শেহতীয়া খবৰ
পুৱাই মুম্বাইত জেট এয়াৰৱেজ বিমানত অঘটনঃ যাত্ৰীৰ নাক-কাণৰ পৰা নিৰ্গত হ’ল তেজ! কি হৈছিল চাওঁক VIDEOত  •  বিশ্বনাথ চাৰিআলিৰ ৰাজহুৱা শ্মশানত পানী যোগান প্ৰকল্পৰ শুভ উদ্বোধন  •  আজি শিল্পী জয়ন্ত হাজৰিকাৰ ৭৫ সংখ্যক জন্মদিন  •  আজি শিল্পী জয়ন্ত হাজৰিকাৰ ৭৫ সংখ্যক জন্মদিন  •  পুনৰ বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য  •  পুনৰ বৃদ্ধি হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য  •  পাটনাত পঞ্চম শ্ৰেণীৰ ছাত্ৰীক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সহায়কৰ বলাৎকাৰ  •  তিনিচুকীয়াত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত স্কুটী আৰোহী আহত  •  হিমাক দেখি দৌৰিলে গঁড়েও! টুইটাৰত হিমাৰ বিশেষ ভিডিঅ’  •  দুৰ্ঘটনাত পতিত হৈ নেমকেয়াৰত চিকিৎসাধীন গায়ক কল্লোল বৰঠাকুৰ

বাস্তৱৰ জীৱনঃ কি ক’বি, সৰুজনী ছোৱালীয়েই মোক খেদি খেদি মাৰে…

► মৃদুল কুমাৰ সন্দিকৈ এজনী মৰম লগা আইতা। পুৱা পথৰ কাষত আৰ্তনাদ কৰি আছিল। বোকাৰে লুতুৰি-পুতুৰি হৈ থকা আইতাগৰাকীক দেখি দুজন যুৱক তেওঁৰ কাষলৈ চাপি গৈছিল। পথৰ ওপৰত সেইসময়ত বহি থকা আইতাগৰাকীক সুধিছিল- ‘কি হ’ল আপোনাৰ?’ দেহত তেওঁৰ আঘাতৰ…
আৰু পঢ়ক...

ফাদাৰ থমাছক শেষ শ্ৰদ্ধা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

ডিজিটেল সংবাদ, শ্বিলংঃ অসমৰ কেবাখনো ডনবস্ক’ স্কুলৰ অধ্যক্ষৰ গুৰু দায়িত্ব বহন কৰা ফাদাৰ থমাছ থেক্কেকানডমক বুধবাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই। মঙলবাৰে ৮২ বছৰ বয়সত আগৰতলাত শেষ নিশ্বাস ত্যাগ কৰা ফাদাৰগৰাকীৰ…
আৰু পঢ়ক...

ফেচবুকে ৰঙাঘৰত সুমুৱালে সুদূৰ নাইজেৰিয়াৰ অসমৰ জোৱাইক

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত ফেচবুক কোনেনো ব্যৱহাৰ নকৰে! শিশুৰ পৰা বৃদ্ধলৈকে প্ৰায় সকলোৰে আছে ফেচবুকত এটা নিজাববীয়া একাউণ্ট। বহুতে ফেচবুক সৃষ্টিশীল কামৰ বাবে ব্যৱহাৰ কৰে, কিন্তু তাৰ মাজতে এচামে অপৰাধজনিত বিভিন্ন কামতো ব্যৱহাৰ কৰে ফেচবুক।…
আৰু পঢ়ক...

বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে অনিল ৰাজা। এটাৰ পিছত এটাকৈ অভিযোগ উত্থাপন কৰি বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেলত ৰাজাই ৰকিবুলক এজন লম্পট চৰিত্ৰৰ লোক আখ্যা দিয়ে।…
আৰু পঢ়ক...

