শেহতীয়া খবৰ
শিশু হত্যাকাৰী মংগল পাইকৰ শাস্তিৰ দাবীত বিশ্বনাথত উত্তাল প্ৰতিবাদ  •  ৰিপুণ বৰাৰ বিৰুদ্ধে ঢেকীয়াজুলিত তিনি সংখ্যালঘু সংগঠনৰ প্ৰতিবাদ  •  ২ লাখ ৬২ হাজাৰ কৃষকৰ ঋণ ৰেহাই দিব অসম চৰকাৰে!  •  মৃত্যুক পাহৰি ৫ বছৰীয়া চল’মনে কেনেকৈ জিনিছে জীৱন, চাওক ভিডিঅ’  •  ‘আমাৰ সৈতে যুঁজিবলৈ কংগ্ৰেছৰ যোগ্য প্ৰতিদ্বন্দী নাই, ২০১৯ত আমাৰ জয় নিশ্চিত’  •  কোচবিহাৰত বিদ্যালয়ৰ ভিতৰত দুৰ্বৃত্তৰ গুলীচালনা, আহত ২ শিক্ষক  •  ফেছবুকত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক প্ৰশ্ন, এন এছ এৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ সাংবাদিকক  •  বিহালীৰ চেনিমাৰীত বন্যহস্তীৰ তাণ্ডৱ, পাঁচটাকৈ গৃহ লণ্ডভণ্ড কৰি ওৰে নিশা চলালে সন্ত্ৰাস  •  ৰাজীৱ ভৱন ঘেৰাও কৰি শাসকীয় বিজেপিৰ প্ৰতিবাদ  •  গোলাঘাটত চিকিৎসালয়ৰ বাথৰুমত ওলাল কয়দীৰ মৃতদেহ, পৰিয়ালৰ মতে এয়া পৰিকল্পিত হত্যা

১২ তৈল ক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতোৱাৰ বিৰোধিতাৰে অইল কৰ্মচাৰী ইউনিয়নৰ প্ৰতিবাদ

অইলৰ ১২খন তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক গতোৱাৰ সিদ্ধান্তৰ বিৰোধিতা। অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ। অইল কৰ্মচাৰী ইউনিয়নৰ উদ্যোগত এই প্ৰতিবাদ। কেন্দ্ৰীয় চৰকাৰে অইলৰ যোৰাজান আৰু টেঙাখাত তৈলক্ষেত্ৰ ব্যক্তিগত খণ্ডক…
আৰু পঢ়ক...

‘হকে বিহকে প্ৰতিশ্ৰুতি দি সেয়া পূৰণ নকৰাতকৈ মনে মনে থকাটোৱেই ভাল, সেই বাবেই মই নিমাত’

ডিজিটেল ডেস্কঃ 'মানুহে মোক নিমাত প্ৰধানমন্ত্ৰী বুলি আখ্যা দিছিল। কিন্তু মোৰ এই গ্ৰন্থখনেই মোৰ সকলো কথা প্ৰকাশ কৰিছে। এই গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাত মোৰ হৃদয় খোল খাইছে। কিতাপখন যিয়ে পঢ়ে, তেওঁ আৰু মোক নিমাত প্ৰধানমন্ত্ৰী আখ্যা দিব নিবিচাৰিব।’…
আৰু পঢ়ক...

বুধবাৰৰ পৰা ছিকিম বিধানসভাৰ অধিৱেশন, প্ৰতিটো পৰিয়ালক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত

বুধবাৰৰ পৰা ছিকিম বিধানসভাৰ দুদিনীয়া বিশেষ শীতকালীন অধিৱেশন। বিশেষ বাজেট নিৰ্ধাৰণ কৰা হ’ব এই অধিৱেশনত। বিগত দুটা মাহত মুখ্যমন্ত্ৰী পৱন চামলিঙৰ ঘোষণাসমূহ কাৰ্যকৰী কৰাৰ বাবে এই বাজেট নিৰ্ধাৰণ কৰা হব। ‘এটা পৰিয়াল এটা চাকৰি’ আঁচনিৰ…
আৰু পঢ়ক...

বোকাখাতত আৰক্ষীৰ জালত বাইকসহ তিনি দুৰ্ধৰ্ষ চোৰ

বোকাখাত আৰক্ষীৰ চোৰৰ বিৰুদ্ধে অভিযান। অভিযানত আৰক্ষীৰ জালত বাইকসহ তিনি দুৰ্ধৰ্ষ চোৰ। ধৃত চোৰকেইটা বোকাখাতৰ ওমৰ আলী, ৰাজা আলী আৰু পৰেশ কুটুম। আটকাধীন তিনি চোৰক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। চোৰকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে এখন…
আৰু পঢ়ক...

