শেহতীয়া খবৰ
জাগুনৰ অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ  •  মধ্যপ্ৰদেশত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত শিশুসহ ৯জন  •  শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত ৰাসোৎসৱৰ হীৰক জয়ন্তী বৰ্ষ, খোল-তালৰ ধ্বনিত মুখৰিত চৌদিশ  •  মহানগৰীত ৰড চুৰি কৰিবলৈ আহি আৰক্ষীৰ জালত ৪ চোৰ  •  আক্ৰাছুৰ অসম বন্ধক লৈ বাক্সাৰ গুৱাবাৰীত উত্তেজনা  •  এন ই কে এছ চিৰ কোম্পানীৰ নামত ভুৱা ব্যৱসায় কৰি আৰক্ষীৰ জালত চৌকত আলী  •  মানকাচৰত নিৰ্বাচনী বতাহ, দলীয় বিসম্বাদ আৰু দল বাগৰা ৰাজনীতিৰ মাজতে শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী  •  নগাঁৱত হঠাৎ পোষ্টাৰৰ পৰা হেৰাইছে ৰাজেন গোঁহাইৰ ফটো!  •  ৰাজকুমাৰ আৰু যতীন য’ত, ১০ টকাতেই বিধে বিধে টেঙাৰ জুতি ত’ত...  •  ছিডনীত ভাৰতনাট্যম উপভোগ কৰিলে ৰাষ্ট্ৰপতি কোবিন্দে, চাওঁক VIDEO

২৪ নবেম্বৰৰ এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল

অৱশেষত ২৪ নবেম্বৰৰ এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল। পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হৈছে পৰীক্ষা। পৰীক্ষা অনুষ্ঠিত হ’বনে নহয় তাক লৈ সৃষ্টি হৈছিল বিভ্ৰান্তি। অসম লোক সেৱা আয়োগে সময়মতে প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত…
আৰু পঢ়ক...

জাগীৰোডত দলং পাৰ হ’বলৈ গৈ ট্ৰাকৰ চেপাত মৃত্যু যুৱকৰ

ডিজিটেল সংবাদ, জাগীৰোডঃ মৰিগাঁও জিলাৰ জাগীৰোডত বুধাবাৰে পুৱা সংঘটিত হোৱা এক শোকাৱহ দুৰ্ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ জানিব পৰা মতে, পুৱা জাগী ভকতগাঁৱৰ এখন দলং পাৰ হ’বলৈ লোৱা সময়তে এখন তীব্ৰবেদী ট্ৰাকৰ তলত সোমাই পৰে এজন যুৱক৷ যাৰ ফলত…
আৰু পঢ়ক...

দুধনৈৰ আমজোঙাত কৰ্তব্যৰত অৱস্থাত নিশা ৰহস্যজনক মৃত্যু গৃহৰক্ষী জোৱানৰ

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ দুধনৈৰ আমজোঙাত কৰ্তব্যৰত অৱস্থাত এজন গৃহৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু হোৱা ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমজোঙা এন আৰ চি কেন্দ্ৰত নিশা কৰ্তব্য পালন কৰি থকা সময়তে হঠাৎ মৃত্যু হয়…
আৰু পঢ়ক...

তেজপুৰত ভোট বৰ্জনৰ সিদ্ধান্তঃ ৰাইজৰ ৰায় অমান্য কৰিলে ৫ হাজাৰ টকা জৰিমনা, ১২ বছৰলৈ এঘৰীয়া

ডিজিটেল সংবাদ, তেজপুৰঃ ৰাজ্যখনৰ আগন্তক পঞ্চায়ত নিৰ্বাচনক লৈ সন্তুষ্ট নহয় ৰাজ্যবাসী৷ কংগ্ৰেছৰ ১৫ বছৰীয়া শাসনৰ কোৰাল গ্ৰাসৰ পৰা মুক্ত হৈ যি পৰিৱৰ্তনৰ আশাত ৰাইজে বিজেপিক শাসনত বহুৱাইছিল সেই বিজেপিয়ে এতিয়া সাধাৰণ জনতাৰ বিশ্বাস জয় কৰিবলৈ সক্ষম…
আৰু পঢ়ক...

