নীল আকাশৰ সংগীতানুষ্ঠানত মঞ্চলৈ ইটা নিক্ষেপ দুৰ্বৃত্তৰ

কামৰূপৰ পুঠিমাৰী বাৰোৱাৰী পূজাস্থলীত নিশা উত্তপ্ত পৰিস্থিতি। মহানৱমীৰ দিনা সাংস্কৃতিক সন্ধিয়াত অংশ লৈছিল কণ্ঠশিল্পী নীল আকাশে। গীত পৰিবেশন কৰি থকা সময়তে মঞ্চলৈ দুৰ্বৃত্তই নিক্ষেপ কৰিছিল ইটা। এই আক্ৰমণত আহত হয় নীল আকাশৰ মেনেজাৰ…
আৰু পঢ়ক...

গুৱাহাটীৰ ক’ত ক’ত পাৰ্কিং-ন’পাৰ্কিং

ডিজিটেল ডেস্কঃ বিজয় দশমী আৰু দুৰ্গা প্ৰতিমা বিসৰ্জন উপলক্ষে মহানগৰীৰ বিভিন্ন স্থানত যান-বাহন শাখা আৰক্ষীয়ে ন’ পাৰ্কিং জ’ন ঘোষণা কৰিছে। এই স্থানসমূহত কোনো লোকে যান-বাহন পথৰ কাষত ৰখাব নোৱাৰিব। মহানগৰীত যান-বাহন নিয়ন্ত্ৰণ শাখাই ন’ পাৰ্কিং জ’ন…
আৰু পঢ়ক...

বিজয়া দশমীৰ দিনা মহানগৰীত যান-বাহন চলাচলৰ বিশেষ নিৰ্দেশনা

মহানগৰীত দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জনৰ বাবে সাজু প্ৰশাসন। বিসৰ্জনৰ বাবে সাজু কৰা ঘাটসমূহ হৈছে- পাণ্ডু ঘাট, বশিষ্ঠ ঘাট, চূণশালি ঘাট, ফাচী বজাৰ ঘাট আৰু নুনমাটি ঘাট। বিজয়া দশমী উপলক্ষে মহানগৰ যান-বাহন আৰক্ষীয়ে বিশেষ নিৰ্দেশনা জাৰি…
আৰু পঢ়ক...

বিজয়া দশমীঃ মহানগৰীত দুৰ্গাৰ প্ৰতিমূৰ্তি বিসৰ্জনৰ বাবে সাজু প্ৰশাসন, VIDEO

ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মাৱলম্বী লোকসকলে পৰম্পৰাগতভাৱে ধৰ্মীয় ৰীতি-নীতিৰে উদযাপন কৰে বিজয়া দশমী। শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা বিজয়া দশমীৰ দিনা বিসৰ্জন দিয়া হয় মা দুৰ্গাক। উল্লেখযোগ্য যে, ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে দুৰ্গোৎসৱ। এই…
আৰু পঢ়ক...

মুম্বাইত চিআইএছএফ জোৱানৰ স্বচ্ছ ভাৰত কাৰ্যসূচী

বৰ্তমান দেশজুৰি চলি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ‘স্বচ্ছ ভাৰত মিছন’ কাৰ্যসূচী। শুকুৰবাৰে মুম্বাইতো চিআইএছএফৰ জোৱানে পৰিষ্কাৰ কৰিলে জুহু বিচ্চ। পুৱতি নিশাই জোৱানসকলে পৰিষ্কাৰ কৰিলে বিচ্চ। দেশখন পৰিষ্কাৰ কৰি…
আৰু পঢ়ক...

শুকুৰবাৰে শিৰদিত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

শুকুৰবাৰে পুৱা শিৰদিত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ছাই বাবাৰ সমাধি শতবাৰ্ষিকী অনুষ্ঠানত অংশ ল’ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইতিমধ্যে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে অঞ্চলটোত।
আৰু পঢ়ক...

গোৱাৰ কালাংগুটে বিচ্চত নগালেণ্ডৰ যুৱকৰ সলিল সমাধি

শুকুৰবাৰে গোৱাত সংঘটিত হ’ল এক শোকাৱহ ঘটনা। নগালেণ্ডৰ এজন ২১ বছৰীয়া যুৱকৰ সলিল সমাধি। কালাংগুটে বিচ্চত সলিল সমাধি যুৱকজনৰ। ঘটনাস্থলীত উপস্থিত আৰক্ষী। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰে বাবে প্ৰেৰণ কৰে চিকিৎসালয়লৈ । এই…
আৰু পঢ়ক...

হ্ৰাস পালে ইন্ধনৰ মূল্য

শুকুৰবাৰে হ্ৰাস পালে ইন্ধনৰ মূল্য। দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লত হ্ৰাস পালে ০.২৪ টকা। ইফালে ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস ০.১০ টকা। বৰ্তমান দিল্লীত পেট্ৰ’লৰ প্ৰতিলিটাৰত ৮২.৩৮ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭৫.৪৮ টকা হয়গৈ। আনহাতে, মুম্বাইতো…
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ

১. আজি কঙালী বিহু। মহা নৱমীৰ মাজতে সমগ্ৰ ৰাজ্যবাসীয়ে সন্ধিয়া তুলসী তলত চাকি জ্বলাই পালন কৰে কঙালী বিহু। পৰম্পৰা অনুযায়ী ধাননি পথাৰতো কৃষক ৰাইজে জ্বলাইছে চাকি। ২. কিউ এছ ব্ৰিকছ ইউনিভাৰ্ছিটী ৰেংকিং ২০১৯ত ব্ৰিকছৰ সদস্য ৰাষ্ট্ৰসমূহৰ ৪০০খন…
আৰু পঢ়ক...

দুখতো সুখ! ‘কঙালী’ৰ বাবেইতো বিশেষতকৈয়ো বিশেষ অসমীয়া

♦ ডি জে ধনন্তৰি দুখ আছে বাবেই আছে সুখৰ উপলব্ধি৷ এই কথা পৃথিৱীৰ আন কোনো জাতিয়ে অতীজতে ভালকৈ বুজি উঠিছিল নে নাই সেয়া ক’ব পৰা নগ’লেও অসমীয়াই যে বুজি উঠিছিল তাক ন দি ক’ব পাৰি৷ এই কথা বুজিছিল বাবেই কেৱল ৰং-ৰহইচ আৰু ভোগৰ আনন্দতে মতলীয়া হৈ থকা…
আৰু পঢ়ক...