শেহতীয়া খবৰ
হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাত কঁপিল শিৱসাগৰ  •  ২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!  •  ২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!  •  বিধানসভাত বিৰোধী আসনত বহিবলৈ অধ্যক্ষক পত্ৰ অগপৰ  •  বিধানসভাত বিৰোধী আসনত বহিবলৈ অধ্যক্ষক পত্ৰ অগপৰ  •  বিশ্বনাথ জিলাৰ নতুন উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ কাৰ্যভাৰ গ্ৰহণ  •  শিৱসাগৰ জিলাৰ উপায়ুক্ত হিচাপে ডঃএছ লক্ষ্মণৰ কাৰ্যভাৰ গ্ৰহণ  •  নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত গাড়ীৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু  •  বিজেপিৰ দল আৰু চৰকাৰৰ সুমতি কামনাৰে কংগ্ৰেছৰ ভাগৱত পাঠ  •  গোৱালপাৰাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত সৰ্বমুঠ ৬৫:৮১% ভোট গ্ৰহণ

উৰণৰত সময়ত ভয়াৱহ কঁপনি! লক্ষ্ণৌত পুনৰ অৱতৰণ ইণ্ডিগ’ৰ যাত্ৰীবাহী বিমান…

ডিজিটেল ডেস্কঃ ইণ্ডিগ’ৰ এখন যাত্ৰী বিমান লক্ষ্ণৌৰ পৰা জয়পুৰলৈ উৰাৰ কিছু সময় পাছতেই তৎকালীনভাৱে লক্ষ্ণৌৰ বিমান বন্দৰলৈ ঘূৰাই আনিব লগা হয়। দৰাচলতে, ইণ্ডিগ’ৰ ৬ই-৪৫১ নম্বৰৰ বিমানখন সোমবাৰে লক্ষ্ণৌৰ পৰা জয়পুৰ অভিমুখে উৰাৰ পাছতেই বৈমানিকগৰাকী…
আৰু পঢ়ক...

বিজেপিৰ দল আৰু চৰকাৰৰ সুমতি কামনাৰে কংগ্ৰেছৰ ভাগৱত পাঠ

ডিজিটেল সংবাদ, বঙাইগাঁওঃ জাতিধ্বংসী নাগৰিকত্ব বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। সোমবাৰে বিধেয়ক বাতিল আৰু বিজেপি দল, চৰকাৰৰ সুমতি কামনাৰে ভগৱানৰ শৰণাপন্ন হ’ল বঙাইগাঁও জিলা কংগ্ৰেছ ৷সোমবাৰে সন্ধিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা…
আৰু পঢ়ক...

চেন্নাইৰ বিমান বন্দৰত ৩৩ লাখ টকাৰ বিদেশী মুদ্ৰাসহ এজনক আটক

চেন্নাইৰ বিমান বন্দৰত গ্ৰেপ্তাৰ এজন লোকক। আবকাৰী বিভাগে লোকজনৰ পৰা জব্দ কৰে ৩৩ লাখ টকা মূল্যৰ বিদেশী মুদ্ৰা। লগতে জব্দ ১৪ কেজি ওজনৰ শ্বাৰ্কৰ ফিছা। জব্দকৃত শ্বাৰ্কৰ ফিছা খিনিৰ মূল্য প্ৰায় ৮ লাখ টকা। বৰ্তমান সোধা-পোছা অব্যাহত…
আৰু পঢ়ক...

সমষ্টিৰ পদূলিতে হিমন্তৰ কনভয় ভেদি যুৱকে দেখুৱালে ক’লা পতাকা, চাওক VIDEO

ডিজিটেল ডেস্কঃ যলৈকে গৈছে তাতেই গণৰোষৰ সন্মুখীন হৈছে বিজেপিৰ মন্ত্ৰী-বিধায়ক। নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পাছৰে পৰা মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো ৰাজ্যৰ বহুস্থানত প্ৰদৰ্শন কৰা হৈছে কলা পতাকা। এইবাৰ ৰঙিয়াত মন্ত্ৰী হিমন্ত…
আৰু পঢ়ক...

