শেহতীয়া খবৰ
কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া  •  নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন  •  গালি নহয়, ‘নতুন প্ৰজন্ম’ক দিয়ক হাত তালি  •  ভাইৰাছেৰে আকাশ চুলে অসম এনচিচিৰ এয়াৰ উয়িঙে  •  টিউবেলৰ পানীত বিহ, ৩ পৰিয়ালৰ ১৫ সদস্যাক হত্যাৰ অপচেষ্টা  •  বাক্সাত অজগৰ উদ্ধাৰ  •  প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত  •  মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

খানাপাৰাৰ পৰা মুখ্যমন্ত্ৰীৰ ভাষণ…

পুৱা ৯.৩৭ বজাতঃ 'ভাৰত মাতা কি জয়' শ্লগানেৰে সামৰণি মাৰিলে মুখ্যমন্ত্ৰীৰ ভাষণ। পুৱা ৯.৩৫ বজাতঃ আগন্তুক দিনত চৰকাৰৰ কাম-কাজৰ ওপৰত ৰাইজে চোকা দৃষ্টি ৰাখকঃ মুখ্যমন্ত্ৰী। পুৱা ৯.৩৪ বজাতঃ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম আমি সকলো এটি পৰিয়ালৰ…
আৰু পঢ়ক...

খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ

খানাপাৰাত ৭২ সংখ্যাক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰীৰ। ভাষণত ক'লে খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাত প্ৰতিশ্ৰুতিৱদ্ধ চৰকাৰ। এন আৰ চি প্ৰসংগই স্থান পালে মুখ্যমন্ত্ৰীৰ ভাষণত। ঐক্য-সম্প্ৰীতি-সমন্বয় ৰক্ষাৰ বাবে ৰাইজক ধন্যবাদ।…
আৰু পঢ়ক...

নুনমাটি জাতীয় বিদ্যালয়ত স্বাধীনতা দিৱস উদযাপন

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসৰ উপলক্ষে নুনমাটিস্থিত জাতীয় বিদ্যালয়তো বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠান পৰিবেশন কৰে। বিশেষকৈ দেশপ্ৰেমমূলক সংগীতানুষ্ঠানে উপস্থিত সকলোৰে মন চুই যায়।…
আৰু পঢ়ক...

লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন প্ৰধানমন্ত্ৰীৰঃ LIVE Updates

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশে আজি ৭২ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। দিল্লীত স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। পুৱা ৯.১৪ বজাতঃ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা…
আৰু পঢ়ক...

আজি দিনৰ ১২.৩০ বজাত ‘প্ৰতিদিন টাইম’ত ‘ৰক্তবীজ’

ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱস উপলক্ষে আজি দিনৰ ১২.৩০ বজাত সাদিন-প্ৰতিদিন গোষ্ঠীৰ ভগ্নী চেনেল 'প্ৰতিদিন টাইমত' প্ৰথমবাৰলৈ উপভোগ কৰিবলৈ পাব বছৰটোৰ সৰ্বশ্ৰেষ্ঠ ছবি 'ৰক্তবীজ'। ইতিমধ্যে অসমৰ ছবিগৃহত মুক্তি পোৱা ছবিখন প্ৰথমবাৰলৈ প্ৰতিদিন টাইমত…
আৰু পঢ়ক...

এটা ক্লিকতে প্ৰিয়জনলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা…

স্বাধীনতা দিৱস। আপুনিও হয়তো প্ৰিয়জনক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিব। আজিকালি মানুহৰ এছ এম এছ লিখাৰো সময় নাইকিয়া হ’ল। এখন ফটো দিয়েই আপুনি প্ৰিয়জনক শুভেচ্ছা জনাব পাৰে স্বাধীনতা দিৱসৰ। স্বাধীনতা দিৱসত আপুনি প্ৰিয়জনক শুভেচ্ছা জনাবলৈ…
আৰু পঢ়ক...

স্বাধীনতাঃ সুধাকণ্ঠৰ সেই গীতটো…

'ভাৰত আকাশত হাঁহে স্বাধীনতাৰ ঊষাৰ প্ৰতীক চিকমিক স্বাধীনতা জিকমিক স্বাধীনতা ভাৰতৰ বুকুত নতুন উছাহ নতুন প্ৰতিজ্ঞা লৈ পূৰ্ণ স্বাধীনতা আমাৰো লক্ষ্য আগবাঢ়ি যাওঁ শত শ্বহীদৰ কাম্য চিকমিক স্বাধীনতা জিকমিক স্বাধীনতা’ ✿ ড০ ভূপেন হাজৰিকা
আৰু পঢ়ক...

মহানগৰীৰ চানমাৰিত প্ৰাচী ‘ছুইটছ’ত উত্তপ্ত পৰিস্থিতি

মহানগৰীৰ চানমাৰিত মিঠাইৰ দোকানত উত্তপ্ত পৰিস্থিতি। 'প্ৰাচী ছুইটছ' নামৰ দোকানখনত ভেজাল মিঠাই বিক্ৰীৰ অভিযোগ গ্ৰাহকৰ। খাদ্য সুৰক্ষা বিভাগক জনালে ক্ষুব্ধ গ্ৰাহকসকলে। দোকানখনৰ স্বত্বাধিকাৰী বিনোদ আগৰৱালাৰ বিৰুদ্ধে কৰ ফাঁকিৰো…
আৰু পঢ়ক...

এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?

ডিজিটেল ডেস্কঃ এন আৰ চিক লৈ মুখ বন্ধ কৰা নাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পুনৰ নতুন বিতৰ্কৰ সূত্ৰপাত কৰিছে মমতাই। পশ্চিমবংগ মমতাই বিস্ফোৰণ ঘটাই নতুন অভিযোগ কৰে যে, এন আৰ চিত নাম নথকা লোকসকল অসম চৰকাৰে গোচৰ ৰুজু কৰি ডিটেনশ্যন…
আৰু পঢ়ক...

দেশজুৰি স্বাধীনতা দিৱসৰ প্ৰস্তুতি ক’ত কেনেকৈ?

✿ সমগ্ৰ দেশতে স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি। ✿ বুধবাৰে দেশে পালন কৰিব ৭২ সংখ্যাক স্বাধীনতা দিৱস। ✿ গুৱাহাটীতো ১৫ আগষ্টলৈ সাজু প্ৰশাসন। ✿ খানাপাৰাত সম্পন্ন পেৰেড আৰু কুচ-কাৱাজৰ অনুশীলন। ✿ অনুশীলনৰ মাজতে ছেলফিৰ আনন্দ…
আৰু পঢ়ক...