শেহতীয়া খবৰ
ভাতৃত্ববোধেৰে জীয়াই থাকিম হিন্দু-মুছলমানঃ বামুণতোলাত 'ইছলাম আৰু বিশ্বভাতৃত্ববোধ' শীৰ্ষক ধৰ্মালোচনী সভা...  •  নগালেণ্ডত বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকসহ দুজনক আটক...  •  নিউজিলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাঃ ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈৰ নাম ঘোষণা...  •  কামপুৰত ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজনঃ উত্তেজিত ৰাইজে জ্বলাই দিলে ট্ৰাক...VIDEO  •  ৬ ঘন্টা লাইনত অপেক্ষা কৰি মনোনয়ন পত্ৰ দাখিল কৰিলে অৰবিন্দ কেজৰিৱালে...  •  আসন্ন চুড়ান্ত নগা চুক্তিঃ অৰুণাচল প্ৰদেশ আৰু মণিপুৰত নগা স্বায়ত্ত পৰিষদ গঠনৰ প্ৰস্তাৱ কেন্দ্ৰৰ...  •  আসন্ন চুড়ান্ত নগা চুক্তিঃ অৰুণাচল প্ৰদেশ আৰু মণিপুৰত নগা স্বায়ত্ত পৰিষদ গঠনৰ প্ৰস্তাৱ কেন্দ্ৰৰ...  •  সুৰাৰ ৰাগিত পাষাণ পিতৃয়ে ডিঙি চেপি হত্যা কৰিলে নিজ কন্যা সন্তানক...  •  বুধবাৰে ওদালগুৰি জিলাত স্থানীয় বন্ধ ঘোষণা...  •  মোক মাৰ্ডাৰ কৰাৰ চেষ্টা কৰি আছে হিমন্তইঃ আজমল...

কিয় দেখুৱাবি ক’লা পতাকা! যোৰহাট জিলা আছুৰ সাধাৰণ সম্পাদকক খুন্দিয়ালে অগপ নেতাৰ বাহনে,…

ডিজিটেল সংবাদ, টীয়কঃ সমগ্ৰ ৰাজ্যজুৰি 'কা’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ চলি আছে৷ নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণত মানি নোলোৱাৰ হুংকাৰ দিছে খিলঞ্জীয়া ৰাইজে৷ সোমবাৰে যোৰহাটৰ টীয়কৰ ভগামুখত গণতান্ত্ৰিক ভাৱে ছাত্ৰ সন্থাই প্ৰতিবাদ কৰি থকা অৱস্থাত
আৰু পঢ়ক...

পলাশবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ২

মঙলবাৰে পুৱাই এক পথ দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে পলাশবাৰীত।কয়লা ভৰ্তি ট্ৰাক ৰাজপথত বাগৰি পৰাৰ বাবে প্ৰাণ হেৰুৱালে দুজন লোকে।গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ট্ৰাকখন।ইফালে দুৰ্ঘটনাত আহত হৈছে দুজন লোক।নিহত লোক দুজনৰ নাম মহেন্দ্ৰ নাথ
আৰু পঢ়ক...

নগাঁৱৰ চাপানালাত ভোগালী বিহুৰ সামৰণি, নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ

ডিজিটেল সংবাদ, চামগুৰিঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও ম্লান হোৱা নাই ভোগালীৰ আনন্দ। ব্যতিক্ৰম নহয় নগাঁও জিলাৰ চাপানালা। চাপানালাৰ জামুকতল বাসীয়ে মঙলবাৰে এক সুকীয়া ৰীতিৰে সামৰণি পেলালে হেঁপাহৰ ভোগালী বিহু উদযাপনৰ কাৰ্যসূচী। সম্প্ৰতি ৰাজ্যৰ
আৰু পঢ়ক...

গণ গৰ্জন, ৰূপহী অসমৰ আৰ্হিত মানৱ শৃংখলেৰে চেলেংহাটবাসীয়ে কঁপালে দিছপুৰৰ ভেটি, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত তীব্ৰতৰ হৈছে প্ৰতিবাদ। সকলো লোকে 'কা'ৰ বিৰোধ কৰি ৰাজপথলৈ ওলাই আহিছে। ৰাজ্যৰ আন আন প্ৰান্তত তুলনাত প্ৰতিবাদ অধিক দেখিবলৈ পোৱা গৈছে উজনি অসমত। যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়কে আদি কৰি
আৰু পঢ়ক...

