শেহতীয়া খবৰ
বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতাৰ দেহাৱসান  •  BFF কাণ্ডৰ পিছত আপোনাৰ ফেচবুকত GRATULAৰ কু-দৃষ্টি  •  ডিপলোঙা কাণ্ডঃ ১১জনক গ্ৰেপ্তাৰ, ৭জনক জেললৈ প্ৰেৰণ  •  ওদালগুৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ দল-সংগঠনৰ  •  বাজপেয়ীৰ আত্মাৰ সদগতি কামনাৰে বটদ্ৰৱা থানত প্ৰাৰ্থনা  •  ৭ ৰাজ্যত বানৰ কাল ৰূপ, কেৰালাত নিহতৰ সংখ্যা ৩২৭লৈ বৃদ্ধি  •  প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ এবছুৰ শ্ৰদ্ধাঞ্জলি  •  নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ  •  মনত পৰিছে আজি, জুইয়ে পোৰা ৮৩’ত তুমি কৈছিলাহি- ‘জয় আই অসম’  •  ২২ আগষ্টলৈকে ইন্টাৰনেট-ফোনকল সকলো ফ্ৰী

গভীৰ নিদ্ৰাত বন মন্ত্ৰীঃ বিষয়াৰ ছত্ৰছায়াতে গোৱালপাৰাত বালি ছিণ্ডিকেট

ডিজিটেল ডেস্কঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰু দুধনৈত সম্প্ৰতি একাংশ বালি মাফিয়াই বন বিভাগৰ সহযোগত অবৈধ বালি খনন কাৰ্যৰে এক বৃহৎ ছিণ্ডিকেট গঢ়ি তুলিছে। উল্লেখযোগ্য যে, ১০আগষ্টৰ আবেলি ৩.৩০ বজাত গোৱালপাৰা বন বিভাগৰ কাৰ্যালয়ত গোৱালপাৰা জিলা…
আৰু পঢ়ক...

ভাৰতীয় ৰাজনীতিত প্ৰজ্ঞা আৰু দৃঢ়তাৰ এক প্ৰতীক আছিল সোমনাথ চেতাৰ্জী

ডিজিটেল ডেস্কঃ সোমানাথ চেতাৰ্জী আৰু নাই। অন্ত পৰিল এক ৰাজনৈতিক সত্তাৰ। ভাৰতীয় ৰাজনীতিত সততা আৰু সাহসৰ প্ৰতীক আছিল এইগৰাকী ৰাজনীতিবিদ। সোমনাথ চেতাৰ্জীৰ জন্ম হৈছিল ১৯২৯ চনৰ ২৫জুলাইত। সোমবাৰে পুৱা ৮.১৫ বজাত কলকাতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত…
আৰু পঢ়ক...

কেৰালাৰ বানত ক্ষতিৰ পৰিমাণ ৮হাজাৰ কোটিৰো অধিক

ডিজিটেল ডেস্কঃ বতৰ বিজ্ঞান কেন্দ্ৰৰ অনুমান প্ৰায় সঁচা প্ৰমাণিত কৰি ১৬ ৰাজ্যৰ প্ৰায় কেইখনতেই এতিয়া ধাৰাসাৰ বৰষুণ আহিছে। অসমতো বতৰ ডাৱৰীয়া হৈ আছে আৰু নিশাৰ ভাগত  যথেষ্ট হাৰত বৰষুণ হয়। ইফালে, কেৰালাত বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও পুনৰ…
আৰু পঢ়ক...

লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সোমনাথ চেতাৰ্জীৰ দেহাৱসান

সোমনাথ চেতাৰ্জী আৰু নাই। ৮৯ বছৰ বয়সত মৃত্যু হ'ল চেতাৰ্জীৰ। ১২ আগষ্টৰ পৰা ভেণ্টিলেটৰত আছিল চেতাৰ্জী। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰবীণ ৰাজনীতিবিদ গৰাকী। ২০০৪ৰ পৰা ২০০৯চনলৈ তেওঁ আছিল লোকসভাৰ অধ্যক্ষ। সোমবাৰে পুৱাই কলকাতাৰ…
আৰু পঢ়ক...

