শেহতীয়া খবৰ
আহোম স্বৰ্গদেউ পূৰন্দৰ সিংহৰ পৰিনাতিৰ দেহাৱসান  •  জাজৰি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস সম্পন্ন  •  ১৬১ ৰানতে অলআউট ইংলেণ্ড, তৃতীয় টেষ্টত আশা সজীৱ ভাৰতৰ  •  সাংবাদিক মনোজৰ মহানুভৱতা, কন্যাৰ বিয়া বাতিল কৰি বানাক্ৰান্তলৈ আগবঢ়ালে সমস্ত ধন  •  অৱশেষত কেৰালাৰ বানত আক্ৰান্ত অসমীয়াসকলৰ বাবে হেল্পলাইন নম্বৰ মুকলি  •  গহপুৰৰ ককিলাত সৰ্প দংশনত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু  •  পথৰ দুৰৱস্থা, কামপুৰত আধা বাটতে সন্তান প্ৰসৱ  •  শিয়ালমাৰীত উদ্ধাৰ কলিয়াবৰৰ চুৰি টাটা মোবাইল  •  জাকাৰ্টাৰ এছিয়ান গেমছত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক  •  বান বিধ্বস্ত কেৰালাত কেনে আছে অসমৰ ডেকাসকল?

এন আৰ চিৰ ৰাজনীতি

অসমৰ এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াক লৈ নতুন দিল্লীৰ শাসকসকল অকণো দায়িত্বশীল নহয়। বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে এন আৰ চিৰ সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰা ৪০ লাখ লোকক বাংলাদেশী অনুপ্ৰৱেশকাৰী আখ্যা দিয়াৰ পিছত এইবাৰ খোদ প্ৰধানমন্ত্ৰী মোডীয়ে মুখ…
আৰু পঢ়ক...

চত্তীছগড়ৰ ৰাজ্যপাল বলৰামজীৰ দেহাৱসান

ডিজিটেল ডেস্কঃ চত্তীছগড়ৰ ৰাজ্যপাল বলৰামজী দাস তণ্ডুনৰ আজি দিনৰ ২:১০ বজাত মৃত্যু হয়। ৯০ বছৰ বয়সত ডা° বি আৰ আম্বেদকাৰ হাস্পতালত দেহাৱসান ঘটে ৰাজ্যপালগৰাকীৰ। ভাৰতীয় জনতা পাৰ্টীৰ পিতৃ স্বৰূপ জনসংঘৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল তণ্ডুন। ২০১৪…
আৰু পঢ়ক...

ভাৰতৰ কোন কোন যাব ইমৰাণৰ শপত গ্ৰহণলৈ?

ডিজিটেল ডেস্কঃ পাকিস্তানৰ নৱ নিৰ্বাচিত প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ১৮ আগষ্টত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ পাইছিল প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ, নৱজোৎ সিং সিদ্ধু আৰু কপিল দেৱে। এসময়ৰ একেখন খেলপথাৰৰ প্ৰতিদ্বন্দী সতীৰ্থ…
আৰু পঢ়ক...

৩০ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাৰ পৰা উলিয়াই দিয়াক লৈ উত্তপ্ত বাতাবাৰী

ডিজিটেল সংবাদ, গোৱালপাৰাঃ এখন বিদ্যালয় পৰিচালনা কমিটিৰ সভাপতিৰ নাভূত-নাশ্ৰুত কাণ্ডই সকলোৰে চকু কপালত উঠোৱাৰ লগতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সভাপতিজনে কোনো নিয়ম-নীতি নামানি বলপূৰ্বকভাৱে ৩০ জনকৈ ছাত্ৰ-ছাত্ৰীক শ্ৰেণীকোঠাৰ পৰা উলিয়াই…
আৰু পঢ়ক...

এয়াৰ ইণ্ডিয়াৰ বিজিনেছ ক্লাছত যাত্ৰী হ’ল কুকুৰ

ডিজিটেল ডেস্কঃ কুকুৰ ভাল পোৱাৰ লগতে একেসময়তে দেশ-বিদেশ ভ্ৰমণ কৰি ভাল পোৱাসকলৰ বাবে সুখবৰ। কুকুৰ প্ৰেমী ভ্ৰমণকাৰীসকললৈ এই সুখবৰ আনিছে এয়াৰ ইণ্ডিয়াই। যিসময়ত আগশাৰীৰ বিমান সংস্থাসমূহে ভ্ৰমণৰ সময়ত যাত্ৰীক কুকুৰ নিবলৈ অনুমতি নিদিয়ে সেই সময়তে…
আৰু পঢ়ক...

ধৰ্মক লৈ উত্তাল ইজৰাইল, দেশজুৰি প্ৰতিবাদৰ ঢৌ

ডিজিটেল ডেস্কঃ ইজৰাইলক 'ইহুদী ৰাষ্ট্ৰ' হিচাপে ঘোষণা কৰাত দেশখনত আৰম্ভ হৈছে বিশাল প্ৰতিবাদী সমদল আৰু বিক্ষোভ কাৰ্যসূচী। ইহুদী প্ৰধান দেশখনৰ ৰাজধানী তেল আভিভৰ ৰবিন স্কোৱেৰত যোৱা শনিবাৰে আৰব-ইজৰাইলীসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।…
আৰু পঢ়ক...

নগাঁৱত প্ৰেমিকে জীৱন্তে জ্বলাই দিলে প্ৰেমিকাক

নগাঁৱত প্ৰেমিকে জীৱন্তে জ্বলাই দিয়া যুৱতীগৰাকীৰ মৃত্যু। কিছুসময় পূৰ্বে চিকিৎসালয়ত মৃত্যু হ'ল যুৱতীগৰাকীৰ। যুৱতীগৰাকীৰ নাম আছিল লাইনিলা বেগম। নগাঁৱৰ জুৰীয়াৰ ফাকলিত আছিল যুৱতীগৰাকীৰ ঘৰ। পিতৃৰ সৈতে মিলি প্ৰেমিকে মিলি জ্বলাই…
আৰু পঢ়ক...

গোৱালপাৰাৰ কৃষ্ণাইত পথ দুৰ্ঘটনা, আহত ২

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ গুৰিয়াঝাৰ পথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ এখন বাইক আৰু মাৰুতিৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ৷ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুই বাইক আৰোহী৷ উল্লেখযোগ্য যে, দুৰ্ঘটনাগ্ৰস্ত বাইকখন…
আৰু পঢ়ক...

থলুৱা অসমীয়াক বিদেশী ঘোষণাৰ কৰ্তৃত্ব এন আৰ চি কৰ্তৃপক্ষক দিলে কোনে?

ডিজিটেল ডেস্কঃ এন আৰ চিৰ কৰ্তৃপক্ষৰ কৰ্ম-কাণ্ডক লৈ এতিয়া ব্যাপক সমালোচনা আৰু বিতৰ্কৰ জোৱাৰ উঠিছে। বহু বিদেশীক স্বদেশী সজোৱা এই এন আৰ চিৰ উন্নীতকৰণ প্ৰক্ৰিয়াত থলুৱা অসমীয়াকে সজাইছে বিদেশী নাগৰিক। শেহতীয়াকৈ মহানগৰীৰ লালমাটি বৰসজাইত এজন…
আৰু পঢ়ক...