শেহতীয়া খবৰ
আহোম স্বৰ্গদেউ পূৰন্দৰ সিংহৰ পৰিনাতিৰ দেহাৱসান  •  জাজৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন  •  ১৬১ ৰানতে অলআউট ইংলেণ্ড, তৃতীয় টেষ্টত আশা সজীৱ ভাৰতৰ  •  সাংবাদিক মনোজৰ মহানুভৱতা, কন্যাৰ বিয়া বাতিল কৰি বানাক্ৰান্তলৈ আগবঢ়ালে সমস্ত ধন  •  অৱশেষত কেৰালাৰ বানত আক্ৰান্ত অসমীয়াসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি  •  গহপুৰৰ ককিলাত সৰ্প দংশনত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু  •  পথৰ দুৰৱস্থা, কামপুৰত আধা বাটতে সন্তান প্ৰসৱ  •  শিয়ালমাৰীত উদ্ধাৰ কলিয়াবৰৰ চুৰি টাটা মোবাইল  •  জাকাৰ্টাৰ এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক  •  বান বিধ্বস্ত কেৰালাত কেনে আছে অসমৰ ডেকাসকল?

গোলকগঞ্জত গা ধুবলৈ গৈ সন্ধানহীন দুই ভগ্নী

ডিজিটেল সংবাদ, গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলকগঞ্জত সংঘটিত হ’ল এক কৰুণ ঘটনা। গোলকগঞ্জ চহৰখনৰ কাষেৰে বৈ যোৱা গংগাধৰ নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দুটি শিশুৰ। সন্ধানহীন হোৱা শিশুদুটি বায়েক-ভনীয়েক আছিল। শিবু মাহাতোৰৰ দুই কন্যা ক্ৰমে তুলসী…
আৰু পঢ়ক...

বিশ্ব ফটোগ্ৰাফী দিৱসত জ্যেষ্ঠ ফটো সাংবাদিক কিৰণ মুখাৰ্জীক সম্বৰ্ধনা

ডিজিটেল সংবাদ, গুৱাহাটীঃ আজি বিশ্ব ফটোগ্ৰাফী দিৱস। সমগ্ৰ বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো অসম ফটো সংবাদিক সংস্থাই এই দিৱস বিশেষভাৱে পালন কৰে। দিৱসৰ সৈতে সংগতি ৰাখি সংস্থাটোৱে আজি গুৱাহাটী প্ৰেছ ক্লাৱত বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। এই…
আৰু পঢ়ক...

কালাৰ্ছ টিভিত ভূপেন হাজৰিকাৰ গীতক লৈ বিশেষ অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দেৱভাষা সংস্কৃতৰ গীতেৰে অলেখ শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰা নগঞা শিল্পী ৰঞ্জন বেজবৰুৱাৰ সংগীত প্ৰতিভাই ইতিমধ্যেই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় স্তৰত৷ সাম্প্ৰতিক সময়ত প্ৰায় অৱহেলিত হবলৈ ধৰা সংস্কৃত ভাষাত…
আৰু পঢ়ক...

কামপুৰত ৰাইজ অতিষ্ঠ লোড ছেডিঙত, এ এছ ই বি কৰ্মী ব্যস্ত জুৱা-সুৰাত

ডিজিটেল ডেস্কঃ শনিবাৰে নিশা কামপুৰস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। একাংশ যুৱকে ঘেৰাও কৰে বিদ্যুৎ বিভাগৰ কাৰ্যালয়টো। যুৱক কেইজনৰ মতে, নিশা হ’লেই সঘনে বিদ্যুৎ কৰ্তন হয় কামপুৰত আৰু কাৰ্যালয়টোত চলে সুৰাৰ আড্ডা।…
আৰু পঢ়ক...

ৰূপহীহাটৰ হাতীপুখুৰীত গা ধুবলৈ গৈ সন্ধানহীন দুজন শ্ৰমিক

ডিজিটেল সংবাদ, ৰূপহীহাটঃ নগাঁৱৰ ৰূপহীহাটৰ হাতীপুখুৰীত অঘটন৷ পুখুৰীটোত গা ধূবলৈ গৈ সন্ধানহীন হ’ল দুজন শ্ৰমিক৷ এটা ইটাভাটাত কৰ্মৰত আছিল শ্ৰমিক দুজন। সন্ধানহীন শ্ৰমিক দুজন ক্ৰমে- জিতেন আৰু আনাৰুল ইছলাম বুলি জানিব পৰা গৈছে৷ শ্ৰমিক দুজনৰ…
আৰু পঢ়ক...

সহজলভ্য ড্ৰাগছৰ ঘাটিত পৰিণত নুমলীগড়, ধৃত ২ যুৱক

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলা আৰক্ষী প্ৰশাসনৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ নুমলীগড় তিনিআলিত ক্ৰমাত বৃদ্ধি পাইছে জুৱা, মদ, ভাং, কানিকে ধৰি ড্ৰাগছৰ বেহা। জানিব পৰা মতে, যোৱা নিশা নুমলীগড় তিনিআলিত দুটা ড্ৰাগছ ব্যৱসায়ীক স্থানীয় ৰাইজে হাতে লোতে…
আৰু পঢ়ক...

দেশবাসীক নিৰাশ কৰিলে সুশীল কুমাৰে, কোৱাৰ্টাৰত টোমৰ

কুস্তীত প্ৰথম ৰাউণ্ডতে পৰাস্ত সুশীল কুমাৰ। জাকাৰ্টৰ এছিয়ান গেমছত নিৰাশজনক প্ৰদৰ্শন সুশীলৰ। ৭৮কেজি ফ্ৰী ষ্টাইল শাখাত খেলিছিল সুশীলে। তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল বাহৰিনৰ আদাম বাটিৰোভ। ৩-৫ ব্যৱধানত পৰাস্ত সুশীল। ৫৭ কি.গ্ৰা.…
আৰু পঢ়ক...

গহপুৰৰ ঘাহিগাঁৱত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, ছয়দুৱাৰঃ গহপুৰ মহকুমাৰ ঘাহিগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ছয়দুৱাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এটা ঘূলিত আজি পুৱা এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। মৃতদেহ উদ্ধাৰ হোৱাৰ স্থানৰ কাষতে চাইকেল আৰু…
আৰু পঢ়ক...

ইণ্ডোনেছিয়াত এমাহত তৃতীয়টো ভূমিকম্প

ডিজিটেল ডেস্কঃ জাকাৰ্টা আৰু পালেমবাগত এছিয়ান গেমছ চলি থকাৰ সময়তে দেওবাৰে পুনৰ কঁপি উঠে ইণ্ডোনেছিয়া। পুৱা প্ৰায় ৯.৪০ বজাত দেশখনৰ উত্তৰ-পূব প্ৰান্তত অনুভূত হয় এই জোকাৰণি। ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা আছিল ৬.৫। ভুমিকম্পৰ উৎপত্তিস্থল আছিল…
আৰু পঢ়ক...

জাকাৰ্টাৰ এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো পদক

জাকাৰ্টাৰ পৰা আহিছে ভাল খবৰ। অপূৰ্বি চাণ্ডেলা আৰু ৰবি কুমাৰৰ ব্ৰঞ্জৰ পদক অৰ্জন। ১০ মিটাৰ এয়াৰ ৰাইফল মিক্স টীম ইভেণ্টত এই সফলতা। এই ইভেণ্টনত চীনে পালে ৰূপৰ পদক। চাইনীজ টাইপেৰ সোণৰ পদক।
আৰু পঢ়ক...