অভয়াপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোৎসৱ উদযাপন

ডিজিটেল সংবাদ, অভয়াপুৰীঃ অভয়াপুৰীৰ পিৰাধৰাৰ ঐতিহ্যমণ্ডিত মদন মোহন বিগ্ৰহত বুধবাৰৰ পৰা তিনিদিনীয়া  কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোসৱ পালন কৰা হৈছে৷ ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন কৰাৰ পিছতে ভাগৱতসহ নগৰ পৰিভ্ৰমণ কৰে৷…
আৰু পঢ়ক...

চাউলধোৱাত পুখুৰীৰ পাৰত কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ লম্পট লোকনাথ

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকীৰ অন্তৰ্গত থেকেৰাগুৰিত সংঘটিত হৈছে এক জঘন্য কাণ্ড। এই কাণ্ড সংঘটিত কৰিছে লোকনাথ পেগু (৩৪) নামৰ এটা লম্পটে। প্ৰাপ্ত বাতৰি মতে, ফুৰাবলৈ নিব বুলি কৈ এএছ২২ইআৰ০১৩৪ নম্বৰৰ ই-ৰিক্সাৰে…
আৰু পঢ়ক...

সোণাৰিত দুৰ্নীতি বিৰোধী অভিযান, ৫ হিচাপ পৰীক্ষকক আটক

সোণাৰিত দণ্ডাধীশ প্ৰণৱ কুমাৰ বৰাৰ নেতৃত্বত দুৰ্নীতি বিৰোধী অভিযান। অভিযানত আৰক্ষীয়ে আটক কৰে ৫ গৰাকী দুৰ্নীতিত লিপ্ত হিচাপ পৰীক্ষকক। হিচাপ পৰীক্ষক কেইজন ক্ৰমে- গুৱাহাটীৰ ৰফিকুদ্দিন আহমেদ, চৈকত ভট্টাচাৰ্য। হেম বাহাদুৰ, সুব্ৰত…
আৰু পঢ়ক...

ধিক পাকিস্তান! সীমান্তত বিএছএফ জোৱানক ডিঙি ৰেপি নৃশংস হত্যা

ডিজিটেল ডেস্কঃ ভাৰত-পাক সীমান্তত পাকিস্তানী ৰেঞ্জাৰে বিএছএফৰ এজন জোৱানক ডিঙিত ৰেপি হত্যা কৰে। মঙলবাৰে নিয়ন্ত্ৰণৰেখাৰ সমীপৰ ৰামগড় ছেক্টৰত সংঘটিত এই শিহৰণকাৰী ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। বিএছএফৰ সূত্ৰই সদৰী কৰা মতে নিয়ন্ত্ৰণৰেখাৰ সৈতে…
আৰু পঢ়ক...

২৮ ডিচেম্বৰত সমগ্ৰ ভাৰত কপাঁব ‘ভিলেইজ ৰ’কষ্টাৰ্ছে’

ডিজিটেল ডেস্কঃ ৰীমা দাসৰ 'ভিলেইজ ৰকষ্টাৰ্ছ' বিষয়ে নতুনকৈ বৰ্ণনা কৰাৰ প্ৰয়োজন নাই। এক অগতানুগতিক কাহিনীৰে নিৰ্মাণ কৰা ছবিখনে এতিয়ালৈকে চাৰিটা ৰাষ্ট্ৰীয় পুৰষ্কাৰৰ লগতে অন্য ৪৪ টা ভিন্ন পুৰষ্কাৰ আজুঁৰি আনিবলৈ সক্ষম হৈছে । দেশ-বিদেশত কোটি…
আৰু পঢ়ক...

ৰেচন কাৰ্ডসহ ৫নথি অবৈধ, এনআৰচি সন্দৰ্ভত পূৰ্বৰ নিৰ্দেশকে বাহাল উচ্চতম ন্যায়ালয়ৰ

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত ১৫ খন নথিৰ পৰিৱৰ্তে ব্যৱহাৰ হব ১০ খন নথি। এন আৰ চিত পুনৰ নামভৰ্তিৰ ‘দাবী আবেদন’ৰ পৰা ৫খন নথি প্ৰত্যাহাৰৰ বাবে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই জনোৱা আবেদন বাহাল ৰাখে উচ্চতম ন্যায়ালয়ে। বুধবাৰে…
আৰু পঢ়ক...