শেহতীয়া খবৰ
পুলৱামা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য  •  সাংস্কৃতিক কৰ্মী ভাস্কৰ দত্তৰ মৃত্যুত শিৱসাগৰত গভীৰ শোক  •  ডাইনী সন্দেহত কোকৰাঝাৰত একে পৰিয়ালৰ ৩ সদস্যক আক্ৰমণ  •  কেবিনেটৰ অনুমোদন, অতীত হ’ব তিনি তালাক  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’ল খুন্দাত নিহত মাতৃ-কন্যা  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  ৰাণা গোস্বামীক এ আই চি চিৰ সম্পাদক নিযুক্তি  •  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ...  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পাঁচ বছৰীয়া কন্যাৰ লগতে মাতৃৰ...

চৰাইদেউৰ মথুৰাপুৰত পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে বীৰ ছহিদলৈ শ্ৰদ্ধাঞ্জলি

ডিজিটেল সংবাদ, চৰাইদেউঃ জম্মু কাশ্মীৰৰ পুলৱামাত নিহত হোৱা বীৰ ছহিদ জোৱান সকললৈ শ্ৰদ্ধা জনাই শনিবাৰে সন্ধিয়া চৰাইদেউ জিলাৰ মথুৰাপুৰ সদৰ তিনিআলিত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমবেত হৈ ৰাজহুৱা ভাবে বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷…
আৰু পঢ়ক...

মাজবাটত পাকিস্তানৰ প্ৰধানমন্ত্ৰী আৰু জাতীয় পতাকা দাহেৰে প্ৰতিবাদ

ডিজিটেল সংবাদ, ওৰাংঃ শনিবাৰে পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল হ'ল মাজবাট। জম্মু কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা ৪৪ গৰাকী শ্বহীদ বীৰ জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মাজবাটত বজৰং দলে শনিবাৰে প্ৰতিবাদী সমদল উলিয়াই…
আৰু পঢ়ক...

বৰক্ষেত্ৰীৰ স্বাধীনতা সংগ্ৰামী আলহাজ জাফৰ আলীৰ দেহাৱসান

ডিজিটেল সংবাদ, বৰক্ষেত্ৰীঃ ১৯৪৭ চনত দেশে স্বাধীনতা লাভ কৰাৰ সময়ত নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ পৰা যথেষ্ট ত্যাগ কৰি স্বাধীন ভাৰতৰ ঐন্যতম নেতা সকলৰ সৈতে একেলগে সংগ্ৰাম কৰি দেশে স্বাধীনতা লাভ কৰাত আগভাগ লোৱা আলহাজ জাফৰ আলী আৰু নাই ৷ স্বাধীনতা…
আৰু পঢ়ক...

যমুনামুখত সন্দেহ জনক অৱস্থাত ঘৰৰ ভিতৰত যুৱতীৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, কামপুৰঃ হোজাই জিলাৰ যমুনামুখ মাজগাঁৱত শুকুৰবাৰে ঘৰৰ ভিতৰতে ৰহস্যজনক ভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ৷ ভেলেন্টাইন ডে'ৰ নিশা সংঘটিত হয় এই ঘটনা৷ মৃতদেহৰ কাণত হেড ফোন, শৰীৰৰ বিভিন্ন ঠাইত আঘাত থকালৈ চাই এইয়া…
আৰু পঢ়ক...

পোখৰাণত বায়ুসেনাৰ ‘বায়ু শক্তি’ অনুষ্ঠান , অত্যাধুনিক যুঁজাৰু বিমানেৰে যুদ্ধাভ্যাস, চাওক…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কাশ্মীৰৰ বৰ্বৰ আক্ৰমণৰ পাছতে এতিয়া ভাৰতীয় সেনা অধিক সজাগ আৰু সৰ্তক হোৱা দেখা গৈছে। সমগ্ৰ দেশবাসীয়ে কামনা কৰিছে যে এই বৰ্বৰ আক্ৰমণৰ উচিত প্ৰত্যুত্তৰ দিয়ক ভাৰতে। ইতিমধ্যে ভাৰত চৰকাৰে সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে সেনাক…
আৰু পঢ়ক...

গুৱাহাটী পালেহি শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ

বৰঝাৰ পালেহি শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ। বৰঝাৰৰ পৰা পোনে পোনে নিয়া হ’ব তামুলপুৰৰ বাসগৃহলৈ। তামুলপুৰৰ কলবাৰীৰ বাসগৃহৰ সমীপত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হ’ব শ্বহীদ জোৱানগৰাকীৰ। অসমৰ চৰকাৰৰ মুখ্য সচিব, আৰক্ষী আয়ুক্তকে ধৰি…
আৰু পঢ়ক...

এইবাৰ কাশ্মীৰত পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন…

এইবাৰ পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন কাশ্মীৰত। নৌচেৰা চেক্টৰত পাক সেনাৰ ধাৰাসাৰ গুলিবৰ্ষণ। অশান্ত হৈ পৰিছে ভাৰত-পাক সীমান্ত। ভাৰতীয় সেনাইও দিছে যোগ্য প্ৰত্যুত্তৰ। কিছুসময় পূৰ্বে সেই স্থানত সংঘটিত হৈছিল এটা আই ই ডি বিস্ফোৰণ।…
আৰু পঢ়ক...

চলন্ত ৰে’লত অসমৰ শ্ৰমিকক দুৰ্বৃত্তৰ আক্ৰমণ, কাঢ়ি নিলে টকাৰ বেগ

ডিজিটেল সংবাদ, কামপুৰঃ চলন্ত ৰে’লৰ ভিতৰত আক্ৰমণ চলাই দুৰ্বৃত্তই টকাৰ বেগ কাঢ়ি নিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ নাগপুৰত শ্ৰমিক হিচাপে কাম কৰা শোণিতপুৰৰ উদমাৰিৰ ৰাজেন ভূঞা নামৰ শ্ৰমিকজন ৰে’ল যোগে ঘৰলৈ আহি থকা…
আৰু পঢ়ক...

‘পাকিস্তান মুৰ্দাবাদ’ ধ্বনিৰে উত্তাল তেজপুৰৰ ৰাজপথ…

পাকিস্তান সমৰ্থিত পাক সন্ত্ৰাসবাদী সংগঠনৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল তেজপুৰৰ ছাত্ৰসমাজ। 'পাকিস্তান মুৰ্দাবাদ’ ধ্বনিৰে উত্তাল তেজপুৰৰ ৰাজপথ৷ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত তেজপুৰ মহাবিদ্যালয়ৰ…
আৰু পঢ়ক...

বাক্সাৰ কাৰহানাত মহাপুৰুষ দামোদৰ দেৱৰ ৫৩১ তম জন্মোৎসৱৰ সামৰণি

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সা জিলাৰ কাৰহানাস্থিত শ্ৰীশ্ৰীদেৱ দামোদৰ ধামত জালাহ উন্নয়ন খণ্ড দেৱ দামোদৰ সংঘ পৰিচালনা সমিতিৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৫৩১ তম জন্মোৎসৱৰ আজি সামৰণি পৰে৷ এই উপলক্ষে…
আৰু পঢ়ক...