শেহতীয়া খবৰ
মহানগৰীৰ চানমাৰিত প্ৰাচী 'ছুইটছ'ত উত্তপ্ত পৰিস্থিতি  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  এন আৰ চিঃ আকৌ মইমতালিৰে মমতাৰ ভিত্তিহীন বিস্ফোৰণ, হ’ব নেকি এইবাৰ গ্ৰেপ্তাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  কিয় নোহোৱা হ'ল 'জন গণ মন'ত উত্তৰ-পূবৰ অংশ?  •  ইটালীত দলং খহি ৩০ জনৰ মৃত্যু  •  স্বাধীনতা দিৱসৰ প্ৰাকসন্ধ্যা দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰ  •  সাঁচিপতীয়া শিল্পী হৰিনাৰায়ণ কোঁৱৰলৈ চৰকাৰী স্বীকৃতি, উৎফুল্লিত বটদ্ৰৱাবাসী  •  নিৰীহ লোকক সেনাই অত্যাচাৰ চলোৱাৰ অভিযোগত উত্তপ্ত ওদালগুৰি  •  ১৫ আগষ্ট আহে, স্বাধীনতাহে নাহে...

ৰাজেন গোহাঁই মূৰ্দাবাদ ধ্বনিৰে উত্তাল নগাঁও, জ্বলিল প্ৰতিকৃতি

নগাঁৱত ৰাজেন গোহাঁইৰ প্ৰতিমূৰ্তি দাহ। অসম জাতীয়তাবাদী যুৱ পৰিষদে দাহ কৰিছে প্ৰতিকৃতি। কেন্দ্ৰীয় মন্ত্ৰীজনৰ বিৰুদ্ধে উত্থাপিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগ। এগৰাকী কম বয়সীয়া মহিলাই গোঁহাইৰ বিৰুদ্ধে তৰিছিল গোচৰ। মন্ত্ৰীজনৰ…
আৰু পঢ়ক...

হেডফোন লগাই যুৱকৰ আত্মহ্ত্যা, গোলাঘাটত চাঞ্চল্য

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট নগৰৰ তেতেলীস্থিত এৰিন টি প্ৰাইভেট লিমিটেড নামৰ চাহ প্ৰস্তুতকাৰী কলঘৰটোত যুৱক এজনৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কলঘৰটোৰ ডয়াৰ প্ৰকল্পটোত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহটো।…
আৰু পঢ়ক...

ছবিঘৰলৈ আহি আছে ভাইজানৰ ‘ভাৰত’

ডিজিটেল ডেস্কঃ বলীউডৰ ভাইজান ছলমান খানৰ বহু প্ৰত্যাখিত ছবি ‘ভাৰত’ৰ শ্বুটিং প্ৰায় শেষ হৈছে। আলী আব্বাছ জাফাৰে পৰিচালনা কৰা ছবিখন ২০১৪চনত মুক্তি পোৱা কোৰিয়ান ছবি ‘আদে ট্যু মাই ফাডাৰ’ৰ ৰিমেক। ১৯৪৭চনত ভাৰত-পাকিস্তান বিভাজনৰ সময়ত এহাল…
আৰু পঢ়ক...

বাজাজ ইলেক্ট্ৰিকেলছৰ অধ্যক্ষৰ পুত্ৰ অনন্ত বাজাজৰ আকাল মৃত্যু

ডিজিটেল  ডেস্কঃ বিশিষ্ট উদ্যোগপতি তথা বজাজা ইলেক্ট্ৰিকেলছৰ শ্বেয়াৰমেন শেখৰ বাজাজৰ পুত্ৰ অনন্ত বাজাজৰ শুকুৰবাৰে দেহাৱসান ঘটে। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় অনন্ত বাজাজৰ। শনিবাৰে পুৱা তেওঁৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। বাজাজ…
আৰু পঢ়ক...

