শেহতীয়া খবৰ
গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...

পুনৰ বহিঃৰাজ্যত হত্যা অসমৰ যুৱকক

পুনৰ বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ যুৱকে। মিজোৰামত মৃত্যু অসমৰ যুৱকৰ। ৰাজ্যখনত ৰহস্যজনকভাৱে মৃত্যু লংকাৰ যুৱকৰ। মৃত যুৱকজনৰ নাম লাটু বৰা। লংকাৰ ২নং পিপল পুখুৰীত ঘৰ যুৱকজনৰ। কৰ্মসূত্ৰে মিজোৰামলৈ গৈছিল যুৱকজন। যুৱকজনক…
আৰু পঢ়ক...

যোৰহাটত বাঘৰ আক্ৰমণত আহত এজন

যোৰহাট জিলাৰ ন-আলি তিমতিমীয়াত বাঘৰ সন্ত্ৰাস। দিন দুপৰতে বাঘৰ আক্ৰমণ যুৱকক। গুৰুতৰভাৱে আহত এজন যুৱক। আহত যুৱকজনৰ নাম বসন্ত বৰা। চোতালত বহি থকাৰ সময়তে ৩০ বছৰ বয়সৰ যুৱকজনক আক্ৰমণ চলাই বাঘে। তেনে সময়তে আক্ৰমণ কৰে বাঘে।…
আৰু পঢ়ক...

পাকিস্তানত বন্দী সীমান্তৰ পৰিয়ালে দেখিছে আশাৰ ৰেঙনি

ডিজিটেল সংবাদ, গোলাঘাটঃ সোমবাৰে অসম বিধান সভাত খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই পাকিস্তানী নৌ সেনাৰ হাতত বন্দী হৈ থকা অসম তথা ভাৰতৰ ২২জনকৈ লোকৰ বিষয়টো উত্থাপন কৰিছিল। তাৰপাছতেই গোলাঘাট জিলাৰ মেৰাপানীৰ নৱগ্ৰাম নিবাসী সীমান্ত শইকীয়া নামৰ…
আৰু পঢ়ক...

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চকৰ ফোন…

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নামত জালিয়াতি। উচ্চ ন্যায়ালয়ৰ দুজন মুখ্য ন্যায়াধীশলৈ ফোন কল প্ৰৱঞ্চকৰ। ৰঞ্জন গগৈৰ কণ্ঠ নকল কৰি ফোন কল কৰিছিল প্ৰৱঞ্চকে। অধিবক্তাৰ নাম বিচাৰিলে ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে। তেলেংগানা উচ্চ…
আৰু পঢ়ক...

আকৌ সিদ্ধুৱে কি ক’লে?

পুলৱামা বিস্ফোৰণৰ পাছত বিতৰ্কিত মন্তব্য কৰি চৰ্চালৈ অহা নৱজোত সিং সিদ্ধুৱে পুনৰ মুখ খুলিছে। নিজৰ স্থিতিত অটল থকা বুলি মন্তব্য সিদ্ধুৰ। ১৯৯৯চনত কান্দাহাৰত কি হৈছিল বুলি প্ৰশ্ন সিদ্ধুৰ। ইয়াৰ বাবে দায়ী কোন বুলিও প্ৰশ্ন কৰিলে…
আৰু পঢ়ক...

‘ভাৰতৰ মনৰ কথা, মোডীৰ স’তে’ শীৰ্ষক প্ৰচাৰ অভিযানৰ শুভাৰম্ভণি…

সোমবাৰে গুৱাহাটীত  ‘ভাৰতৰ মনৰ কথা, মোডীৰ স'তে’ শীৰ্ষক প্ৰচাৰ অভিযানৰ শুভাৰম্ভণি। আগন্তুক লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি এই প্ৰচাৰ অভিযান আৰম্ভ বিজেপিৰ। যোৱা ৩ ফেব্ৰুৱাৰীত বিজেপিয়ে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল এই প্ৰচাৰ অভিযানৰ।…
আৰু পঢ়ক...

সাৰদা কেলেংকাৰীত অন্তৱৰ্তীকালীন জামিন পালে কোনে…

দেশ জোকাৰি যোৱা সাৰদা কেলেংকাৰী সন্দৰ্ভত উচ্চাৰিত হৈছিল ইজনৰ পাছত সিজনৰ নাম। মন্ত্ৰী, বিধায়ক, নেতা, ব্যৱসায়ী, আৰক্ষী বিষয়াৰ নাম সাঙোৰ খাই পৰিছিল এই কেলেংকাৰীৰে। প্ৰাক্তন বিত্তমন্ত্ৰীৰ পত্নীলৈ কলকাতা উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন…
আৰু পঢ়ক...

পুলৱামাত শ্বহীদ ৫০ জন জোৱান! গুগ’ল-ইউটিবতো পৰিছে ইয়াৰ প্ৰভাৱ… VIDEO

পুলৱামাৰ বিস্ফোৰণত নিহত হ’ল সোমবাৰে চাৰিজনকৈ জোৱান। নিহত জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে সমগ্ৰ দেশবাসীয়ে। নৰ্থাৰ্ণ কামাণ্ড অৱ আৰ্মীয়েও এই জোৱান সকলৰ প্ৰতি শ্ৰদ্ধা জনাই টুইট কৰিছে। ইফালে, সমগ্ৰ দেশতেই ১৪ ফেব্ৰুৱাৰীত…
আৰু পঢ়ক...

‘৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ’বই’

বিধান সভাত ৬ জনগোষ্ঠী জনজাৰিকৰণৰ প্ৰসংগ। বিধায়ক উৎপল দত্তৰ এক প্ৰশ্নৰ উত্তৰত চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য। '৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ'বই' ' ইয়াক লৈ প্ৰশ্নৰ অৱতাৰণা কৰাৰ প্ৰয়োজন নাই' ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কফিনত শেষ গজাল…
আৰু পঢ়ক...

ৰঙিয়া ৰে’লৱে ষ্টেচনত উজনিমুৱা চিফুং এক্সপ্ৰেছৰ আগত জপিয়াই আত্মহত্যা যুৱকৰ

ৰঙিয়া ৰে’লৱে ষ্টেচনত অঘটন। ষ্টেচনত যুৱকৰ আত্মহত্যা। উজনিমুৱা চিফুং এক্সপ্ৰেছৰ আগত জপিয়াই আত্মহত্যা এজন যুৱকৰ। জানিব পৰা নাই আত্মহত্যা কৰা যুৱকজনৰ পৰিচয়। ঘটনাস্থলীত উপস্থিত আৰক্ষী।
আৰু পঢ়ক...