টীয়কত গুণ্ডাগিৰি চলাই সংগঠনৰ নেতা আটক

শুকুৰবাৰে টীয়কত গুণ্ডাগিৰি চলাই আটক হ’ল 'অসম প্ৰেমী যুৱ ছাত্ৰ সমাজ' নামৰ সংগঠনটোৰ নেতা। আটক হ’ল সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ গগৈ। টীয়কত চলি থকা ৰাষ্ট্ৰীয় বাণিজ্য মেলাত ব্যৱসায়ীক মাৰপিট কৰি ধন কাৰি নিয়াৰ অভিযোগ গগৈৰ…
আৰু পঢ়ক...

গোসাইগাঁৱত মাৰণাস্ত্ৰসহ এজন কেএলঅৰ কেডাৰ আটক

শনিবাৰে গোসাইগাঁৱত মাৰণাস্ত্ৰসহ এজন কেএলঅৰ কেডাৰ আটক। সেনা-আৰক্ষীৰ অভিযানত আটক নিৰানন্দ ৰায় ওৰফে নিন্দো নৰেন্দ্ৰ নামৰ কেডাৰজন। কেডাৰজনৰ ঘৰ গোসাইগাঁৱৰ বাবুবিলত। ম্যানমাৰত প্ৰশিক্ষণ লৈছিল কেডাৰজনে। কেডাৰজনৰ পৰা আৰক্ষীয়ে জব্দ…
আৰু পঢ়ক...

ডিগবৈত এগৰাকী কিশোৰীক দলৱদ্ধ বলাৎকাৰ

দুৰ্গা পূজা আনন্দ-উলাহৰ মাজতে ডিগবৈত সংঘটিত হ’ল জঘন্য কাণ্ড। শুকুৰবাৰে নিশা ১৬ বছৰীয়া কিশোৰীক দলবদ্ধ বলাত্‍কাৰ। নিশা মুলিয়াবাৰীত চাৰিজনীয়া দুৰ্বৃত্তৰ দলে বলাত্‍কাৰ কৰে কিশোৰীগৰাকীক। চিঞৰ-বাখৰ কৰাত টহলদাৰী নিৰাপত্তাৰক্ষীৰ দলে…
আৰু পঢ়ক...

চিয়াঙত মহাপ্ৰলয়ৰ আগজাননী জাৰি প্ৰশাসনৰ

ডিজিটেল সংবাদ, ইটানগৰঃ চীন-অৰুণাচল সীমান্তৰ নুক্সিয়া হাইদ্ৰ'লজিকেল ষ্টেচনৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ তললৈ চাংপো নদীত হোৱা ভয়াবহ ভূমিস্খলনৰ ফলত চাংপো নদীখনৰ পানী আবদ্ধ হৈ পৰিছে ৷ যাৰ বাবে য়াৰলং চাংপো নদীৰ পানীয়ে মিলিন নামৰ ঠাইখনত পাহাৰৰ মাজত…
আৰু পঢ়ক...

বঙাইগাঁৱৰ পাগলাস্থান বজাৰত ব্বিধংসী অগ্নিকাণ্ড

শনিবাৰে বঙাইগাঁৱৰ পাগলাস্থান বজাৰত ব্বিধংসী অগ্নিকাণ্ড। জুইত জাহ গ’ল এখন ব্যৱসায়িক প্ৰতিষ্ঠান। কেইবালাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয় এই অগ্নিকাণ্ডত। বৰ্তমানৰলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। অগ্নিনিৰ্বাপক বাহিনী…
আৰু পঢ়ক...

সবৰিমালা মন্দিৰ দৰ্শনৰ বাবে যোৱা ৰেহানা ফাতিমাৰ বাসগৃহত আক্ৰমণ

কেৰালাৰ মহিলা সমাজকৰ্মী ৰেহানা ফাতিমাৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ। শুকুৰবাৰে কোনো অচিনাক্ত দুৰ্বৃত্তই ভাঙি লণ্ড ভণ্ড কৰে সমাজকৰ্মীগৰাকীৰ বাসগৃহৰ আচবাব। উল্লেখ্য যে, শুকুৰবাৰে পুৱা তেওঁ আৰক্ষীৰ নিৰাপত্তাৰ মাজত সবৰিমালা মন্দিৰ দৰ্শনৰ…
আৰু পঢ়ক...

উফন্দি উঠিছে ব্ৰহ্মপুত্ৰ-চিয়াঙৰ উপৰিভাগঃ লখিমপুৰ, ধেমাজি, গহপুৰ, তেজপুৰবাসীলৈ প্ৰশাসনৰ সৰ্তকবাণী

অৰুণাচল, লখিমপুৰ, ধেমাজি, গহপুৰ, তেজপুৰবাসীলৈ প্ৰশাসনৰ সৰ্তকবাণী। যিকোনো সময়তে হ’ব পাৰে ভয়ংকৰ প্ৰলয়। ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰিছে য়াৰলুং জাংব’ নদীৰ পানী। ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ তথা চিয়াঙৰ মূল উপৰিভাগ। ওফন্দি উঠা পানীয়ে…
আৰু পঢ়ক...

সবৰিমালা মন্দিৰত তলা মৰাৰ হুংকাৰ মুখ্য পুৰোহিতৰ!

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পিছতে সবৰিমালা মন্দিৰত মহিলা প্ৰৱেশক লৈ কিছুদিনৰ পৰা চলি থকা বাক বিতণ্ডাৰ এতিয়াও অন্ত পৰা নাই। মহিলাৰ প্ৰৱেশক লৈ ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে বিৰোধ কৰাৰ সময়তে সবৰিমালা মন্দিৰৰ মুখ্য পুৰোহিত কাণ্ডাৰাড়ু…
আৰু পঢ়ক...

শিৱসাগৰত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

ৰাজ্যত পুনৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজনৰ। শিৱসাগৰৰ দিচাংমুখত সংঘটিত এই বিদ্যুত্‍স্পৃষ্টৰ ঘটনা। মাছ মাৰিবলৈ যোৱা সময়তে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু লোকজনৰ। মৃত লোকজন বাহাদুৰ মালা বুলি চিনাক্ত। বন্যহস্তী খেদিবলৈ সংযোগ কৰা…
আৰু পঢ়ক...

বৰ্ষাপাৰা ষ্টেডিয়ামত পুৱাই অনুশীলনত ব্যস্ত টীম ইণ্ডিয়া

বৰ্ষাপাৰা ষ্টেডিয়ামত পুৱাই অনুশীলনত ভাগ ল’লে টীম ইণ্ডিয়াই। অনুশীলনত অংশ লোৱা খেলুৱৈসকলৰ ভিতৰত আছিল কেপ্টেইন বিৰাট কোহলীও। ভাৰতীয় দলৰ খেলুৱৈসকলক চাবলৈ ষ্টেডিয়ামত যথেষ্ট লোকৰ ভিৰ। ভাৰতীয় দলৰ প্ৰায় সকলো খেলুৱৈ উপস্থিত আছিল…
আৰু পঢ়ক...