‘মিছাইল মেন’ ড০ এ পি জে আব্দুল কালামৰ জন্মদিন আজি

ডিজিটেল ডেস্কঃ সোমবাৰে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মিছাইল মেন ড০ এ পি জে আব্দুল কালামৰ জন্মদিন। ১৯৩৫ চনৰ ১৫ অক্টোবৰত তামিলনাডুত জন্মগ্ৰহণ কৰিছিল এইজন বিশ্ব প্ৰসিদ্ধ বিজ্ঞানীয়ে। বিভিন্ন ধৰণৰ বৈজ্ঞানিক চিন্তা ধাৰা, মিছাইল উন্নয়ন তথা বিজ্ঞান…
আৰু পঢ়ক...

জাৱৰেৰে ভৰি পৰিছে যমুনা, ৪৬০ কোটি টকাৰে নিষ্কাষণৰ কাম আৰম্ভ

ডিজিটেল ডেস্কঃ বৰ্তমান জাৱৰৰ দমত পৰিণত হৈছে আগ্ৰাৰ যমুনা নদী আৰু ইয়াৰ পাৰসমূহ। প্ৰায় ৯০টা সৰু-বৰ নলা সংযোগ হোৱা এই নদীখন জাৱৰেৰে ভৰি পৰিছে। মানুহে ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিক আৰু বিভিন্ন সামগ্ৰীৰ ফলত প্ৰদূষিত হৈছে নদীখনৰ পানী।…
আৰু পঢ়ক...

মহানগৰীৰ পূজা মণ্ডপত প্ৰতিমাৰ অংগক্ষত দুৰ্বৃত্তৰ! ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

মহানগৰীৰ পূজা মণ্ডপত অঘটন। দুৰ্বৃত্তই ভাঙিলে দুৰ্গা পূজাৰ প্ৰতিমা। পল্টন বজাৰৰ নিউ ফিল্ড পূজা মণ্ডপত এই দুষ্কাৰ্য। গণেশৰ শুৰ ভাঙি থৈ গ’ল অচিনাক্ত দুৰ্বৃত্তই। আন কেবাটাও প্ৰতিমাৰ ভৰি আৰু হাতৰ আঙুলি ভাঙিলে। ঘটনাক কেন্দ্ৰ…
আৰু পঢ়ক...

নাজিৰাত পত্নীয়ে হত্যা কৰিলে স্বামীক!

শনিবাৰে নাজিৰাত উদ্ধাৰ হৈছিল মৃতদেহ। পোহৰলৈ আহিছে ঘটনাৰে জড়িত ন ন তথ্য। লক্ষেশ্বৰ গগৈ নামৰ লোকজনক হত্যা কৰিছিল পত্নীয়ে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা। মৃত লক্ষেশ্বৰ গগৈৰ পত্নীয়ে স্বীকাৰ কৰিছে হত্যা কৰাৰ কথা।…
আৰু পঢ়ক...

নগাঁৱত অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

নগাঁৱত অগ্নিকাণ্ড। বৰভেঁটিত এটা মৰাপাটৰ গুদামত দেওবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ড। কেইবালক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই। ‍
আৰু পঢ়ক...

কামৰূপত বিদ্যুৎস্পষ্ট হৈ মৃত্যু এজনৰ

কামৰূপত বিদ্যুৎস্পৃষ্টৰ ঘটনা। বিদ্যুতৰ তাঁৰ ছিগি পথত পৰি থকাৰ বাবে এই ঘটনা। পথত পৰি থকা তাঁৰত লাগি বিদ্যুত্‍স্পৃষ্ট হৈ মৃত্যু এজনৰ। মৃত লোকজনৰ নাম নাৰায়ণ ডেকা। পুৱা পথাৰলৈ যাওঁতে সংঘটিত হয় এই কৰুণ ঘটনা।
আৰু পঢ়ক...

যোৰাবাটত ৭খন কয়লা ভৰ্তি ট্ৰাক জব্দ

যোৰাবাটত জব্দ কয়লাভৰ্তি ট্ৰাক। নথি-পত্ৰবিহীন ৭খনকৈ কয়লাভৰ্তি ট্ৰাক জব্দ। বহিঃৰাজ্যলৈ কয়লা সৰবৰাহৰ অভিযোগত জব্দ কৰা হয় ট্ৰাককেইখন। যোৰাবাট আৰু বশিষ্ঠ আৰক্ষীৰ যুটীয়া অভিযান জব্দ ট্ৰাক কেইখন। বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত…
আৰু পঢ়ক...

আজি ষষ্ঠী, পূজাৰ বেদীত স্থাপিত হ’ব দেৱী দশভূজাৰ প্ৰতিমা

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চৌদিশে এতিয়া পূজাৰ ব্যস্ততা। সোমবাৰে ষষ্ঠী। সোমবাৰে পুৱা ৮ বাজি ৪৪ মিনিট ৫৫ ছেকেণ্ডৰ ভিতৰত আৰম্ভ হয় দেৱী দূর্গাৰ কাত্যায়নী ৰূপত যথাবিহীত পূজা আৰাধনা। এক সম্পূর্ণ আধ্যাত্মিক পৰিৱেশত পূজাৰ বেদিত স্থাপিত হ’ব দেৱী দশভূজাৰ…
আৰু পঢ়ক...

সোমবাৰে পুনৰ হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য

সোমবাৰে পুনৰ হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য। বৰ্তমান ভাৰতীয় টকাৰ মূল্য ১ ডলাৰৰ বিপৰীতে ৭৩.৮৭ টকা। ১১ অক্টোবৰত ১ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছিল ৭৪.৪৭ টকা। যোৱা কিছুদিন ধৰি ডলাৰৰ তুলনাত অব্যাহত আছে টকাৰ মূল্যৰ অৱনমন।
আৰু পঢ়ক...

সোমবাৰৰ পৰা মহানগৰীত বন্ধ ১৫০খন মাংসৰ দোকান

ডিজিটেল ডেস্কঃ সোমবাৰে গুৱাহাটী মহানগৰীত মাংস বিচাৰি হাহাকাৰ কৰিবলগীয়া হ’ব পাৰে গ্ৰাহক সকলে। কিয়নো কেইবাটাও দাবীৰে সোমবাৰৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব গুৱাহাটী মহানগৰীৰ প্ৰায় ১৫০খন মাংসৰ দোকান। গুৱাহাটী পৌৰ নিগমৰ পঞ্জীয়নভুক্ত দোকান…
আৰু পঢ়ক...