শেহতীয়া খবৰ
জীৱনৰ বাস্তৱঃ কি ক’বি বোপাই, সৰুজনী ছোৱালীয়ে মোক খেদি খেদি মাৰে...  •  ফাদাৰ থমাছক শেষ শ্ৰদ্ধা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ  •  বুধবাৰে বিশ্বনাথৰ বিহালীত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ  •  ফেচবুকে ৰঙাঘৰত সুমুৱালে সুদূৰ নাইজেৰিয়াৰ অসমৰ জোৱাইক  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  অভয়াপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোৎসৱ উদযাপন  •  চাউলধোৱাত পুখুৰীৰ পাৰত কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ লম্পট লোকনাথ  •  সোণাৰিত দুৰ্নীতি বিৰোধী অভিযান, ৫ হিচাপ পৰীক্ষকক আটক  •  ধিক পাকিস্তান! সীমান্তত বিএছএফ জোৱানক ডিঙি ৰেপি নৃশংস হত্যা

২১ ছেপ্টেম্বৰত মুক্তি পাব ‘তুমি মোক ফাঁকি দিলা’

ডিজিটেল ডেস্কঃ দিনকদিনে টনকিয়াল হৈছে অসমৰ অসমৰ চলচ্চিত্ৰ জগত। মিচন চাইনাৰ অভূতপূৰ্ব সফলতাৰ পাছতে বহুকেইখন অসমীয়া ছবিক আদৰি লৈছে দৰ্শকে। অহা ২১ ছেপ্টেম্বৰত ছবিগৃহসমূহত মুক্তি লাভ কৰিব 'তুমি মোক ফাঁকি দিলা' নামৰ অসমীয়া ছবিখনে। ধীৰাজ হীৰাৰ…
আৰু পঢ়ক...

বৰপেটাৰ ভৱানীপুৰত মন্ত্ৰী তপন গগৈৰ বিৰুদ্ধে প্ৰতিবাদ

বৰপেটাৰ ভৱানীপুৰত উত্তাল প্ৰতিবাদ। শক্তিমন্ত্ৰী তপন গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সহস্ৰাধিক লোকৰ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অনিয়মিত বিদ্যুৎ যোগানক লৈ প্ৰতিবাদ ৰাইজৰ। ঘাইপথ অৱৰোধৰ ফলত ৰাজপথত ব্যাহত হৈ পৰে যান-বাহন চলাচল ।…
আৰু পঢ়ক...

দুদিনীয়া কাৰ্যসূচীৰে নুনমাটি কীৰ্তন ঘৰত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উদযাপন

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৫৭০ সংখ্যক আৱিৰ্ভাৱ তিথি। নুনমাটি কীৰ্তন ঘৰত গুৰুজনাৰ পৱিত্ৰ স্মৃতিত মঙলবাৰৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হয় শংকৰদেৱৰ জন্মোৎসৱ। মঙলবাৰে সন্ধিয়া ৬ বজাত নবীন চন্দ্ৰ সুত্ৰধাৰে…
আৰু পঢ়ক...

গহপুৰৰ পুৰুপবাৰী চাহ বাগিচাত মালিক-সহপৰিচালকক আক্ৰমণ ক্ষুব্ধ শ্ৰমিকৰঃ VIDEO

ডিজিটেল সংবাদ, উত্তৰ অসমঃ গহপুৰৰ পুৰুপবাৰী চাহ বাগিচা কৰ্তৃপক্ষই শ্ৰমিকসকলক অশ্লীল ভাষাৰে গালি গালাজ পৰা, চাহ শ্ৰমিকৰ ৰেচন প্ৰাপ্যতকৈ কমকৈ প্ৰদান কৰা, চৰকাৰী সুবিধাৰ বঞ্চিত কৰাৰ অভিযোগত বুধবাৰে বাগিচাখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।…
আৰু পঢ়ক...

