শেহতীয়া খবৰ
জীৱনৰ বাস্তৱঃ কি ক’বি বোপাই, সৰুজনী ছোৱালীয়ে মোক খেদি খেদি মাৰে...  •  ফাদাৰ থমাছক শেষ শ্ৰদ্ধা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ  •  ফেচবুকে ৰঙাঘৰত সুমুৱালে সুদূৰ নাইজেৰিয়াৰ অসমৰ জোৱাইক  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  অভয়াপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোৎসৱ উদযাপন  •  চাউলধোৱাত পুখুৰীৰ পাৰত কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ লম্পট লোকনাথ  •  সোণাৰিত দুৰ্নীতি বিৰোধী অভিযান, ৫ হিচাপ পৰীক্ষকক আটক  •  ধিক পাকিস্তান! সীমান্তত বিএছএফ জোৱানক ডিঙি ৰেপি নৃশংস হত্যা  •  ২৮ ডিচেম্বৰত সমগ্ৰ ভাৰত কপাঁব 'ভিলেইজ ৰ’কষ্টাৰ্ছে'

আকৌ অমিত শ্বাহৰ মুখত অসমৰ অবৈধ বিদেশীক খেদোৱাৰ ভাষণ

ডিজিটেল ডেস্কঃ দুদিনৰ আগতে দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’বই বুলি ঘোষণা কৰা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ সুৰ পুনৰ সলনি হৈছে। হিন্দু বাংলাদেশীসকলক ভাৰত তথা অসমত সংস্থাপন দিবলৈ  উঠি-পৰি লগা…
আৰু পঢ়ক...

ডাষ্টবিনৰ লখিমী

অনুৰাগ শইকীয়া প্ৰত্যেক দিনাৰ দৰে ডাষ্টবিনটোলৈ চাই আজিও ৰৈ গ'ল লখিমী, ক’ৰ্টৰ মুখতে এই ডাষ্টবিন। তাইলৈ চাই নাক কোচাই কেইবাহালো চকু ডাঙৰ হৈ পাৰ হৈ গ'ল। ডাষ্টবিনটোত  শীৰ্ণ শিশু এটাই জাৱৰবোৰ মৰম কৰি কৰি মনৰ মুকুতা বিচাৰিছে। তাৰ কাষতে কুকুৰ…
আৰু পঢ়ক...

চিবিএছচিৰ দশম শ্ৰেণীৰ পৰীক্ষাত শীৰ্ষ স্থান দখল কৰা ছাত্ৰীক গণধৰ্ষণ, বলাৎকাৰীৰ ৰূপত সেনা জোৱান

ডিজিটেল ডেস্কঃ দিল্লীত সংঘটিত ডামিনী কাণ্ডত কৈ ভয়ানক কাণ্ড এইবাৰ সংঘটিত হৈছে হাৰিয়ানাত। চি বি এছ চি পৰীক্ষাত শীৰ্ষ স্থান দখল কৰা এগৰাকী ছাত্ৰীক ১২ ছেপ্টেম্বৰ, বুধবাৰে গণধৰ্ষণ কৰিলে ৩জন যুৱকে। চি বি এছ চি পৰীক্ষাত সুফল লাভ কৰাৰ বাবে…
আৰু পঢ়ক...

জুনিয়ৰ ছোৱালী ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতাৰ বাবে অসমৰ দল ঘোষণা

ডিজিটেল ডেস্কঃ হিমাচল প্ৰদেশৰ চিৰমৌত অহা ১৭ ছেপ্টেম্বৰৰ পৰা ৬দিনীয়াকৈ ৪১সংখ্যক জুনিয়ৰ ছোৱালীৰ ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাখনৰ বাবে অসম ৰাজ্যিক হেণ্ডবল সন্থাই ১৬জনীয়া দলটিৰ খেলুৱৈসকলৰ নাম ঘোষণা কৰিছে। ঘোষিত…
আৰু পঢ়ক...

