শেহতীয়া খবৰ
কোহলিৰ শতকেৰে তৃতীয় টেষ্টত জয়ৰ দিশে টীম ইণ্ডিয়া  •  নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিপদৰ ইংগিত, নামনি-সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত ভয়ংকৰ ভূমিস্খলন  •  গালি নহয়, ‘নতুন প্ৰজন্ম’ক দিয়ক হাত তালি  •  ভাইৰাছেৰে আকাশ চুলে অসম এনচিচিৰ এয়াৰ উয়িঙে  •  টিউবেলৰ পানীত বিহ, ৩ পৰিয়ালৰ ১৫ সদস্যাক হত্যাৰ অপচেষ্টা  •  বাক্সাত অজগৰ উদ্ধাৰ  •  প্ৰথম মেচতেই ভাৰতীয় হকী দলৰ বৃহৎ সাফল্যঃ ১৭-০ গ’লত ইণ্ডোনেছিয়াক পৰাস্ত  •  মোবাইলৰ বাবে জিএছ ৰোডত সহকৰ্মীক নৃশংসভাৱে হত্যা  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ  •  মেৰাপানীত নাগালেণ্ডৰ বিৰুদ্ধে পুনৰ অনিৰ্দ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

সমুখত ঈদঃ ভাৰত-বাংলাদেশ সীমান্তত বৃদ্ধি চোৰাং গৰুৰ সৰবৰাহ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং চালান। ঈদৰ প্ৰাকমুহূৰ্তত বৃদ্ধি পাইছে গৰুৰ চোৰাং চালানৰ সংখ্যা। লাখ লাখ গৰু দুয়োদেশৰ নিৰাপত্তাৰক্ষী উপস্থিত থকাৰ পিছতো ৰহস্যজনকভাৱে চোৰাংকৈ সৰবৰাহ হৈয়ে আছে। ত্ৰিপুৰাৰ…
আৰু পঢ়ক...

অসম আন্দোলনঃ নিৰ্যাতিত অনিল হীৰাৰ খবৰ লয় কোনে?

ডিজিটেল সংবাদ, নগাঁওঃ এটি সংগ্ৰামী পৰিয়াল। অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত ভাগ লোৱাৰ বাবেই ১৯৮৩ চনত সন্দেহযুক্ত নাগৰিকে জ্বলাই দিছিল ঘৰ-বাৰী। পৰিয়ালটো হৈছে অনিল হীৰাৰ পৰিয়াল। নগাঁৱৰ চামগুৰিৰ অনিল হীৰা নামৰ লোকজনৰ পৰিয়ালটোক ১৯৮৫ চনত…
আৰু পঢ়ক...

ভুল হৈছিল মোৰঃ বাজপেয়ীক অপমান কৰা গহপুৰৰ যুৱকৰ ক্ষমা ভিক্ষা

বাজপেয়ীক অপমান কৰা গহপুৰৰ যুৱকৰ ক্ষমা প্ৰাৰ্থনা। থানাত লিখি দিলে ক্ষমা পত্ৰ। ফেচবুকত বাজপেয়ীৰ মৃত্যুৰ দিনা কৰিছিল মন্তব্য। এনে মন্তব্য কোনো দিনেই ফেচবুকত নিদিয়াৰ প্ৰতিশ্ৰুতি। গহপুৰ তথা ভাৰতবাসীৰ ওচৰত ক্ষমাপ্ৰাৰ্থনা দীপ…
আৰু পঢ়ক...

মল্লযুঁজত বিনেশৰ সোণৰ পদক

মল্লযুঁজত ভাৰতৰ সোণৰ পদক। বিনেশ ফোগতৰ প্ৰথমটো স্বৰ্ণ পদক এছিয়ান গেমছত। মহিলাৰ ৫০ কি.গ্ৰা. শাখাত এই পদক। জাপানৰ প্ৰতিদ্বন্দী য়ুকি ইৰেক পৰাভূত কৰিলে বিনেশে।
আৰু পঢ়ক...

‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণৰ খবৰে বজালীৰ আইতাক দিলে স্থায়ী ঠিকনা

ডিজিটেল ডেস্কঃ কোনে কয় মানুহৰ ভিৰত হেৰাই গৈছে মানুহ? এতিয়াও মানুহৰ মাজত জীয়াই আছে মানৱতা। ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণত প্ৰকাশ হৈছিল এই খবৰ। পদপথত পৰি থকা এগৰাকী আইতাক নি আশ্ৰয় দিছিল পাঠশালাৰ বজালী মহাবিদ্যালয়ৰ কৰ্মচাৰী সৌৰভ বৰুৱাই।…
আৰু পঢ়ক...

চতিয়াৰ ডিপলোঙা কাণ্ডৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, উত্তৰ অসমঃ বিশ্বনাথ জিলাৰ চতিয়া থানাৰ অন্তর্গত ডিপলোঙাৰ নাৰকীয় ঘটনাত জড়িত আৰু এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে চতিয়া আৰক্ষী। ডিপলোঙা চাহ বাগিচাৰ ১৫ নং লাইনৰ নিবাসী লোচন পাটৰক আজি চতিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ…
আৰু পঢ়ক...

ভেজাল মিঠাই! মহানগৰীৰ ২ ৰেষ্টুৰেণ্টত তলা

ডিজিটেল সংবাদ, গুৱাহাটীঃ মহানগৰাবাসীৰ খাদ্য সচেতনতাৰ অভাৱৰ সুযোগ লৈ সময়ে সময়ে একাংশ অসাধু ব্যৱসায়ীয়ে সংঘটিত কৰি আহিছে অনিয়ম। ধনৰ লালসাত ভেজাল তথা অস্বাস্থ্যকৰ খাদ্য সামগ্ৰীও গ্ৰাহকক তুলি দিবলৈ কুণ্ঠাবোধ নকৰা এনে অসাধু ব্যৱসায়ীৰ সংখ্যা দিনে…
আৰু পঢ়ক...

নগাঁৱৰ হয়বৰগাঁৱত পত্নীক জ্বলাই দিলে স্বামীয়ে!

নগাঁৱৰ হয়বৰগাঁৱত অগ্নিদগ্ধ এগৰাকী মহিলা। সংকটজনক অৱস্থাত মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ। নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় মহিলাগৰাকীক। স্বামী কীৰ্তন বণিকে জ্বলাই দিয়াৰ অভিযোগ মহিলাগৰাকীৰ পৰিয়ালৰ।…
আৰু পঢ়ক...

দুবাহুৰ মাজত পাক সেনা প্ৰধানক লৈ বিপদত সিদ্ধু

ডিজিটেল ডেস্কঃ ইমৰান খানৰ শপত গ্ৰহণ লৈ তিনিজনকৈ ক্ৰিকেটাৰক নিমন্ত্ৰণ জনোৱা হৈছিল। তাৰ ভিতৰত নবজ্যোৎ সিং সিদ্ধুৱে সেই নিমন্ত্ৰণ স্বীকাৰ কৰি পাকিস্তানৰ মাটিত ভৰি দিছিল যদিও এই অনুষ্ঠানলৈ যোৱা নাছিল কপিল দেৱ আৰু সুনীল গাভাস্কাৰ।…
আৰু পঢ়ক...

সাংসদ আৰ পি শৰ্মাৰ কন্যা পল্লৱীক আত্মসমৰ্পণৰ নিৰ্দেশ আদালতৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ এপিএছচি কেলেংকাৰী গোচৰত অন্তৱৰ্তী জামিন লাভ কৰা বিজেপি সাংসদ আৰ পি শৰ্মাৰ কন্যা পল্লৱী শৰ্মাক আত্মসমৰ্পণৰ নিৰ্দেশ দিছে আদালতে। অহা ২৪ আগষ্টত আদালতে পল্লৱীক বিশেষ সত্ৰ ন্যায়াধীশৰ আদালতত আত্মসমৰ্পণৰ নিৰ্দেশ প্ৰদান…
আৰু পঢ়ক...