আমিনগাঁৱত অতিৰুদ্ৰ মহাযজ্ঞঃ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ২ শতাধিক পুৰোহিতে লৈছে অংশ

ডিজিটেল ডেস্কঃ আমিনগাঁৱত বুধবাৰৰ পৰা আৰম্ভ হৈছে অতিৰুদ্ৰ মহাযজ্ঞ। আমিনগাঁৱৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সংলগ্ন পেৰেডগ্ৰাউণ্ডত অনুষ্ঠিত এই যজ্ঞ ৭দিন ধৰি চলিব। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্রথমবাৰৰ বাবে অনুষ্ঠিত এই যজ্ঞত পুৰোহিত হিচাপে অংশগ্ৰহণ…
আৰু পঢ়ক...

শাস্তিযোগ্য অপৰাধ হোৱাৰ দিশে তিনি তালাক, অধ্যেদেশত অনুমোদন কেবিনেটৰ

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা তিনিবাৰ তালাক উচ্চাৰণ কৰিলে যাবলগীয়া হ'ব পাৰে জেললৈ। একাধিক বিতৰ্কৰ মাজতে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বুধবাৰে কেন্দ্ৰীয় কেবিনেটে তিনি তালাক বিধেয়কৰ অধ্যেদেশত অনুমোদন জনায়। মুছলমান মহিলাকসকলক সুৰক্ষা দিবৰ…
আৰু পঢ়ক...

এন আৰ চিক লৈ উচ্চতম ন্যায়ালয়ত আজি গুৰুত্বপূৰ্ণ শুনানি

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ আজি গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হ’ব উচ্চতম ন্যায়ালয়ত। ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ শপতনামাৰ বিৰোধিতা কৰি কিছুদিন পূৰ্বে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন কৰিছিল অসম পাব্লিক ৱৰ্কছ তথা আমছু, অসম…
আৰু পঢ়ক...

বিহালীত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

ডিজিটেল সংবাদ, বিহালীঃ বিশ্বনাথৰ বিহালীত বুধবাৰে বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱক মৃত্যুমুখত পৰে। নিহত যুৱকজনৰ নাম অনুজ তাঁতী। বিদ্যুৎ বিভাগৰ অজ্ঞাতে নিজ বাসগৃহলৈ বিদ্যুৎ সংযোগ কৰিবলৈ লওতেই  মৃত্যু ঘটে যুৱকজনৰ৷ বিহালী ছাহ বাগিছাৰ ৮ নং লাইনত…
আৰু পঢ়ক...

নগাঁৱত অবৈধ মাৰণাস্ত্ৰৰ উজান! ধিঙত সুৰাৰ আড্ডাত গুলীচালনাত এজন আহত

ডিজিটেল সংবাদ, নগাঁওঃ অবৈধ মাৰণাস্ত্ৰৰে ভৰি পৰিছে নগাঁও জিলাৰ ধিং, জুৰীয়াকে আদি কৰি একাধিক অঞ্চল। ইয়াকে প্ৰমাণিত কৰি মঙলবাৰে নিশা পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হয় জিলাখনৰ ধিং অঞ্চলৰ বটাবাৰী ৰিজাৰ্ভত। সুৰাৰ আড্ডাত হোৱা সাধাৰণ কাজিয়াত এনেদৰে…
আৰু পঢ়ক...

বাক্সাৰ বগামাটিত বন্যহস্তীৰ আক্ৰমণত ২জন আহত

ডিজিটেল সংবাদ, গোৰেশ্বৰঃ বাক্সা জিলাৰ বগামাটিত অব্যাহত আছে হস্তী-মানৱৰ সংঘাত। মঙলবাৰে নিশাৰ ভাগত অঞ্চলটোত বনৰীয়া হাতীৰ জাক এটাই প্ৰৱেশ কৰি স্থানীয় লোকসকলৰ মাজত সন্ত্ৰাস সৃষ্টি কৰে। খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰা হাতীৰ জাকটোৱে দুটাকৈ…
আৰু পঢ়ক...