হত্যাকাণ্ডক দুৰ্ঘটনাৰ ৰূপ দি গা এৰা দিছে আৰক্ষীয়ে, ডবকা আৰক্ষীৰ বিৰুদ্ধে মৃতকৰ পৰিয়ালৰ গুৰতৰ অভিযোগ

ডিজিটেল সংবাদ, ডবকাঃ ন্যায় ব্যৱস্থাৰ ওপৰত ক্ষুব্ধ হৈ বুকুত ধকীয়াই ধকীয়াই কান্দিছে হোজাই জিলাৰ খকন জুৰীৰ এটা দুৰ্ভগীয়া পৰিয়ালে। পৰিয়ালটোৰ অভিযোগ- ‘আৰক্ষীৰ বিচাৰ একপক্ষীয়। হত্যাৰ ঘটনাক দূৰ্ঘটনাৰ ৰূপ দিছে ডবকা আৰক্ষীয়ে।’ পুত্ৰৰ মৃত্যুৰ এমাহ…
আৰু পঢ়ক...

লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰস্তুতি আৰম্ভ, চি ডব্লিউ চিৰ গুৰুত্বপূৰ্ণ বৈঠক

লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে কংগ্ৰেছে। শনিবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় নতুন দিল্লীত। কেবাখনো কমিটী গঠন কৰে কংগ্ৰেছে। কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ইস্তাহাৰ কমিটীৰ অধ্যক্ষৰূপে নিযুক্তি…
আৰু পঢ়ক...

ইটানগৰৰ বানত উটি যোৱা ৩জনৰ আজিও নাই সন্ধান, উদ্ধাৰ অভিযান অব্যাহত

ডিজিটেল সংবাদ, ইটানগৰঃ ইটানগৰৰ আকস্মিক বানত কালি সন্ধানহীন হোৱা ছয়জন ব্যক্তিৰ তিনিজনৰ মৃতদেই উদ্ধাৰ হয় যদিও আন তিনিজনৰ সন্ধান অদ্যপি অব্যাহত আছে৷ পাপ্পু নাল্লা নামৰ সৰু জুৰি এটাত হঠাতে হোৱা বানত মুঠ ১৭টা বাসগৃহ পানীত উটি গৈছিল। পানীৰ ঢলে…
আৰু পঢ়ক...

নামনি-সোৱণশিৰি নদীবান্ধৰ প্ৰভাৱক লৈ কেন্দ্ৰীয় চৰকাৰে কৰা অধ্যয়নত নাই অসমৰেই নাম!

ডিজিটেল ডেস্কঃ বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অসমত জাতীয় দল-সংগঠনে অব্যাহত ৰখা প্ৰতিবাদৰ পাছত ভাৰত চৰকাৰে উক্ত নদীবান্ধৰ প্ৰভাৱ সন্দৰ্ভত অধ্যয়নৰ সন্মতি দিছিল।সেই অনুসৰি দুটা পৰ্যায়ত ২০১৫ৰ ডিচেম্বৰত  আৰু ২০১৮ৰ এপ্ৰিল মাহত সম্পূৰ্ণ কৰিলে সোৱণশিৰি…
আৰু পঢ়ক...

ধেমাজিত বানে খহাই নিয়া ৰেলৰ দলঙৰ মেৰামতি অব্যাহত, আজিও বন্ধ ৰেল চলাচল

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজিত জীয়াঢল নদীৰ ওপৰত থকা এখন ৰেলৰ দলং শুকুৰবাৰে বানে ক্ষতিসাধন কৰে। দলংখনৰ এটা মূৰ বানে খহাই নিয়াৰ ফলত এই পথচোৱাৰে শুকুৰবাৰৰ পৰা ব্যাহত হৈ আছে ৰেল সেৱা। শনিবাৰেও এই পথচোৱা মেৰামতিৰ কাম ৰেল বিভাগে অব্যাহত ৰাখে।…
আৰু পঢ়ক...

বংগৰ স্বৰ্ণকন্যা স্বপ্নাৰ বাবে বিশেষ জোতা নিৰ্মাণ কৰিব বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানে

ডিজিটেল ডেস্কঃ ১৮ সংখ্যক এছিয়ান গেমছত হেপ্তাথলনত দেশলৈ স্বৰ্ণৰ পদক আজুঁৰি আনিছিল বংগ কন্যা স্বপ্না বৰ্মনে। অতি দ্ৰৰিদ্ৰ পৰিয়ালৰ পৰা এনে সফলতা বুটঁলা স্বপ্না আজি সমগ্ৰ দেশৰে চিনাকী মুখ। ইতিমধ্যে স্বপ্নাৰ কঠোৰ জীৱন সংগ্ৰামক সাঙুৰি বহু…
আৰু পঢ়ক...