চোকা অস্ত্ৰৰে একেটা পৰিয়ালৰ ৩জনক আক্ৰমণ, মাজুলীত চাঞ্চল্য

মাজুলীৰ কেকুৰী পমুৱাত লোমহৰ্ষক হত্যাকাণ্ড। একেটা পৰিয়ালৰে তিনিজনক চোকা অস্ত্ৰৰে ঘপিয়ালে এজন লোকে। চোকা অস্ত্ৰৰে তিনিজনক আক্ৰমণ কৰাৰ অভিযোগ মণি পেগু নামৰ লোকজনৰ বিৰুদ্ধে। ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই এগৰাকী মহিলাই। নিহত…
আৰু পঢ়ক...

আন্দামান আৰু নিকোবৰত জনজাতীয় সম্প্ৰদায়ৰ হাতত নিহত আমেৰিকান পৰ্যটক

ডিজিটেল ডেস্কঃ আন্দামান আৰু নিকোবৰ দ্বীপৰ সমীপৰ নৰ্থ চেন্টিনেল আইলেণ্ডত এগৰাকী আমেৰিকান পৰ্যটকৰ মৃত্যুৰ বাতৰিয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত পৰ্যটকজনৰ মৃতদেহটো উদ্ধাৰ কৰে৷ নিহত পৰ্যটকজনৰ…
আৰু পঢ়ক...

কামপুৰ ৰেল ষ্টেচনত ৫ বস্তাৰো অধিক শামুক জব্দ, আটক শামুক সৰবৰাহকাৰী মাতৃ-পুত্ৰ

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কামপুৰত দীৰ্ঘদিন ধৰি চলি আহিছে শামুকৰ ৰমৰময়ীয়া ব্যৱসায়। বিল খালৰ পৰা শামুক সংগ্ৰহ কৰি একাংশ অসাধু লোকে ডিমাপুৰলৈ প্ৰতিদিনে শামুক সৰবৰাহ কৰি আহিছে। মঙলবাৰে নিশা কামপুৰ ৰে'ল ষ্টেশ্যনত সাংবাদিকৰ তৎপৰতাত ৫…
আৰু পঢ়ক...

ত্ৰিপুৰাৰ ষষ্ঠ উত্তৰ-পূৱ যুৱ মহোৎসৱত অসমৰ পেঞ্চাক চিলাটক শ্ৰেষ্ঠ সমৰ কলা প্ৰদৰ্শনৰ সন্মান

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ত্ৰিপুৰাত ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ষষ্ঠ উত্তৰ-পূৰ্বাঞ্চল যুৱ মহোৎসৱ-২০১৮ত অসমক প্ৰতিনিধিত্ব কৰা অসম পেঞ্চাক চিলাট এছ'চিয়েশ্বনে ‘পেঞ্চাক চিলাট’ সমৰ কলা প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰি অসমক গৌৰৱাম্বিত কৰিছে। অসম…
আৰু পঢ়ক...

গোলাঘাটত ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ চাফাই

গোলাঘাট নগৰৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত মঙলবাৰে নিশা চোৰৰ লুট। চোৰে লুটিলে প্ৰায় ৯ লাখ টকাৰ ম’বাইল ফোনৰ লগতে নগদ ধন। নগৰখনৰ কে বি ইলেকট্ৰ’নিকছ নামৰ ম’বাইলৰ বিপণীত চুৰি। চোৰে লুটি নিলে ৭০টাৰো অধিক ম’বাইল ফোন। চোৰে লুটিলে…
আৰু পঢ়ক...

তামুলপুৰৰ দ্বাৰকুছিত কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ পথ অৱৰোধ

ডিজিটেল সংবাদ, তামুলপুৰঃ কলিতা জনগোষ্ঠীক জনজাতিকৰণ আৰু কলিতা উন্নয়ন পৰিষদ গঠনৰ দাবীত বুধবাৰে দিনৰ ১১ বজাত কলিতা ছাত্ৰ সন্থাই এক ঘন্টীয়া ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসুচি ৰূপায়ন কৰে। কলিতা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ…
আৰু পঢ়ক...