শেহতীয়া খবৰ
কংগ্ৰেছৰ নতুন সভাপতি নিযুক্তি!  •  ডিব্ৰুগড়ত ধঁপাত নিয়ন্ত্ৰণৰ ওপৰত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা  •  শনিবাৰে সামৰণি পৰিল ৰাভা হাছং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ  •  আদিবাসী জনজাতিকৰণকলৈ সমিতি গঠনত বিৰোধীতা আছাৰ  •  ৭০ শতাংশ ভোটদানেৰে অন্ত পৰিল ডিমা হাছাও নিৰ্বাচন...  •  লক্ষীধৰ বৰা ক্ষেত্ৰৰ প্ৰতিবাদী সমাবেশত প্ৰথমবাৰলৈ চামিল জাতীয়-জনগোষ্ঠীয় সাহিত্য সভা  •  কোকৰাঝাৰত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম শীৰ্ষক আলোচনা চক্ৰ  •  পুৰণিগুদামত কি অৱস্থা হ'ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ, চাওক VIDEO  •  কোকৰাঝাৰ ভোটগাঁওত ৩ দিনীয়া মৌ-মাখি পালনৰ প্ৰশিক্ষণ শিৱিৰৰ সমাপ্ত  •  ৰাভা হাছঙত সৰ্বশক্তিৰে অন্তিম প্ৰচাৰত নামিছে কংগ্ৰেছ-যৌথ সংগ্ৰাম সমিতি

নামনিমুৱা জনশতাব্দী এক্সপ্ৰেছত জুই! চাওক VIDEO

জনশতাব্দী এক্সপ্ৰেছৰ ইঞ্জিনৰ তলত জুই। যোৰহাটৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল ৰে'লখন। তেনেতে হঠাৎ প্ৰত্যক্ষ কৰে জুই। বৰ্তমান কমাৰবন্ধাত আবদ্ধ হৈ আছে ৰে'লখনৰ যাত্ৰীসকল। যান্ত্ৰিক বিজুটিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি…
আৰু পঢ়ক...

মানসিক বিকাৰগ্ৰস্ত যুৱতীৰ দায়িত্ব ল’লে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ আইন সেৱা প্ৰাধিকাৰীয়ে সমাজৰ দুখীয়া-নিচলা, মানসিক বিকাৰগ্ৰস্ত লোকক উদ্ধাৰ কৰা কাম অব্যাহত ৰাখিছে। নগাওঁ চহৰৰ সদাব্যস্ত পানীগাঁও চাৰিআলিৰ শান্তিবনৰ পৰা নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ ন্যায়াধীশ তথা…
আৰু পঢ়ক...

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিজেপিৰ ৭০ শতাংশ বিধায়ক!

বিজেপিৰে অগপৰ মিত্ৰতাক লৈ মন্তব্য অগপৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতা। 'মিত্ৰতাৰ প্ৰশ্নই আহিব নোৱাৰে।' '১০ ডিচেম্বৰত চূড়ান্ত পত্ৰ দিয়া হৈছে অমিত শ্বাহক।' 'অগপ এতিয়া বিৰোধী আৰু ৰাইজৰ পক্ষত।' 'ৰাজ্যপালক মিত্ৰতা ভংগৰ বিষয়ে…
আৰু পঢ়ক...

কলিয়াবৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক ক’লা পতাকা প্ৰদৰ্শন

কলিয়াবৰত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক ক’লা পতাকা প্ৰদৰ্শন। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত মিছাত ৰাষ্ট্ৰীয় ঘাইপথত আছু কৰ্মীয়ে ক’লা পতাকা প্ৰদৰ্শন কৰে ৰঞ্জিত দাসক। পৃষ্ঠাপ্ৰমুখ নিযুক্তি ও অভিনন্দন অনুষ্ঠানলৈ গৈছিল…
আৰু পঢ়ক...

