ওড়িশ্যাত তিতলি ঘূৰ্ণি বতাহৰ তাণ্ডৱ, বাতিল ৯খনকৈ ৰে’ল চলাচল

ওড়িশ্যাত তিতলি ঘূৰ্ণি বতাহ আৰু ধাৰাসাৰ বৃষ্টিপাত অব্যাহত। ধাৰাসাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে ৰাজ্যখনৰ নদীসমূহৰ জলপৃষ্ঠ। জলপৃষ্ঠৰ বিপদসীমালৈ বৃদ্ধি পাইছে নদীৰ জলপৃষ্ঠ। ইয়াৰ ফলত বাতিল কৰা হৈছে ৯খনক ৰে’লৰ চলাচল। যাত্ৰা কৰি থকা…
আৰু পঢ়ক...

পূজা সমিতিক ২৮ কোটি অনুদান আগবঢ়োৱাক লৈ মমতা চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

ডিজিটেল ডেস্কঃ মমতা বেনাৰ্জীৰ চৰকাৰে দুৰ্গা পূজা সমিতি সমূহক মুঠ ২৮ কোটি সাহায্য আগবঢ়োৱাৰ বাবে লোৱা সিদ্ধান্তক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে৷ ধৰ্মীয় কাৰ্যসূচীৰ বাবে চৰকাৰৰ উন্নয়ন পুঁজিৰ ধন কিদৰে ব্যৱহাৰ কৰা হ’ব সেই সন্দৰ্ভত…
আৰু পঢ়ক...

গোলাঘাটত শুদ্ধ এন আৰ চি প্ৰস্তুতৰ দাবীত সচেতন নাগৰিক মঞ্চৰ প্ৰতিবাদ

শুকুৰবাৰে গোলাঘাটতো সচেতন নাগৰিক মঞ্চৰ প্ৰতিবাদ। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত বিসংগতি হোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। শীঘ্ৰে বিসংগতিসমূহ দূৰ কৰাৰ দাবী সংগঠনটোৰ। এখন নিকা আৰু স্বচ্ছ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ দাবী সংগঠনটোৰ।…
আৰু পঢ়ক...

দিল্লীৰ এইমছত গোৱা চৰকাৰৰ কেবিনেট বৈঠক…

ডিজিটেল  ডেস্কঃ বৰ্তমান অসুস্থ গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰ। চলিত বৰ্ষৰ ১৫ চেপ্টেম্বৰৰ পৰা চিকিৎসাধীন হৈ থকা মুখ্যমন্ত্ৰীজনে দিল্লীৰ এইমছত শুক্ৰবাৰে আহ্বান জনাইছে কেবিনেট বৈঠকৰ। বৈঠকত গোৱাৰ মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে…
আৰু পঢ়ক...

নাজিৰাত কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদ

কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদত উত্তাল নাজিৰা। নাজিৰাৰ পৌৰ ব্লক আৰু গ্ৰাম্য কংগ্ৰেছ কৰ্মীৰ উদ্যোগত অৱস্থান ধৰ্মঘট। ৰাফেল যুদ্ধ বিমান ক্রয়ৰ কেলেংকাৰীৰ তদন্তৰ দাবী সংগঠনটোৰ। জৰাজীৰ্ণ পথ মেৰামতি তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ…
আৰু পঢ়ক...

তিনিচুকীয়াত এজেৱাইচিপিৰ ‘বিক্ষোভ কাৰ্যসূচী’

অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ প্ৰদানৰ দাবী। তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ 'বিক্ষোভ কাৰ্যসূচী'। উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সংগঠনটোৰ। তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদ। শীঘ্ৰে চৰকাৰে ব্যৱস্থা…
আৰু পঢ়ক...

তামিলনাডুত ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা ১৩০ বিমান যাত্ৰীৰ

ডিজিটেল ডেস্কঃ তামিলনাডুৰ ত্ৰিচী বিমানবন্দৰত শুকুৰবাৰে ডুবাই অভিমুখে ৰাওনা হোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমান এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰে৷ ঘটনা অনুসৰি, শুকুৰবাৰে পুৱা ক্ৰিউ মেম্বাৰ সহ ১৩০ গৰাকী যাত্ৰী লৈ বিমানখন ত্ৰিচী…
আৰু পঢ়ক...

ঢেকীয়াজুলিত সচেতন নাগৰিক মঞ্চৰ অৱস্থান ধৰ্মঘট

ঢেকীয়াজুলিত সচেতন নাগৰিক মঞ্চৰ শোণিতপুৰ শাখাৰ অৱস্থান ধৰ্মঘট। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ আসোঁৱাহ দূৰ কৰি শুদ্ধ নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ দাবী। ইতিমধ্যে বাতিল কৰা ৫খন নথি বাহাল ৰখাৰ দাবী প্ৰতিবাদকাৰীৰ। সচেতন নাগৰিক মঞ্চৰ প্ৰতিবাদত…
আৰু পঢ়ক...

বাক্সাৰ তামুলপুৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

বাক্সাৰ তামুলপুৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। পথ মেৰামতিৰ দাবীত এই প্ৰতিবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদী কাৰ্যসূচী। শুকুৰবাৰৰ পুৱা ১০ বজাৰ পৰা ১২ বজালৈ ৰূপায়ণ প্ৰতিবাদ। ঘগ্ৰাপাৰ-তামুলপুৰ পথ শীঘ্ৰে…
আৰু পঢ়ক...

ওদালগুৰিৰ পানেৰীত বন্যহস্তীৰ আক্ৰমণত কৃষকৰ মৃত্যু

ডিজিটেল সংবাদ, টংলাঃ ৰাজ্যত বৃদ্ধি হাতী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীৰ জাক খেদিবলৈ গৈ বৃহস্পতিবাৰে নিশা ওদালগুৰি জিলাৰ ছাগলীঝাৰত হাতীৰ আক্ৰমনত উত্তম ৰাভা নামৰ এজন লোকৰ মৃত্যু ঘটে৷ জানিব পৰা মতে, জিলাখনৰ…
আৰু পঢ়ক...