পৃথক বড়োলেণ্ডৰ দাবীত লক্ষাধিক বড়ো জনতাসহ এবছুৰ বিশাল সমদল, VIDEO

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৮৭ দশকত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নেতৃত্বত ডিভাইড আছাম ফিফটি ফিফটি শ্লোগানেৰে আৰম্ভ হোৱা জোৰদাৰ পৃথক বড়োলেণ্ড আন্দোলনৰ সোমবাৰে যেন পুনৰাবৃত্তি ঘটিল ৷ বডোফাৰ নেতৃত্বত পৃথক বড়োলেণ্ডৰ আন্দোলনত যেনেকৈ লাখ-লাখ জনতাই…
আৰু পঢ়ক...

মুকুল হালৈৰ তথ্যচিত্ৰ ‘ল’ৰালিৰ সাধু’লৈ ৰাষ্ট্ৰীয় সন্মান…

ডিজিটেল সংবাদ, নলবাৰীঃ ১৯ জানুৱাৰী, ২০১৯ত অসমৰ উদীয়মান ছবি পৰিচালক মুকুল হালৈৰ প্ৰশংসিত তথ্যচিত্ৰ ‘ল’ৰালিৰ সাধুকথা’লৈ আগবঢ়োৱা হয় চতুৰ্থ বালা কৈলাশম স্মাৰক বঁটা। চেন্নাইৰ এন এফ ডি চি টেগোৰ কেন্দ্ৰত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ সভাত হালৈক এই…
আৰু পঢ়ক...

দেহৰাডুনত ২২ জানুৱাৰীত বন্ধ থাকিব বিদ্যালয়

উত্তৰাখণ্ডত তীব্ৰ বৰষুণ আৰু তুষাৰপাতৰ সম্ভাৱনা। মঙলবাৰে দেহৰাডুনত স্কুল-অংগনবাড়ী কেন্দ্ৰসমূহ বন্ধ থাকিব। দেহৰাডুন জিলা প্ৰশাসনে গ্ৰহণ কৰে এই সিদ্ধান্ত। কোনো লোক তথা ছাত্ৰ-ছাত্ৰীৰ ক্ষয়ক্ষতি নোহোৱাৰ বাবেই গ্ৰহণ কৰা হৈছে এই…
আৰু পঢ়ক...

কৰ্ণাটকত শোকাৱহ দুৰ্ঘটনা, নাও ডুবি মৃত্যু ১৬ যাত্ৰীৰ

ডিজিটেল ডেস্কঃ কৰ্ণাটকত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ ঘটনা। কৰৱাড়ত নাও ডুবি যোৱাৰ ফলত মৃত্যু ১৬গৰাকীকৈ যাত্ৰী। জানিব পৰামতে, ডুবি যোৱা নাওখনত মুঠ ২৪ গৰাকী যাত্ৰী আছিল। কৰৱাড়ত ডুবি যায় নাওখন। এই কৰুণ ঘটনা সংঘটিত হোৱাৰ পাছত ভাৰতীয় নৌ সেনা…
আৰু পঢ়ক...

মুখ্যমন্ত্ৰী হিচাপে নহয়, ফটোত এইবাৰ অতিথি পৰায়ণ মহিলা হিচাপে মমতা বেনাৰ্জী

ডিজিটেল ডেস্কঃ কেৱল মুখ্যমন্ত্ৰী হিচাপেই নহয়, এইবাৰ এগৰাকী প্ৰকৃত ভাৰতীয় অতিথি পৰায়ণ মহিলা হিচাপেও দেখা পোৱা গ’ল মমতা বেনাৰ্জীক। হাত খোৱা বস্তৰ ট্ৰে লৈ ইজন পিছত সিজন অতিথিক অপ্যায়ন কৰা মমতা বেনাৰ্জীৰ সেই ৰূপ ফটো আকাৰে এতিয়া ছ’চিয়েল মিডিয়াত…
আৰু পঢ়ক...

ঐক্য লগ্ন

২০১৯ চনৰ ১৯ জানুৱাৰী তাৰিখটো বৰ্তমান বিশ্বৰ বৃহত্তম গণতন্ত্ৰ ভাৰতৰ গণতান্ত্ৰিক জীৱনৰ বাবে যেনেকৈ অতি গুৰুত্বপূৰ্ণ দিন হৈ পৰিল, তেনেকৈয়ে অতি গুৰুত্বপূৰ্ণ দিন হৈ পৰিল মূলসুঁতিৰ অসমীয়াকে ধৰি বৃহত্তৰ জাতিটোৰ অন্তৰ্গত আন জাতি-জনগোষ্ঠীৰ জাতীয়…
আৰু পঢ়ক...