শেহতীয়া খবৰ
পুলৱামা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য  •  সাংস্কৃতিক কৰ্মী ভাস্কৰ দত্তৰ মৃত্যুত শিৱসাগৰত গভীৰ শোক  •  ডাইনী সন্দেহত কোকৰাঝাৰত একে পৰিয়ালৰ ৩ সদস্যক আক্ৰমণ  •  কেবিনেটৰ অনুমোদন, অতীত হ’ব তিনি তালাক  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’ল খুন্দাত নিহত মাতৃ-কন্যা  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  ৰাণা গোস্বামীক এ আই চি চিৰ সম্পাদক নিযুক্তি  •  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ...  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পাঁচ বছৰীয়া কন্যাৰ লগতে মাতৃৰ...

দৌলাশালত আৰ্থ সামাজিক দিশত আত্মসহায়ক গোটৰ ভূমিকা সম্পৰ্কত আলোচনা চক্ৰ

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ দৌলাশালত মঙলবাৰে ট্ৰাইবেল ইন্টিগ্ৰেটেড ডেভেল'পমেন্ট এণ্ড ইডুকেচন ট্ৰাষ্টৰ উদ্যোগত "আৰ্থ সামাজিক দিশত আত্মসহায়ক গোটৰ ভূমিকা" শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়৷ দৌলাশাল উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত…
আৰু পঢ়ক...

অমিত শ্বাহৰ ভাষণ

সততে দেশপ্ৰেমেৰে উদ্বেলিত ভাষণ আওৰোৱা কেন্দ্ৰৰ মূল শাসকীয় দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষগৰাকীয়ে পুলৱামাৰ নৃশংস আক্ৰমণত নিহত দেশৰ ৪৪জনকৈ বীৰ জোৱানৰ চিতাৰ জুই নুনুমাওঁতেই অসমলৈ আহি ক্ষমতাসৰ্বস্ব ৰাজনীতিৰ ভাষণ দিয়াটো সঁচাকৈয়ে আশ্চৰ্যকৰ বিষয়। অধ্যক্ষ…
আৰু পঢ়ক...

মহানগৰীত এছইউভি বাহনৰ শ্ব’ ৰুম মুকলি

ডিজিটেল ডেস্কঃ মহানগৰীৰ ৱালফৰ্ডস্থিত ইণ্ডাষ্ট্ৰিয়েল এণ্ড ফাৰ্ম ইকুইপমেণ্ট শ্ব' ৰুমত মঙলবাৰে মুকলি কৰা হয় মহিন্দ্ৰৰ নতুন চাৰিচকীয়া বাহন এছ ইউ ভি। অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত বাহন খনৰ প্ৰাৰম্ভিক মূল্য ৭ঃ৯০ লাখৰ পৰা ১১ঃ৯৯ লাখ বুলি জানিব পৰা…
আৰু পঢ়ক...

পুৰণিগুদামত দিন দুপৰতে ডকাইতি, আৰোহণ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা দুই লাখ টকা লুট

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অধীনৰ পুৰণিগুদাম পহুকটাত মঙলবাৰে বিয়লি এক দিনডকাইটিৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, আৰোহণ নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰী আনন্দ বৰাই তেওঁৰ প্ৰতিষ্ঠানৰ বাবে দিনটোত সংগ্ৰহ কৰা…
আৰু পঢ়ক...

দ্বিশতাধিক অশীতিপৰ লোকক সম্বৰ্ধনা দৌলাশাল সভা মহোৎসৱত

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ দৌলাশাল শ্ৰীশ্ৰী কানাই ব'লাই সভা মহোৎসৱত সোমবাৰে জ্যেষ্ঠ নাগৰিকৰে অন্তৰংগ আলাপ শীৰ্ষক মনোজ্ঞ আৰু ৰসাল অনুষ্ঠান এটিয়ে সমগ্ৰ অঞ্চলটোতে চৰ্চা লাভ কৰিছে। সভা মহোৎসৱৰ ৰভাস্থলী সোমবাৰে দ্বি-শতাধিক অশীতিপৰ…
আৰু পঢ়ক...

ডাক্তৰ হ’ব বিচাৰে শ্বহীদ জোৱানৰ কন্যাই, দায়িত্ব ল’লে প্ৰিয়ংকা গান্ধীয়ে

ডিজিটেল ডেস্কঃ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত শ্বহীদ হোৱা এগৰাকী জোৱানে কন্যাক লৈ দেখা সপোন পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। শ্বহীদ জোৱান অজিত কুমাৰ আজাদে তেওঁৰ কন্যা ইশাক এগৰাকী চিকিৎসকৰ ৰূপত চোৱাৰ…
আৰু পঢ়ক...

ছলমান খানৰ নতুন ছবিৰ পৰা আঁতৰোৱা হ’ল পাকিস্তানী গায়কে কন্ঠদান কৰা গীত…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত দেশৰ অৰ্থনীতিবিদ, ৰাজনীতিবিদ, সৰ্বসাধাৰণৰ লগতে বলিউদৰ অভিনেতা-অভিনেত্ৰীসকলেও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। সোমবাৰ অজয় দেৱগানে টুইটাৰযোগে তেওঁৰ আগন্তুক ছবি ‘টোটেল ধামাল’ক…
আৰু পঢ়ক...

‘সমগ্ৰ বিশ্বই জানে কাশ্মীৰৰ আক্ৰমণৰ আঁৰত কোন, তাৰ পিছতো কি প্ৰমাণ লাগে ইমৰান খানক?’

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীয়ে চি আৰ পি এফ বাহিনীৰ ওপৰত চলোৱা আক্ৰমণত পাকিস্তান জড়িত থকা বুলি ভাৰতে কৰা অভিযোগ খাৰিজ কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমাৰন খানে। মঙলবাৰে এক সংবাদ মেলত পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে…
আৰু পঢ়ক...

কামাখ্যাত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি গণৰোষত যুৱক… VIDEO

ডিজিটেল ডেস্কঃ পুলৱামা ঘটনাৰ পাছতেই দিনকদিনে বৃদ্ধি পাইছে পাকিস্তানৰ সমৰ্থনত ফেচবুকত পোষ্ট দিয়া লোকৰ সংখ্যা। ‘পাকিস্তান জিন্দাবাদ’ পোষ্ট বা কমেন্ট দি আৰক্ষীৰ জালত পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱক। বাসুগাঁও, অভয়াপুৰীৰ আদি ঠাইৰ লগতে মঙলবাৰে…
আৰু পঢ়ক...

বজালীত বীৰ চিলাৰায় দিৱস পালন, উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বজালীৰ অকয়াৰ ন পুৰিয়া পথাৰত বীৰ চিলাৰায় দিৱস পালন। অসম সাংস্কৃতিক সঞ্চালকালয় আৰু বৰপেটা প্ৰশাসনৰ উদ্যোগত ন পুৰিয়া পথাৰৰ বীৰ চিলাৰায় ক্ষেত্ৰত পালন বীৰ চিলাৰায় দিৱস। অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰঞ্জিত্‍ দাস,…
আৰু পঢ়ক...