দেওবাৰৰ পৰা সন্ধানহীন আৰতি-অঞ্জলী, দিছাঙত অব্যাহত আছে উদ্ধাৰ অভিযান

বৰ্তমানেও সন্ধান নাই শিৱসাগৰৰ দিচাঙত সন্ধানহীন হোৱা অঞ্জলি ছেত্ৰী আৰু আৰতি ছেত্ৰী নামৰ দুই যুৱতীৰ। তিনিদিন ধৰি অভিযান চলাইও তেওঁলোকক উদ্ধাৰ কৰিব পৰা নাই অভিযানকাৰী দলে। দুই যুৱতীক বিচাৰি অভিযান চলাইছিল এছ ডি আৰ এফে। বুধবাৰে…
আৰু পঢ়ক...

বিজেপিৰ সব কা চাথ সবকা বিকাশ! নাৰায়ণপুৰত আজিও নাওৰেই চলে অহা যোৱা, চাওক VIDEO

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ চৰকাৰ পৰিবৰ্তন হ'ল ঠিকেই কিন্তু পৰিৱৰ্তন ন'হল ৰাজ্যৰ ভিতৰুৱা অঞ্চলৰ যাতায়ত ব্যৱস্থাৰ৷ স্বাধীনতাৰ ৭ দশকৰ পিছতো সোৱণশিৰি নদীত এখন টুলুঙা নাৱেই যাতায়তৰ একমাত্ৰ ভৰসা লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ টিকিৰাই-ডিক্ৰংমুখ অঞ্চলৰ…
আৰু পঢ়ক...

ৰাফেল চুক্তিক লৈ কংগ্ৰেছে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ বিজেপিৰ, গুৱাহাটীত প্ৰতিবাদ

ৰাফেল বিমান ক্ৰয় সংক্ৰান্তত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ। বুধবাৰে গুৱাহাটীত বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী। ৰাজীৱ ভৱন ঘেৰাও কৰিব বিজেপিয়ে। গোপাল বড়ো হাইস্কুলৰ পৰা ৰাজীৱ ভৱনলৈকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব…
আৰু পঢ়ক...

১ মিনিটত ২৫ খবৰ

১. 'কোহলী আৰু মোদী নিজ নিজ ক্ষেত্ৰত এজন অভিজ্ঞ খেলুৱৈ,তাত কাৰো সন্দেহ থাকিব নালাগে' -বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে মঙলবাৰে কৰিলে এই মন্তব্য। ২. দিল্লীৰ পৰা উত্তৰপ্ৰদেশলৈ ২০১৯ ত চলিব নতুন শীত-তাপ নিয়ন্ত্ৰিত ৰে'ল। মঙলবাৰে ৰেল বিভাগে কৰিলে এই…
আৰু পঢ়ক...

মণিপুৰৰ খুদেংথাবিত ৩৬খন সোণৰ বিস্কুটসহ এজনক গ্ৰেপ্তাৰ

বুধবাৰে মণিপুৰৰ খুদেংথাবিত ৩৬খন সোণৰ বিস্কুটসহ এজনক গ্ৰেপ্তাৰ। জব্দ হোৱা সোণৰ বিস্কুটখিনিৰ মূল্য প্ৰায় ১.৮ কোটি টকা। অসম ৰাইফলছৰ অভিযানত এখন মাৰুতী ভানৰ পৰা জব্দ হৈছে সোণখিনি। ম’ৰেৰ পৰা ইম্ফললৈ সোণখিনি লৈ গৈছিল মাৰুতী ভানখনত।…
আৰু পঢ়ক...

ওদালগুৰি চহৰত ব্যৱসায়ীসকলৰ স্বতঃস্ফূৰ্ত বন্ধ পালনেৰে প্ৰতিবাদ

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি চহৰখনত একে সময়তে তিনিখনকৈ বাণিজ্যিক মেলা অনুষ্ঠিত কৰাৰ অনুমতি দিয়াৰ প্ৰতিবাদত মঙলবাৰে স্বতঃস্ফূৰ্ত বন্ধৰ কাৰ্যসূচী ৰূপায়ণ কৰে স্থানীয় ব্যৱসায়ীসকলে। মঙলবাৰে ওদালগুৰিৰ স্থানীয় ব্যৱসায়ীসকলে নিজৰ নিজৰ ব্যৱসায়ী…
আৰু পঢ়ক...