নীৰৱ মোডীৰ বিত্তীয় কেলেংকাৰীত জড়িত পঞ্জাৱ নেচনেল বেংকৰ ২ জন বিষয়াক বৰ্খাস্ত

পঞ্জাৱ নেচনেল বেংকৰ বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত বেংকৰ ২ বিষয়াক বৰ্খাস্ত। প্ৰতিষ্ঠানটোৰ ১৩,৫০০ কোটি টকাৰ বিত্তীয় কেলেংকাৰীৰ সৈতে জড়িত নীৰৱ মোডীৰ সৈতে জড়িত থকাৰ অপৰাধত বৰ্খাস্ত কৰা হৈছে বিষয়া দুজনক। শনিবাৰে কেন্দ্ৰীয় চৰকাৰে বৰ্খাস্ত…
আৰু পঢ়ক...

বলাৎকাৰ কৰি হত্যা মহিলাক, হোজাইত ৪জনক যাৱৎজ্জীৱন কাৰাদণ্ড

ডিজিটেল সংবাদ, লামডিংঃ ২০১৭ বৰ্ষৰ ১২ জুলাইত লামডিং থানাৰ অন্তৰ্গত ১নং হাতীখুলী গাঁৱৰ জ্ঞানধৰ দাসৰ পত্নী নিৰ্জলা দাসক অতি নৃশংসভাৱে ধৰ্ষন কৰি হত্যা কৰিছিল চাৰি দূৰ্বৃত্তই। ঘটনা সংক্ৰান্তত লামডিং থানাত ১২৮/১৭ নম্বৰত এক গোচতৰ ৰুজু হৈছিল।…
আৰু পঢ়ক...

সম্ভাষণ নহয় তিৰষ্কাৰ! গামোচাৰ সলনি ক’লা পতাকাৰে মুখ্যমন্ত্ৰীক মৰিগাঁৱত আদৰণি

মুখ্যমন্ত্ৰীক আকৌ ক'লা পতাকা প্ৰদৰ্শন। মৰিগাঁও জোনবিল মেলালৈ যাওতে কলা পতাকা প্ৰদৰ্শন কৰিলে কেইবাটাও দল-সংগঠনে। কৃষক মুক্তিৰ লগতে কেইবাটাও সংগঠনে প্ৰদৰ্শন কৰিলে এই কলা পতাকা । ৮ জন প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে।…
আৰু পঢ়ক...

লিডুত যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য

লিডুত যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য। বাছ আস্থানত একাংশ লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো। পৰি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মৃত…
আৰু পঢ়ক...

গাড়ী ক্ৰয় কৰিম বুলি ভাবি থকা সকলৰ বাবে বেয়া খবৰ!

ডিজিটেল ডেস্কঃ আপুনি যদি এই বৰ্ষত নতুন গাড়ী ক্ৰয় কৰাৰ কথা ভাৱিছে তেন্তে আপোনাৰ আছে এটা বেয়া খবৰ । কিয়নো এই বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বৃদ্ধি পাব হোণ্ডা গাড়ীৰ মূল্য। হোণ্ডা কাৰ্ছ লিমিটেডে বৃহস্পতিবাৰে ইয়াৰ গাড়ীসমূহৰ মূল্য অহা ফেব্ৰুৱাৰীৰ পৰা…
আৰু পঢ়ক...

পুনৰ হ’ব পাৰে অগপ-বিজেপিৰ মিত্ৰতা!

অগপ-বিজেপিৰ মিত্ৰতাক লৈ মন্তব্য অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ। 'নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নোহোৱালৈ মিত্ৰতাৰ কথাই নাহে।' 'বিধেয়কখন বাতিল হ’লেহে বিবেচনা কৰা হ’ব মিত্ৰতা সন্দৰ্ভত।' ইফালে কংগ্ৰেছকো চোকা সমালোচনা বিধায়কজনৰ।…
আৰু পঢ়ক...