰাজবংশী ছাত্র সন্থাৰ সভাপতি অৰুণ কুমাৰ ৰায়ৰ। গোৱালপাৰা জিলাৰ মাজ-জাখিলীত সোমবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে…
আৰু পঢ়ক...

পাকিস্তানক দিব উচিত প্ৰত্যুত্তৰ, কাশ্মীৰত ভাৰতীয় সেনাত ভৰ্তি হ’বলৈ অগণন যুৱকৰ ভিৰ

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ বৰ্বৰ আত্মঘাতী আক্ৰমণত ৪৪জনকৈ চি আৰ পি এফৰ জোৱান শ্বহীদ হোৱাৰ পিছতে যেন প্ৰতিশোধৰ অগনি উথলি উঠিছে প্ৰতিজন ভাৰতীয় বুকুত। পাক সমৰ্থিত সন্ত্ৰাসবাদী আৰু পাকিস্তানৰ বিৰুদ্ধে যিকোনো প্ৰকাৰৰ…
আৰু পঢ়ক...

৮৫৫জন শ্বহীদক কংগ্ৰেছে হত্যা কৰিছিলঃ প্ৰফুল্ল কুমাৰ মহন্ত

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সংবাদমেল। 'অসম চুক্তি সন্দৰ্ভত তৰুণ গগৈয়ে দিয়া তথ্যৰ সত্যতা নাই৷' '৮৫৫জন শ্বহীদক কংগ্ৰেছে হত্যা কৰিছিল৷' 'অগণতান্ত্ৰিক চৰকাৰ চলাইছিল কংগ্ৰেছে৷ সংবাদমেলত এই মন্তব্য প্ৰফুল্ল কুমাৰ…
আৰু পঢ়ক...

আফগানিস্তানত আইইডি বিস্ফোৰণ, নিহত ৬

আফগানিস্তানত আইইডি বিস্ফোৰণ। অতিকমেও প্ৰাণ হেৰুৱালে ৬জন লোকে। লঘমনৰ কাৰঘাই জিলাত সংঘটিত হৈছে এই ঘটনা। মঙলবাৰৰ দিনৰ প্ৰায় ১১ বজাত সংঘটিত হৈছে এই বিস্ফোৰণ। বৰ্তমানেও সঠিক হোৱা নাই বিস্ফোৰণত নিহতৰ সংখ্যা। ঘটনাক কেন্দ্ৰ কৰি…
আৰু পঢ়ক...

মুকালমুৱা আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ মুকালমুৱাত সোমবাৰে পুৱতি নিশা বহুসংখ্যক নিচা যুক্ত দ্ৰব্যসহ এজন লোকক আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, মুকলমুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত বৰ্মনৰ নেতৃত্বত আৰক্ষীৰ এটা…
আৰু পঢ়ক...

ফেচবুকত ‘পাকিস্থান জিন্দাবাদ’ ধ্বনি দি বিপদত অভয়াপুৰীৰ ছাত্ৰ

ডিজিটেল সংবাদ, বঙাইগাওঁঃ ৰাজ্যত অব্যাহত আছে একাংশৰ ভাৰত বিৰোধী কাৰ্যকলাপ৷ লিডু, বাসুগাঁৱৰ পিছত এইবাৰ অভয়াপুৰীত সংঘটিত হৈছে এই ঘটনা৷ অভয়াপুৰীৰ ৰাহুল নামৰ এজন ছাত্ৰই ফেচবুকত পোষ্ট কৰিছে 'পাকিস্থান জিন্দাবাদ' ধ্বনি৷ পাকিস্তানৰ…
আৰু পঢ়ক...

গোলাঘাটত অৰিয়েণ্টেল বেংক অৱ কমাৰ্চৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিজিটেল সংবাদ, গোলাঘাটঃ দেশৰ অন্যতম নিৰ্ভৰযোগ্য বিত্তীয় প্ৰতিষ্ঠান অৰিয়েণ্টেল বেংক অৱ কমাৰ্চৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মঙলবাৰে বিত্তীয় প্ৰতিষ্ঠানটোৰ গোলাঘাট শাখাত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। গোলাঘাট শাখা সাহিত্য সভাৰ প্ৰাক্তন…
আৰু পঢ়ক...

ৰঙিয়া আক্ৰাছুৰ চিলাৰায় দিৱস পালন

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰাজ্যৰ ভিন্ন স্থানৰ লগতে ৰঙিয়াতো আক্ৰাছুৰ ৰঙিয়া মহকুমা সমিতিয়ে বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫০৯ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰে। ৰঙিয়া মহকুমাৰ অন্তৰ্গত বড়িগোগ গাওঁ পঞ্চায়তৰ সভাগৃহত আয়োজন কৰা হয় এই চিলাৰায় দিৱসৰ। পতাকা উত্তোলন…
আৰু পঢ়ক...

ওদালগুৰিত কোচৰাজবংশী সন্মিলনীৰ চিলাৰায় দিৱস পালন

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যৰ ভিন্ন স্থানৰ লগতে ওদালগুৰিতো মঙলবাৰে আক্ৰাছুৰ ওদালগুৰি জিলা সমিতিয়ে বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫০৯ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰে। ওদালগুৰি চিলাৰায় ভৱন প্ৰাঙ্গনত আয়োজন কৰা চিলাৰায় দিৱসৰ পতাকা উত্তোলন কৰে জিলা…
আৰু পঢ়ক...