শেহতীয়া খবৰ
বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতাৰ দেহাৱসান  •  BFF কাণ্ডৰ পিছত আপোনাৰ ফেচবুকত GRATULAৰ কু-দৃষ্টি  •  ডিপলোঙা কাণ্ডঃ ১১জনক গ্ৰেপ্তাৰ, ৭জনক জেললৈ প্ৰেৰণ  •  ওদালগুৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ দল-সংগঠনৰ  •  বাজপেয়ীৰ আত্মাৰ সদগতি কামনাৰে বটদ্ৰৱা থানত প্ৰাৰ্থনা  •  ৭ ৰাজ্যত বানৰ কাল ৰূপ, কেৰালাত নিহতৰ সংখ্যা ৩২৭লৈ বৃদ্ধি  •  প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ এবছুৰ শ্ৰদ্ধাঞ্জলি  •  নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ  •  মনত পৰিছে আজি, জুইয়ে পোৰা ৮৩’ত তুমি কৈছিলাহি- ‘জয় আই অসম’  •  ২২ আগষ্টলৈকে ইন্টাৰনেট-ফোনকল সকলো ফ্ৰী

জঘন্য, বৰ্বৰ! বাজপেয়ীৰ নশ্বৰ দেহৰ সমুখতে স্বামী অগ্নিৱেশক আক্ৰমণ

ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুক লৈ সমগ্ৰ দেশে ৰাষ্ট্ৰীয় শোক পালন কৰাৰ সময়তে শুকুৰবাৰে সংঘটিত হ’ল এক জঘন্য ঘটনা। যিগৰাকী নেতাই শত্ৰুকো আকোৱালি ল’বলৈ কুণ্ঠাবোধ কৰা নাছিল সেইগৰাকী নেতাক শ্ৰদ্ধাঞ্জলি জনাবলৈ…
আৰু পঢ়ক...

বাংগালুৰুত এলিয়েন! বিস্ফোৰণ, ভূমিকম্পক লৈ ৰহস্য

ডিজিটেল ডেস্কঃ বাংগালুৰুত এলিয়েন। চহৰখনৰ বহুতেই এতিয়া এনেকৈয়ে ভাবিছে। বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিছিল সমগ্ৰ বাংগালুৰু। ভূমিকম্পৰ জোকাৰণি বুলি অধিকাংশই ৰাস্তালৈ ওলাই আহে। কিন্তু ক’ত কি হ’ল তাৰ উত্‍স কোনেও বিচাৰি…
আৰু পঢ়ক...

আজি ‘বিহু সম্ৰাট’ৰ ওপজা দিন

ডিজিটেল ডেস্কঃ অসমৰ সংগীত জগতৰ ভোটাতৰা তথা বিহু সম্ৰাট খগেন মহন্তৰ আজি জন্মদিন। বহুকেইটা কালজয়ী অসমীয়া গীতৰ স্ৰষ্টা খগেন মহন্ত ১৯৪২ চনৰ ১৭ আগষ্টৰ দিনা নগাঁও জিলাৰ বগৰিগুৰিত জন্মগ্ৰহন কৰিছিল। বিহু সম্ৰাটগৰাকীৰ পিতৃৰ নাম হৰেন্দ্ৰ নাথ মহন্ত…
আৰু পঢ়ক...

১০ দিনতে বাজপেয়ী, চেতাৰ্জী আৰু কৰুণানিধিৰ চিৰবিদায়

ডিজিটেল ডেস্কঃ ৭ আগষ্টৰ পৰা ১৬ আগষ্টলৈ মাত্ৰ ১০টা দিনৰ ভিতৰত দেশে হেৰুৱালে ৰাষ্ট্ৰ নিৰ্মাণত জীৱন উৎসৰ্গিত কৰা তিনিগৰাকী প্ৰবীন ৰাজনীতিবিদক। ৰাজনৈতিক ক্ষেত্ৰৰ লগতে সমাজ জীৱনলৈ তেওঁলোকৰ আছিল বিশেষ অৱদান। ৭ আগষ্টত আহিছিল প্ৰথম এই খবৰ। ডি এম…
আৰু পঢ়ক...