শ্ৰীদেৱী যদি আজি জীয়াই থাকিল হেতেন…

ডিজিটেল ডেস্কঃ বলীউডৰ মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ আজি জন্মদিন। ১৯৬৩চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল এইগৰাকী অভিনেত্ৰীৰ। ২০১৮চনৰ ২৪ ফেব্ৰুৱাৰীত ডুবাইত আকষ্মিকভাৱে মৃত্যু হোৱা শ্ৰীদেৱী জীয়াই থকা হ’লে আজি ৫৪ বছৰীয়া হ’ল হেতেন। অভিনয়ৰ জৰিয়তে…
আৰু পঢ়ক...

বিহাৰৰ গৰীবনাথ মন্দিৰত পদপিষ্ট, আহত ২৫

ডিজিটেল ডেস্কঃ বিহাৰৰ মুজাফাপুৰৰ গৰীবনাথ মন্দিৰত সোমবাৰে পুৱা এক পদপিষ্ট ঘটনা সংঘটিত হয়। শাওন মাহৰ তৃতীয় সোমবাৰ হোৱা হেতু অৰ্থাৎ আজি মন্দিৰত পৰম্পৰা অনুসৰি পূজা-অৰ্চনাৰ বাবে যথেষ্ট সংখ্যক লোক সমবেত হৈছিল। মন্দিৰৰ ভিতৰত জলভিশেক অনুষ্ঠানত…
আৰু পঢ়ক...

ভেণ্টিলেটৰত সোমনাথ চেতাৰ্জী, বিকল দেহৰ প্ৰায়বোৰ অংগ

ডিজিটেল ডেস্কঃ লোকসভাৰ প্ৰাক্তন অধ্যক্ষ সোমনাথ চেতাৰ্জীৰ স্বাস্থ্য অধিক সংকটজনক হৈ পৰিছে। বৰ্তমান ভেণ্টিলেটৰত আছে বৰ্ষীয়ান নেতাগৰাকী। যক্কৃত ৰোগত আক্ৰান্ত ৮৯বছৰীয়া চেতাৰ্জীক কলকাতাৰ ব্লু ভিউ ক্লিনিকত চিকিৎসাধীন হৈ আছে। ক্লিক কৰকঃ লোকসভাৰ…
আৰু পঢ়ক...

আজি ভৱেন্দ্ৰনাথ শইকীয়াৰ ১৫ সংখ্যক মৃত্যু তিথি

ডিজিটেল ডেস্কঃ অসমীয়া সাহিত্য জগতৰ অন্যতম মহীৰূহ ভৱেন্দ্ৰনাথ শইকীয়াৰ আজি ১৫সংখ্যক মৃত্যু তিথি। ২০০৩চনৰ ১৩ আগষ্টত এইগৰাকী বিশিষ্ট সাহিত্যিকৰ দেহাৱসান ঘটিছিল। নাটক, চিনেমা, গল্প, উপন্যাস তথা শিশু সাহিত্যৰে  অসমীয়া সাহিত্যক সমৃদ্ধ কৰা ভৱেন্দ্ৰ…
আৰু পঢ়ক...

প্ৰথমবাৰৰ বাবে বলীউডত একেলগে বিগ বি-মিষ্টাৰ পাৰ্ফেকশ্যনিষ্ট

ডিজিটেল ডেস্কঃ যশৰাজ ফিল্ম বেনাৰত নিৰ্মাণ হ’বলগীয়া বহু চৰ্চিত ছবি ‘Thugs of Hindostan’ মুক্তি হ’ব পাৰে অহা ৭ বা ৮ নৱেম্বৰত। পৰিচালক বিজয় কৃষ্ণ আচাৰ্যই নিৰ্মাণ কৰা এই ছবিখনত পোনপ্ৰথমবাৰৰ বাবে একেলগে দেখা যাব বলীউডৰ বিগ বি অমিতাভ বচ্চন আৰু…
আৰু পঢ়ক...

ৰঙিয়াৰ ধাবাত আবকাৰী বিভাগৰ অভিযান

ৰঙিয়াৰ কেবাখনো ধাবাত আবকাৰী বিভাগৰ অভিযান। আৰ কে ধাবা আৰু ভোলে ধাবাত অবৈধভাৱে ৰখা বিলাতী সুৰা জব্দ। স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি আবকাৰী বিভাগে চলালে এই অভিযান। অভিযানত আটক কৰা হৈছে দুজনকৈ লোকক। ৰঙিয়াৰ আৰু কেবা স্থানতো…
আৰু পঢ়ক...