নতুন দিল্লীৰ বিধানসভা নিৰ্বাচনত কেজৰিৱালৰ বিৰুদ্ধে বিজেপি, কংগ্ৰেছে কাক কাক দিলে প্ৰাৰ্থিত্ব…

দিল্লীৰ বিধানসভা নিৰ্বাচনত অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা।নতুন দিল্লী বিধানসভা সমষ্টিত কেজৰিৱালৰ বিৰুদ্ধে বিজেপিৰ প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা কৰিব সুনীল যাদৱে।শীৰ্ষ নেতৃত্বই ঘোষণা কৰিলে সুনীল যাদৱৰ নাম।ইতিমধ্যে
আৰু পঢ়ক...

সোণাপুৰত পথৰ ওপৰতে বাগৰিল নৈশ বাছ, আহত প্ৰায় ১৫ জন যাত্ৰী

মঙলবাৰে পুৱতি নিশা সোণাপুৰৰ কলেজ গেটত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।হৰ্ষিতা ৱাছিং চেণ্টাৰৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে নৈশ বাছ।বাছখনৰ নম্বৰ MN-01-2076।বাছখন মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল।চালকজনে সুৰাপান
আৰু পঢ়ক...

আনুষ্ঠানিকভাৱে মন্ত্ৰীৰ আসনত বহিল যোগান মোহন

আনুষ্ঠানিকভাৱে আসনত বহিল নৱ নিযুক্ত মন্ত্ৰী যোগান মোহন।মঙলবাৰে তেওঁ আনুষ্ঠানিক ভাৱে বহে মন্ত্ৰী আসনত।টাই আহোম পৰম্পৰাৰে পূজা কৰি মন্ত্ৰীৰ দায়িত্ব ল’লে নৱ নিযুক্ত মন্ত্ৰীগৰাকীয়ে।জনতা ভৱনৰ ডি ব্লকৰ প্ৰথম মহলাৰ কাৰ্যালয়ত তেওঁঁ দায়িত্বভাৰ
আৰু পঢ়ক...

মঙলবাৰৰ পৰা মথুৰাপুৰত কেৱল কাল সংহতি সংঘৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ, প্ৰতিনিধি, বাপ-বান্ধৱৰ উপস্থিতিত…

ডিজিটেল সংবাদ, মথুৰাপুৰঃ মঙলবাৰৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে চৰাইদেউ জিলাৰ মথুৰাপুৰত সদৌ অসম কেৱল কাল সংহতি সংঘৰ সপ্তম দ্বি বাৰ্ষিক অধিৱেশনখনি আৰম্ভ হৈছে৷ মথুৰাপুৰ ৰাজহুৱা খেলপথাৰত সাধু উমাকান্ত ৰাজকোঁৱৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত
আৰু পঢ়ক...

ভুৱা ডিগ্ৰী গোচৰত উচ্চ ন্যায়ালয়ে কৰিলে অযোগ্য ঘোষণা, দিল্লীৰ ত্ৰিনগৰ সমষ্টিৰ পৰা জীতেন্দ্ৰ সিঙৰ…

ডিজিটেল ডেস্কঃ ভুৱা ডিগ্ৰী দাখিল গোচৰত দিল্লীৰ ত্ৰিনগৰ বিধানসভা সমষ্টিৰ আম আদমী পাৰ্টীৰ বৰ্তমানৰ বিধায়ক তথা ২০২০ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জীতেন্দ্ৰ সিং তোমাৰৰ প্ৰাৰ্থিত্ব নাকচ কৰিছে দলীয় নেতৃত্বই। বিধানসভা সমষ্টিটোৰ পৰা
আৰু পঢ়ক...

গহপুৰত ধুমুহাৰ তাণ্ডৱ…

গহপুৰত ধুমুহাৰ তাণ্ডৱ।নিশা প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে গহপুৰ অঞ্চলত।গহপুৰ মহকুমাৰ শান্তিপুৰ উপস্বাস্থ্য কেন্দ্রটোৰ বিস্তৰ ক্ষতিসাধন ধুমুহাত।পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম-অৰুনাচল সীমান্ততো ধুমুহাই ভাগি পেলায় কেইবাটাও
আৰু পঢ়ক...