আজি পাণবজাৰলৈ নাযাব…

ডিজিটেল সংবাদ, গুৱাহাটীঃ পাণবজাৰলৈ আজি নাযাব। বন্ধ থাকিব সকলো গ্ৰন্থ বিপণী। পুথি প্ৰকাশন সন্থাই সদৰী কৰিছে এই কথা। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ প্ৰতি শেষ শ্ৰদ্ধা জনাই শুকুৰবাৰৰ দিনটোত সমূহ গ্ৰন্থ বিপণী বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে…
আৰু পঢ়ক...

প্ৰধানমন্ত্ৰী হৈ থাকোতে বাজপেয়ীৰ অন্যতম পৰামৰ্শদাতা আছিল এজন অসমীয়া!

ডিজিটেল ডেস্কঃ আজি বাজপেয়ীৰ মহাপ্ৰস্থানৰ পাছত তেওঁৰ নাম কোনেও লোৱা নাই। কিন্তু এইজন অসমীয়া আই এ এছ বিষয়াৰ সৈতে তদানীন্তন প্ৰধানমন্ত্ৰী বাজপেয়ী আছিল অতি ঘনিষ্ঠ। ১৯৭১ চনত অসম-মেঘালয় কেডাৰত আই এ এছ বিষয়াগৰাকীক প্ৰধানমন্ত্ৰী কাৰ্যালয়ত অতি…
আৰু পঢ়ক...

বাজপেয়ীৰ অন্তিম যাত্ৰা আৰম্ভ

ডিজিটেল ডেস্কঃ দিল্লীস্থিত বাজপেয়ীৰ বাসগৃহৰ পৰা তেওঁৰ নশ্বৰ দেহ বিজেপিৰ মুখ্যকাৰ্যালয়লৈ নিয়া সময়ত লক্ষাধিক লোকে অংশ লয় এই সমদলত।অটল বিহাৰী বাজপেয়ী অমৰ হওঁক, বন্দে মাতৰম ধ্বনি দি আগবাঢ়িছে তেওঁৰ অন্তিম যাত্ৰা। আবেলি ৪ বজালৈকে বিজেপিৰ…
আৰু পঢ়ক...

বাজপেয়ীৰ কাষলৈ সকলো আহিছে, ৰাজেন গোহাঁই পিছে ক’ত?

ডিজিটেল ডেস্কঃ ১৯৮৩চনত নগাঁৱলৈ আহিছিল বাজপেয়ী। অসমৰ বহু ছাত্ৰ নেতা তথা সেই সময়ৰ জাতীয়তাবাদী শিবিৰৰ নেতাৰ সৈতে বাজপেয়ীৰ আছিল সুসম্পৰ্ক। অমস আন্দোলনৰ সময়ত বাজপেয়ীয়ে আছিল উৎসাহ আৰু প্ৰেৰণাৰ প্ৰতীক। আজি অন্তিম বিদায় দিবলৈ সেয়ে অসমৰ পৰাও…
আৰু পঢ়ক...

কেৰালাত অধিক ভয়াৱহ বান পৰিস্থিতিঃ পানীৰ তলত বিমান

ডিজিটেল ডেস্কঃ কেৰালাৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে। কেৱল ঘৰ-দুৱাৰেই যে বানত ডুব গৈছে এনে নহয়। বানত ডুব গৈছে বিমান বন্দৰত থকা বিমানো। কেবা দিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ নদীবান্ধসমূহৰ জলধাৰত থকা পানীপৃষ্ঠও আকৌ বিপদজনকভাৱে…
আৰু পঢ়ক...

পুৱাই গুৱাহাটী শোধনাগাৰৰ সন্মুখত শ্ৰমিকৰ প্ৰতিবাদ

ডিজিটেল ডেস্কঃ আজি গুৱাহাটী শোধনাগাৰৰ ইউনাইটেড ৱৰ্কমেন ইউনিয়নে পুৱাই শোধনাগাৰৰ মুখ্যদ্বাৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। ৮ শতাধিক শ্ৰমিকে এই কাৰ্যসূচীত অংশ লয়। তেওঁলোকৰ প্ৰাপ্যৰ দাবীত শ্ৰমিকসকলে ধৰ্ণা প্ৰদান কৰে। এই ধৰ্ণা কাৰ্যসূচীত…
আৰু পঢ়ক...