শেহতীয়া খবৰ
ভৰলুত ছুইফট ডিজায়াৰে মহতিয়ালে শিশুসহ ৮জনক  •  তিতাবৰত মাতৃক ঘপিয়াই হত্যা সুৰামত্ত পুত্ৰৰ  •  ত্ৰিপুৰাত আগতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বৃহৎ সাফল্য  •  মৰিগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস  •  গুৰুজনাৰ সংস্কৃতিৰ ৰক্ষাৰ বাবে চেঞ্চৰ বৰ্ডৰ প্ৰয়োজনঃ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী  •  স্বল্পবসনা নৰ্তকীক বিশ্বকৰ্মাৰ মূৰ্তি বিসৰ্জন পৰ্বত ৰাজহুৱা চুম্বন, শিৱসাগৰত প্ৰতিক্ৰিয়া  •  শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, আমাৰ পৰম গুৰু...  •  কৰ্তব্য এৰি নচাত ব্যস্ত আৰক্ষী, তদন্তৰ নিৰ্দেশ উৰ্ধতম কৰ্তৃপক্ষৰ, চাওঁক ভিডিঅ’  •  শ্বিলঙত হাতত ঝাড়ু তুলি চাফাই অভিযানত নামিল কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰ  •  বাগৰিত দুখন অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ

সাময়িকভাৱে স্থগিত ১০২ আৰু ১০৮ৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদ

সাময়িকভাৱে স্থগিত ১০৮ আৰু ১০২ৰ জৰুৰীকালীন সেৱাৰ কৰ্মীৰ প্ৰতিবাদ। মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ আহ্বানত এই সিদ্ধান্ত গ্ৰহণ কৰ্মচাৰীসকলৰ। ২১ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰে এক বৈঠকত মিলিত হ’ব কৰ্মচাৰীসকল।…
আৰু পঢ়ক...

হাগ্ৰামাৰ দলক লুণ্ঠনকাৰীৰ দল আখ্যা ইউপিপিএলৰ

ডিজিটেল সংবাদ, শালবাৰীঃ বিপিএফ দলে বিটিএডিত কেৱল লুণ্ঠন চলাইছে। এই দলটোক এইবাৰ ৰাইজে উচিত শিক্ষা দিব। বিটিচিৰ একমাত্ৰ বিৰোধী দল ইউনাইটেড পিপুলছ পাৰ্টি লিবাৰেল চমুকৈ ইউপিপিএলৰ তৃতীয় বাৰ্ষিক অধিৱেশনত এই মন্তব্য কৰে দলটোৰ কেবাগৰাকী নেতাই।…
আৰু পঢ়ক...

খানাপাৰাত উপায়ুক্তৰে মুখ্যমন্ত্ৰীৰ বিশেষ বৈঠক

ডিজিটেল সংবাদ, গুৱাহাটী: খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰ মহাবিদ্যালয়ত মঙলবাৰে উপায়ুক্তসকলৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বৈঠকত চৰকাৰৰ অভিলাষী আঁচনি আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ সন্দৰ্ভত বিতংভাৱে…
আৰু পঢ়ক...

বিচিত্ৰ সংসাৰ! কাৰাগাৰৰ পৰাই বিবাহ বিচ্ছেদৰ যো-জা কন্যাহন্তা স্বামী-স্ত্ৰীৰ

ডিজিটেল ডেস্কঃ দেশবাসীয়ে তেওঁলোকক হত্যাকাৰী বুলিয়েই জানে। এলাপেছা হত্যাকাৰী নহয়, কন্যা হত্যাকাৰী। কন্যা হত্যাৰ অভিযোগত স্বামী-স্ত্ৰী দুয়ো আৱদ্ধ কাৰাগাৰৰ বন্ধ কুঠৰীত। এসময়ত সংবাদ মাধ্যমৰ ওপৰত চলিছিল দুয়োৰে অবাধ ৰাজত্ব। এতিয়া তেওঁলোক নিজেই…
আৰু পঢ়ক...

বুধবাৰে যোৰহাটতো ড্ৰাই ডে

কামৰূপ মেট্ৰত পাছতে বুধবাৰে যোৰহাটতো ড্ৰাই ডে ঘোষণা। জিলাখনৰ সকলো সুৰাৰ বিপনী বন্ধৰ নিৰ্দেশ যোৰহাট প্ৰশাসনৰ। সুৰাৰ বিপনীৰ লগতে পাইকাৰী পণ্যাগাৰ আৰু উৎপাদন কেন্দ্ৰয়ো থাকিব বন্ধ। নিৰ্দেশ অমান্য কৰিলে কঠোৰ শাস্তি প্ৰদানৰ ঘোষণা…
আৰু পঢ়ক...

ডকমকা কাণ্ডৰ ৪৭ অভিযুক্তক ডিফুৰ পৰা নগাঁও কাৰাগাৰলৈ স্থানান্তৰ

ডিজিটেল সংবাদ, নগাঁওঃ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী ডকমকা কাণ্ড গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতৰ পৰা নগাঁও আদালতলৈ স্থানান্তৰ কৰাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। এই অনুযায়ী মঙলবাৰে দিনৰ ভাগত ৰাজ্য জোকাৰি যোৱা উক্ত নৃশংস কাণ্ডৰ…
আৰু পঢ়ক...

আৰক্ষীৰে ধনৰ লেনদেন সুবোধ বিশ্বাসৰ! জামিন মঞ্জুৰক লৈ ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল ডেস্কক…

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীৰ অৱহেলাৰ বাবেই অসমীয়া জাতিক পদানত কৰাৰ চেষ্টা চলোৱা সুবোধ বিশ্বাস আজি ৰঙাঘৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সমৰ্থ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে চিলাপথাৰ কাণ্ডৰ মূল খলনায়কজনৰ জামিন মঞ্জুৰ…
আৰু পঢ়ক...

‘আমাক চাউল দিয়ক’ শ্ল’গানেৰে উত্তাল কামপুৰ

ডিজিটেল সংবাদ, কামপুৰঃ চাউলক লৈ কৰা প্ৰতিবাদত মঙলবাৰে উত্তপ্ত হৈ পৰে নগাঁও জিলাৰ কামপুৰ। নীতি বৰ্হিভূতভাৱে খাদ্য সুৰক্ষা আঁচনিৰ চাউল বন্ধ কৰি ৰখাৰ পৰিপ্ৰেক্ষিত একাংশ হিতাধিকাৰীয়ে আমাক চাউল দিয়ক, আমাক চাউল লাগিবই আদি শ্ল'গানেৰে উত্তাল কৰি…
আৰু পঢ়ক...

‘পেটত গামোছা বান্ধি আৰু কিমানদিন কম্পিউটাৰ চলাম?’

ডিজিটেল সংবাদ, গোলাঘাটঃ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত ৰাজ্যত অব্যাহত আছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম। এফালে নাগৰিকপঞ্জীৰ কাম খৰতকীয়া কৰাৰ নিৰ্দেশ, আনফালে বিনা বেতনে কৰ্মচাৰীক কাম কৰিবলৈ বাধ্য কৰিব বিচৰা হৈছে। গোলাঘাট জিলাত…
আৰু পঢ়ক...

বোকাখাতত বাঢ়নী পানীত পৰি  যুৱকৰ মৃত্যু

বোকাখাতত অঘটন। ডিফলুপথাৰত বিহদিয়া বিলৰ বাঢ়নী পানীত পৰি যুৱকৰ মৃত্যু। যুৱকজনৰ নাম চুটু মাঝি। এছ ডি আৰ এফে উদ্ধাৰ কৰে মৃতদেহটো।
আৰু পঢ়ক...