নিৰ্বাচনৰ সময়ত মডেল ক’ড অৱ কণ্ডাক্ট প্ৰযোজ্য হ’ব ছ’চিয়েল মিডিয়াতো

ডিজিটেল  ডেস্কঃ নিৰ্বাচনৰ সময়ত এতিয়াৰ পৰা মডেল ক’ড অৱ কণ্ডাক্ট প্ৰযোজ্য হ’ব ছ’চিয়েল মিডিয়াত। দেশৰ নিৰ্বাচন আয়োগে এই বিষয়ে চিন্তা চৰ্চা কৰিছে। ভোটগ্ৰহণ অনুষ্ঠিত হোৱা সময়ৰ ৪৮ ঘণ্টাৰ পূৰ্বৰ পৰা নিৰ্বাচন অনুষ্ঠিত হৈ যোৱা লৈকে ছচিয়েল মিডিয়াৰ…
আৰু পঢ়ক...

ৰাজেন গোঁহাইৰ বিৰুদ্ধে গোচৰঃ কি কয় নগাঁও আৰক্ষী অধীক্ষকে?

ডিজিটেল সংবাদ, নগাঁওঃ কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোঁহাইৰ বিৰুদ্ধে এগৰাকী মহিলাই যৌন নিৰ্যাতনৰ গোচৰ ৰুজু কৰাৰ পাছত বিষয়টো সন্দৰ্ভত মুখ খুলিলে নগাঁও জিলা আৰক্ষী অধীক্ষক এছ ৰায় মেধিয়ে। সংবাদ মাধ্যমৰ আগত আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে-…
আৰু পঢ়ক...

চিৰাঙত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীত বনৰীয়া হাতীৰ তাণ্ডৱ অব্যাহত আছে। শুকুৰবাৰৰ নিশা বনৰীয়া হাতীৰ এটা জাক খাদ্যৰ সন্ধানত ওলাই আহি দেউশ্ৰীৰ বনগাঁৱত প্ৰবেশ কৰে। বন্যহস্তীৰ জাকটোৱে বহুকেইটা বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে।…
আৰু পঢ়ক...

ছুইছ বেংকত একাউণ্ট আছে যদি সাৱধান…

ডিজিটেল ডেস্কঃ ছুইজাৰলেণ্ডত আৰু কোনো ভাৰতীয়ই কলা ধন জমা ৰাখিব নোৱাৰিব। এই দিশত সতৰ্ক হ’ব দেশখনৰ চৰকাৰ। ভাৰতক এই দিশত পূৰ্ণ সহযোগিতাৰ প্ৰতিশ্ৰুতি দিছে ছুইজাৰলেণ্ডে। বিদেশমন্ত্ৰী সুষমা স্বৰাজৰ সৈতে হোৱা ছুইজাৰলেণ্ডৰ বিদেশ মন্ত্ৰী ইগাজিঅ…
আৰু পঢ়ক...

এন আৰ চিত আসোঁৱাহঃ ১৬ আগষ্টত ন্যায়ালয়ে দিবলগীয়া নিৰ্দেশলৈ আশাৰে বাট চাইছে অসমৰ ৰাইজে

ডিজিটেল ডেস্কঃ এন আৰ চি উন্নীতকৰণক লৈ এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে। অসমীয়াৰ অস্তিত্ব আৰু আৱেগক লৈ এন আৰ চি কৰ্তৃপক্ষ কিমান দায়িত্বশীল তাক লৈ সন্দেহ ৰৈ গৈছে। জাতি ৰক্ষাৰ এই প্ৰক্ৰিয়াত আসোৱাহ ৰৈ যোৱাৰ বাবেই এন আৰ চি প্ৰহসন হ’ব নেকি বুলি…
আৰু পঢ়ক...

বন্ধ হ’ব নেকি ২০০০টকীয়া নোট?

ডিজিটেল-ডেস্কঃ ২০০০ টকীয়া নোট বন্ধ হ’ব। এনে খবৰ ওলাই আছে এতিয়া। বজাৰে-সমাৰে ২০০০টকীয়া নোটক লৈ যথেষ্ট সমস্যা। খুচুৰা বিচাৰি বিমূৰত পৰে ব্যৱসায়-গ্ৰাহক। সেয়েহে এই খবৰে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীক। বিমূদ্ৰাকৰণৰ সময়ত চৰকাৰে পূৰণি ৫০০…
আৰু পঢ়ক...