শেহতীয়া খবৰ
কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া  •  নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন  •  গালি নহয়, ‘নতুন প্ৰজন্ম’ক দিয়ক হাত তালি  •  ভাইৰাছেৰে আকাশ চুলে অসম এনচিচিৰ এয়াৰ উয়িঙে  •  টিউবেলৰ পানীত বিহ, ৩ পৰিয়ালৰ ১৫ সদস্যাক হত্যাৰ অপচেষ্টা  •  বাক্সাত অজগৰ উদ্ধাৰ  •  প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত  •  মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

লালকিল্লাৰ পৰা কাইলৈ গুগলে ‘লাইভ’ কৰিব মোদীৰ ভাষণ

ডিজিটেল ডেস্কঃ কেইঘন্টা মানৰ পাছতে সমগ্ৰ দেশে উদযাপন কৰিব ৭২ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতা দিৱসৰ বাবে কেন্দ্ৰই কৰিছে বিয়াগোম আয়োজন। ইণ্ডিয়া গেটৰ পৰা লালকিল্লালৈকে সকলোবোৰ সজাই পৰাই তোলা হৈছে নতুন ৰূপত। এই আনন্দৰ মাজতে আহিছে আন এক…
আৰু পঢ়ক...

কাকপথাৰত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক

ডিজিটেল সংবাদ, কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন। অঞ্চলটোত অবৈধ দেশী-বিদেশী সুৰাৰ প্ৰচলনৰ সমান্তৰালকৈ ড্ৰাগছ, কানিৰ অবাধ প্ৰচলনেও উঠি অহা প্ৰজন্মক বিপথে পৰিচালিত কৰি শৈক্ষিক…
আৰু পঢ়ক...

নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ বন্ধ হ’ব ইণ্টাৰনেট

ডিজিটেল ডেস্কঃ নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ চাব নোৱাৰিব ইণ্টাৰনেট। অনলাইন ভিডিঅ’ আৰু ছ’চিয়েল মিডিয়াৰ পৰা আসক্তি দূৰ কৰিবৰ বাবেই এই সিদ্ধান্ত গ্ৰহণৰ যো-জা চলাইছে চৰকাৰে। অৱশ্যে ভয় খোৱাৰ কোনো কাৰণ নাই। কিয়নো এই সিদ্ধান্ত ভাৰত চৰকাৰৰ নহয়।…
আৰু পঢ়ক...

নগাঁৱত আত্মীয়ৰ পিণ্ড দিবলৈ গৈ এজনৰ সলিল সমাধি

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলাৰ বৰভেটিত আত্মীয়ৰ পিণ্ড দিবলৈ গৈ এজন লোকৰ সলিল সমাধি ঘটা ঘটনাই শোকৰ ছাঁ পেলাইছে। প্ৰাপ্ত বাতৰি মতে, মঙলবাৰে দুপৰীয়াৰ ভাগত জোনৰাম নাথ নামৰ লোকজনে ধৰ্মীয় বিধি অনুযায়ী আত্মীয়ৰ পিণ্ড দিবলৈ পুখুৰীলৈ গৈছিল।…
আৰু পঢ়ক...

জনতাৰ হৃদয় জিনিবলৈ ৰাহুল গান্ধীৰ নতুন কৌশল

ডিজিটেল ডেস্কঃ ২০১৯ৰ নিৰ্বাচনৰ বাবে ককাঁলত টঙালি বান্ধিছে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে। ৰোড শ্ব'ৰ পৰা আৰম্ভ কৰি বিভিন্ন সভা-সমিতি সম্বোধন কৰাত খুবেই ব্যস্ত সভাপতিগৰাকী। অহা ১৮ আগষ্টত ৰাহুল গান্ধীয়ে ১৫০০ জন অধ্যাপকৰ সৈতে ৰাজধানী দিল্লীৰ…
আৰু পঢ়ক...

আকৌ ১৫ আগষ্ট… কোনে শুনিব ১৩ শ্বহীদ পৰিয়ালৰ বিননি

ডিজিটেল সংবাদ, ঢেকীয়াজুলিঃ দেশে উদযাপন কৰিবলৈ লোৱা ৭২সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পুনৰ এবাৰ ৪২ৰ গণ আন্দোলনত প্ৰাণ আহুতি দিয়া ঢেকীয়াজুলিৰ ১৩গৰাকীকৈ মহান শ্বহীদৰ পৰিয়ালসমূহৰ কৰুণ জীৱন গাঁথা পোহৰলৈ আহিছে৷ চৰকাৰী পক্ষই বাৰে  বাৰে এই সকল…
আৰু পঢ়ক...

এন আৰ চিৰ ৰাজনীতি

অসমৰ এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াক লৈ নতুন দিল্লীৰ শাসকসকল অকণো দায়িত্বশীল নহয়। বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে এন আৰ চিৰ সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰা ৪০ লাখ লোকক বাংলাদেশী অনুপ্ৰৱেশকাৰী আখ্যা দিয়াৰ পিছত এইবাৰ খোদ প্ৰধানমন্ত্ৰী মোডীয়ে মুখ…
আৰু পঢ়ক...

চত্তীছগড়ৰ ৰাজ্যপাল বলৰামজীৰ দেহাৱসান

ডিজিটেল ডেস্কঃ চত্তীছগড়ৰ ৰাজ্যপাল বলৰামজী দাস তণ্ডুনৰ আজি দিনৰ ২:১০ বজাত মৃত্যু হয়। ৯০ বছৰ বয়সত ডা° বি আৰ আম্বেদকাৰ হাস্পতালত দেহাৱসান ঘটে ৰাজ্যপালগৰাকীৰ। ভাৰতীয় জনতা পাৰ্টীৰ পিতৃ স্বৰূপ জনসংঘৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল তণ্ডুন। ২০১৪…
আৰু পঢ়ক...

ভাৰতৰ কোন কোন যাব ইমৰাণৰ শপত গ্ৰহণলৈ?

ডিজিটেল ডেস্কঃ পাকিস্তানৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ১৮ আগষ্টত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ পাইছিল প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ, নৱজোৎ সিং সিদ্ধু আৰু কপিল দেৱে। এসময়ৰ একেখন খেলপথাৰৰ প্ৰতিদ্বন্দী সতীৰ্থ…
আৰু পঢ়ক...

৩০ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিয়াক লৈ উত্তপ্ত বাতাবাৰী

ডিজিটেল সংবাদ, গোৱালপাৰাঃ এখন বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতিৰ নাভূত-নাশ্ৰুত কাণ্ডই সকলোৰে চকু কপালত উঠোৱাৰ লগতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সভাপতিজনে কোনো নিয়ম-নীতি নামানি বলপূৰ্বকভাৱে ৩০ জনকৈ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাৰ পৰা উলিয়াই…
আৰু পঢ়ক...