শেহতীয়া খবৰ
আহোম স্বৰ্গদেউ পূৰন্দৰ সিংহৰ পৰিনাতিৰ দেহাৱসান  •  জাজৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন  •  ১৬১ ৰানতে অলআউট ইংলেণ্ড, তৃতীয় টেষ্টত আশা সজীৱ ভাৰতৰ  •  সাংবাদিক মনোজৰ মহানুভৱতা, কন্যাৰ বিয়া বাতিল কৰি বানাক্ৰান্তলৈ আগবঢ়ালে সমস্ত ধন  •  অৱশেষত কেৰালাৰ বানত আক্ৰান্ত অসমীয়াসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি  •  গহপুৰৰ ককিলাত সৰ্প দংশনত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু  •  পথৰ দুৰৱস্থা, কামপুৰত আধা বাটতে সন্তান প্ৰসৱ  •  শিয়ালমাৰীত উদ্ধাৰ কলিয়াবৰৰ চুৰি টাটা মোবাইল  •  জাকাৰ্টাৰ এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক  •  বান বিধ্বস্ত কেৰালাত কেনে আছে অসমৰ ডেকাসকল?

পাকিস্তানৰে কি সম্পৰ্ক ধেমাজিৰ?

ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশ পাকিস্তান আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত ধেমাজি জিলাৰ মাজত আছে এক সাদৃশ্য। বহুতে কথাটো মন কৰা নাই। দৃষ্টিগোচৰ হোৱা নাই কাৰোৰে। ৩,২২৩বৰ্গ কিঃমিঃ মাটি-কালিৰে গঠিত ধেমাজি জিলাৰ বৰ্তমান জনসংখ্যা ৬,৮৮,০৭৭জন।…
আৰু পঢ়ক...

৪৩ সাহিত্যিকলৈ সাহিত্যিক পেঞ্চন ঘোষণা

ডিজিটেল ডেস্কঃ আগন্তুক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰে ৰাজ্যখনৰ ৪৩ গৰাকী সাহিত্যিকৰ নাম ২০১৮-১৯ বৰ্ষৰ সাহিত্যিক পেঞ্চনৰ বাবে ঘোষণা কৰিছে। সোমবাৰে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা অধিসূচনা অনুলৰি এই সাহিত্যিকসকল হৈছে ক্ৰমে ড০ উত্তম চন্দ্ৰ পাঠক…
আৰু পঢ়ক...

কেৰালাৰ পিছত এইবাৰ হিমাচলত বান, ১৮ জনৰ মৃত্যু

ডিজিটেল ডেস্কঃ দক্ষিণ ভাৰতৰ পিছত এইবাৰ বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে উত্তৰ ভাৰতৰ হিমাচল প্ৰদেশত। দেওবাৰৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানত ৰাজ্যখনত এই পৰ্যন্ত নিহত হৈছে অতি কমেও ১৮ জনকৈ লোক। সোমবাৰে ৰাজ্যখনৰ কিনাউৰ জিলাত বানে এখন…
আৰু পঢ়ক...

চীনত ছপাইছিল ভাৰতৰ ২০০০ টকীয়া নোট!

ডিজিটেল ডেস্কঃ দৈনন্দিন আপুনি ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী নিৰ্মাণৰ পাছত এইবাৰ চীনে ছপা কৰিছে আপোনাৰ জেপত থকা নোট খনো। অবৈধ উপায়েৰে নহয়, বৈধভাৱেই চীনে প্ৰস্তুত কৰিছে ভাৰতৰ নোট। আচৰিত ধৰণে ভাৰতৰ বৰ্তমানৰ চৰকাৰেই চীনা প্ৰতিষ্ঠানক দিছে…
আৰু পঢ়ক...

ৰাজ্যৰ ২০গৰাকী জ্যেষ্ঠ সাংবাদিকলৈ সাংবাদিক পেঞ্চন

ডিজিটেল ডেস্কঃ আগন্তুক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰে সাংবাদিক পেঞ্চন আঁচনিৰ অধীনত ২০১৮-১৯ বৰ্ষৰ বাবে ২০গৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিকৰ নাম সাংবাদিক পেঞ্চনৰ বাবে ঘোষণা কৰিছে। ৰাজ্য চৰকাৰে আজি প্ৰকাশ কৰা এক অধিসূচনা মতে, এই পেঞ্চন লাভ কৰা…
আৰু পঢ়ক...

তেজপুৰত উদ্ধাৰ দুদিন ধৰি সন্ধানহীন ব্যক্তিৰ মৃতদেহ

ডিজিটেল সংবাদ, তেজপুৰঃ তেজপুৰৰ গটঙাত আজি বিয়লি এটা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ৷ মৃতদেহটো তেজপুৰ গটঙা তামুলীজানৰ নিবাসী ৰমণীকান্ত ভূঞা (৪৮) বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে যোৱা শনিবাৰৰ পৰা…
আৰু পঢ়ক...

বিশ্বৰ বিশিষ্ট মাৰ্ক্সবাদী নেতা সমীৰ আমিনৰ দেহাৱসান

ডিজিটেল ডেস্কঃ বিশিষ্ট মাৰ্ক্সবাদী নেতা সমীৰ আমিন আৰু নাই। ৮৬বছৰ বয়সত পেৰিচত শেষ নিশ্বাস ত্যাগ কৰা কমিউনিষ্ট প্ৰবক্তাই। ১৯৩১চনৰ ৩ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল সমীৰ আমিনে। পেৰিচতে শিক্ষা জীৱন আৰম্ভ কৰা আমিনে ১৯৫৭জনত ফ্ৰান্স কমিউনিষ্ট…
আৰু পঢ়ক...

লাডাখত আকৌ বাজিছে চীন-ভাৰতৰ যুদ্ধৰ দামামা

ডিজিটেল ডেস্কঃ সীমান্তত পুনৰ যুদ্ধংদেহী হৈ পৰিছে চীন। বিদেশমন্ত্ৰী সুষমা স্বৰাজৰ দাবী তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন নীতিক এক প্ৰকাৰ অসাৰ প্ৰতিপন্ন কৰি এসপ্তাহ পূৰ্বে ভাৰতৰ মাটিত অনুপ্ৰৱেশ কৰে চুবুৰীয়া ৰাষ্ট্ৰখনৰ সেনাই। ভাৰতীয় সেনাৰ…
আৰু পঢ়ক...

বীৰেন্দ্ৰ নাথ দত্ত অসুস্থ, খবৰ ল’লে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টাই

ডিজিটেল ডেস্কঃ বিশিষ্ট লোকসংস্কৃতি, সাহিত্যিক বীৰেন্দ্ৰ নাথ দত্ত অসুস্থ। এই বিশিষ্ট সাহিত্যিকগৰাকীৰ আজি স্বাস্থ্যৰ খবৰ লয় মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ বাসগৃহলৈ মুখ্যমন্ত্ৰীৰ হৈ…
আৰু পঢ়ক...

একত্ৰিত আমছুঃ নগাঁৱত কেন্দ্ৰীয় সধাৰণ সম্পাদকক উষ্ম আদৰণি  

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ যি সময়ত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) দুটা গোটত বিভাজিত হৈ অসমৰ ৰাইজৰ সমালোচনাৰ সন্মুখীন হৈছিল আৰু আমছুৰ একাংশ বিষয়ববীয়াই পদত্যাগ কৰিবলৈ বাধ্য হৈছিল, সেই সময়তে আমছুৰ বিভাজিত গোট দুটা পুনৰ একত্ৰিত হোৱা খবৰে…
আৰু পঢ়ক...