শেহতীয়া খবৰ
গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...

ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ…

ডিজিটেল ডেস্কঃ দেশৰ নিবনুৱাসকলৰ বাবে ৰেল বিভাগে লৈ আহিছে এক সুখবৰ। ৰেলৱে ভৰ্তি ব’ৰ্ডে ১ লাখ ৩০ হাজাৰ পদৰ বাবে জাননী জাৰি কৰিছে। এই পদসমূহ ন’ন্ টেকনিকেল পপুলাৰ কেটেগৰী চমুকৈ এন টি পি চি আৰু লেভেল-১ পদৰ বাবে। ৰেলৱেত এই পদসমূহত ভৰ্তি প্ৰক্ৰিয়া…
আৰু পঢ়ক...

কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা…

কোকৰাঝাৰত অনুষ্ঠিত হৈছে বিপিএফৰ সভা। বডোফা সাংস্কৃতিক কালচাৰেল কমপ্লেক্সত এই সভা। আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ লগতে বিভিন্ন বিষয়ত আলোচনা কৰা হ'ব এই সভাত। সভাত উপস্থিত আছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, সাংসদ বিশ্বজিৎ…
আৰু পঢ়ক...

ৰৌতাৰ সিধাখোৱাত গছৰ মূড়া খান্দোতে উদ্ধাৰ পৌৰাণিক মেডেল… VIDEO

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত সিধাখোৱা গাঁৱত উদ্ধাৰ হ’ল পৌৰাণিক মেডেল। গাঁওখনৰ বাসিন্দা শুকুৰ আলীৰ পুত্ৰ সুৰুজ আলীৰ নিজ বাসগৃহত উদ্ধাৰ হৈছে এই পৌৰাণিক মেডেলসমূহ। সুৰুজ আলীৰ ঘৰৰ চোতালত থকা পুৰণি গছৰ মূড়া এটা…
আৰু পঢ়ক...

এৰ’ ইণ্ডিয়া শ্ব’ত যুঁজাৰু বিমান উৰাবলৈ সাজু সেনা প্ৰধান বিপিন ৰাৱাট

এল চি এ তেজাছ কম্বেট যুঁজাৰু বিমান উৰণৰ বাবে সাজু সেনা প্ৰধান বিপিন ৰাৱাট। বৃহস্পতিবাৰৰ এৰ’ ইণ্ডিয়া শ্ব’ত বিমান উৰাবলৈ সাজু সেনা প্ৰধানগৰাকী। বাংগালুৰুত অনুষ্ঠিত কৰা হৈছে এৰ’ ইণ্ডিয়া শ্ব’।
আৰু পঢ়ক...

লোকসভা নিৰ্বাচন-২০১৯, অতুল বৰাৰ নেতৃত্বত ৰণকৌশল প্ৰস্তুত সমিতি গঠন অসম গণ পৰিষদৰ

লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে অসম গণ পৰিষদে। অগপই গঠন কৰিলে লোকসভা নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত সমিতি। সভাপতি অতুল বৰাৰ নেতৃত্বত ৯ জনীয়া কমিটী গঠন কৰিলে আঞ্চলিক দলটোৱে। কমিটীত আছে অতুল বৰা, কেশৱ মহন্ত, প্ৰফুল্ল…
আৰু পঢ়ক...

কৰিমগঞ্জৰ পাথাৰকান্দিত নৃশংস হত্যাকাণ্ড…

কৰিমগঞ্জৰ পাথাৰকান্দিত নৃশংস হত্যাকাণ্ড। ৰডেৰে মৰিয়াই বিজন দেৱ নামৰ এজন লোকক নৃশংসভাৱে হত্যা। কাশী কেওট নামৰ লোকজনে হত্যা কৰাৰ অভিযোগ। পথ নিৰ্মাণক লৈ হোৱা বিবাদৰ পৰিণতিতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। একাংশ…
আৰু পঢ়ক...

শিৱসাগৰত পুৱতি নিশা চোৰে লুটিলে এ টি এম…

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত সংঘটিত এ টি এমত চুৰিকাণ্ড৷ চহৰখনৰ মাজমজিয়াৰ বাবুপট্টিৰ ভাৰতীয় ষ্টেট বেংকৰ এ টি এমত চোৰে চলালে চাফায়৷ বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় চুৰি কাণ্ড৷ বেংক কৰ্তৃপক্ষই চুৰিৰ পিছতেই এটিএমত ওলোমালে তলা ৷ ইফালে,…
আৰু পঢ়ক...

পুলৱামাৰ শ্বহীদৰ পৰিয়াললৈ ফেচবুকৰ জৰিয়তে ৬ কোটি টকা সংগ্ৰহ কৰিলে যুৱকে…

ডিজিটেল ডেস্কঃ যোৱা ১৪ ফেব্ৰুৱাৰীত কাশ্মীৰৰ পুলৱামাত সংঘটিত বৰ্বৰ আক্ৰমণে দেশৰ ৪৪ জনকৈ জোৱানৰ প্ৰাণ কাঢ়ি নিছিল, সেই বেদনা এতিয়াও দেশবাসীৰ মনৰ পৰা আতৰা নাই। সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়া পাকিস্তানৰ বিৰুদ্ধেও সৰৱ হৈছে ভাৰত। কেৱল ভাৰতেই নহয়…
আৰু পঢ়ক...

জম্মু-কাশ্মীৰত বৃহৎ নলাত বাগৰিল যাত্ৰীবাহী বাছ…

জম্মু-কাশ্মীৰত বৃহৎ নলাত বাগৰি পৰে যাত্ৰীবাহী বাছ। ধাৰাসাৰ বৰষুণৰ ফলত নলাটোত বাগৰি পৰে বাছখন। কট্টীৰ পৰা উধমপুৰলৈ যোৱা পথৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। বাছখনৰ আটাইকেইজন যাত্ৰীক উদ্ধাৰ কৰে স্থানীয় ৰাইজে। কোনো লোক হতাহত হোৱাৰ…
আৰু পঢ়ক...

‘পুলৱামা ঘটনাৰ দিনা দেশবাসী ক্ষোভত ফাঁটি পৰা সময়ত প্ৰধানমন্ত্ৰী ব্যস্ত আছিল শ্বুটিঙত’

ডিজিটেল ডেস্কঃ পুলৱামা ঘটনাত ৪৬জনকৈ সেনা জোৱান শ্বহীদ হোৱাৰ পাছতে পাকিস্তান আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সমগ্ৰ দেশবাসী। পুলৱামাত শ্বহীদ জোৱানসকলৰ ভিতৰত আছিল অসমৰ মহেশ্বৰ বসুমতাৰী। কিন্তু পুলৱামা ঘটনাৰ পাছতেই এগৰাকী কংগ্ৰেছ…
আৰু পঢ়ক...