শেহতীয়া খবৰ
কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া  •  নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন  •  গালি নহয়, ‘নতুন প্ৰজন্ম’ক দিয়ক হাত তালি  •  ভাইৰাছেৰে আকাশ চুলে অসম এনচিচিৰ এয়াৰ উয়িঙে  •  টিউবেলৰ পানীত বিহ, ৩ পৰিয়ালৰ ১৫ সদস্যাক হত্যাৰ অপচেষ্টা  •  বাক্সাত অজগৰ উদ্ধাৰ  •  প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত  •  মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত গোলাঘাটত যুৱ-ছাত্ৰৰ অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ, গোলাঘাটঃ অসমত শীঘ্ৰে আন্ত:ৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে আজি গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। এই প্ৰতিবাদী…
আৰু পঢ়ক...

অনিয়মীয়া  বিদ্যুৎ যোগান, কলিয়াবৰত আছুৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, কলিয়াবৰঃ ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে বাস্তৱত সেয়া সম্ভৱ কৰি তুলিবলৈ অসমৰ্থ হোৱাত ক্ষুব্ধ হৈ পৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজ তথা দল-সংগঠন। কলিয়াবৰতো…
আৰু পঢ়ক...

শদিয়াত জলকীয়া খাই মাতৃ-কন্যাৰ কৰুণ মৃত্যু

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ শদিয়াৰ অম্বিকাপুৰ মিলনপুৰ পতিয়া গাঁৱৰ এটা পৰিয়ালত অতি কৰুণ ঘটনা সংঘটিত হৈছে। চাৰিদিন পূৰ্বে ঔটেঙা, কচু আৰু শুকান জলকীয়াৰে সৈতে ভাত খোৱাৰ পিছতে আনন্দ বৰা নামৰ ব্যক্তিগৰাকীৰ পত্নী, দুই কন্যা আৰু…
আৰু পঢ়ক...

কাৰ্যালয়ত তলা ওলমাই অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে প্ৰতিবাদ কামপুৰবাসীৰ

ডিজিটেল সংবাদ, কামপুৰঃ দীৰ্ঘদিন ধৰি নিয়মীয়া বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হৈ অহাত ক্ষুব্ধ হৈ পৰিছে নগাঁও জিলাৰ বৃহত্তৰ কামপুৰ অঞ্চলৰ ৰাইজ। ক্ষোভিত ৰাইজে সোমবাৰে বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।…
আৰু পঢ়ক...

ভুৱা লিংকে জ্বলা-কলা খুৱাইছে ডি.এল.এডৰ প্ৰশিক্ষাৰ্থী শিক্ষকক

ডিজিটেল সংবাদ, তুলসীবাৰীঃ কেন্দ্ৰীয় চৰকাৰৰ মানব সম্পদ মন্ত্ৰালয়ে ২০০১ চনৰ পৰৱৰ্তী সময়ত চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলৰ বাবে ডি.এল.এড ৰ প্ৰশিক্ষণ বাধ্যতামূলক কৰাৰ সময়তে একাংশ দুষ্ট চক্ৰই সময়ে সময়ে ভুৱা অপপ্ৰচাৰেৰে শিক্ষকসকলক…
আৰু পঢ়ক...

শ্বুটিঙত ৰূপৰ পদক জয় লক্ষয়ৰ

এছিয়ান গেমছত ভাৰতৰ আৰু এটা পদক। পুৰুষৰ শ্বুটিঙত এই পদক জয়। ৰূপৰ পদক জয় কৰিলে শ্বুটাৰ লক্ষয় শ্বিঅৰনে। লক্ষয়ৰ এই সাফল্যৰ পিছত ভাৰতৰ পদকৰ সংখ্যা ৪টালৈ বৃদ্ধি। এই পৰ্যন্ত ভাৰতে লাভ কৰিছে এটা স্বৰ্ণ, ২টা ৰূপ আৰু ১টা ব্ৰঞ্জ।
আৰু পঢ়ক...

পাকিস্তানী হৈছিল অভিনেতা আদিল হুছেইন!

ডিজিটেল ডেস্কঃ ইউৰোপ মহাদেশৰ এখন দেশ। দেশখনত অভাৱ নাই প্ৰতিভাৰ। লিভ উলমানকে আদি কৰি অভিনয় জগতৰ একাধিক প্ৰতিভাই গৌৰৱান্বিত কৰিছে দেশখনক। তেনে এখন দেশত উজলি উঠিছে এগৰাকী অসমীয়া। এইগৰাকী অসমীয়া আন কোনো নহয়। তেওঁ হৈছে 'লাইফ অব পাই'ৰ জৰিয়তে…
আৰু পঢ়ক...

ফেচবুকত বাজপেয়ীক চৰম অপমান, গহপুৰত আটক যুৱক

ডিজিটেল সংবাদ, গহপুৰঃ যিসময়ত দেশে অটল বিহাৰী বাজপেয়ীৰ দৰে নেতাক হেৰুৱাই শোক ম্ৰিয়মান হৈ পৰিছিল, সেইসময়ত অসমৰ এজন শিক্ষিত যুৱকে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক লৈ ছ’চিয়েল মিডিয়াত লিখিছিল কিছু আপত্তিজনক মন্তব্য। গহপুৰৰ ধেনুধৰা গাঁৱৰ দীপ শৰ্মা…
আৰু পঢ়ক...

ঐতিহাসিক ৰাজগড় আলিৰ দুৰাৱস্থা, বালিজান নৈত আৱদ্ধ বলেৰ’

ডিজিটেল সংবাদ,গহপুৰঃ অসম-অৰুণাচল সীমান্তৰ বালিজান-ৰাজগড়-ইটানগৰ সংযোগী ৰাজগড় আলি পথত থকা বালিজান নৈ পাৰ হ'বলৈ চেষ্টা কৰোঁতে আজি এখন বলেৰ' পানীত আৱদ্ধ হৈ পৰে। পিছত স্থানীয় ৰাইজে এখন টেক্টৰৰ সহায়ত বলেৰ'খন নিৰাপদ স্থানলৈ আনে। উল্লেখ্য যে,…
আৰু পঢ়ক...

‘ইংলিছ ভিংলিছ’ৰ সুজাতা আৰু নাই

ডিজিটেল ডেস্কঃ অভিনেত্ৰী সুজাতা কুমাৰ আৰু নাই। ১৯ আগষ্টৰ নিশা ১১.২৪ বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেত্ৰীগৰাকীয়ে। তেওঁ অভিনয় কৰা উল্লেখযোগ্য ছবি আছিল  ‘ইংলিছ ভিংলিছ’। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল অভিনেত্ৰীগৰাকী। তেওঁ আছিল গায়ক…
আৰু পঢ়ক...