শেহতীয়া খবৰ
জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী  •  লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক  •  কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী  •  জম্মু-কাশ্মীৰত নিৰাপত্তাবাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৭ নাগৰিক  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  হাইলাকান্দিত অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, কোনে পালে কিমান আসন?  •  অৰুণাচলত ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি অনাবৰণ

অৰুণাচলত ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি অনাবৰণ

ডিজিটেল সংবাদ, ইটানগৰঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মস্থান শদিয়াৰ কিছু দুৰত থকা বলুং গাৱত শনিবাৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে যুটীয়াভাৱে সুধাকণ্ঠৰ এটি বিশাল প্ৰতিমূৰ্তি অনাবৰণ কৰে ৷…
আৰু পঢ়ক...

ধূপধৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত

ডিজিটেল সংবাদ, ধূপধৰাঃ গোৱালপাৰা জিলাত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস৷ জিলাখনৰ ধূপধৰাৰ জ্যোতিগাঁও ডুমাপাৰাত শনিবাৰে সন্ধিয়া বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হয়৷ জানিব পৰা মতে, বনৰীয়া হাতীয়ে গাঁওখনৰে এজন লোকৰ ঘৰ ভাঙি থৈ যোৱা বাসগৃহটো চাবলৈ…
আৰু পঢ়ক...

মডেল বিটিচিৰ প্ৰতিশ্ৰুতি অসাৰ, ৰাইজে নিজেই নিৰ্মাণ কৰিলে বাঁহৰ দলং

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৰাজ্যবাসীক পৰিৱৰ্তনৰ আশ্বাস দি চৰকাৰ গঠন কৰা বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰ তথা মডেল বিটিচি গঢ়াৰ প্ৰতিশ্ৰুতি দিয়া বিপিএফ চৰকাৰৰ প্ৰতি আস্থা হেৰুৱাইছে ২৯ নং পশ্চিম কোকৰাঝাৰ সমষ্টিবাসী ৰাইজে। ফলত চৰকাৰ,…
আৰু পঢ়ক...

তেজপুৰৰ বাসভৱনতে পূ্ণ্যব্ৰত দেৱ গোস্বামীক দিল্লীৰ অনুষ্ঠানৰ বঁটা প্ৰদান

ডিজিটেল সংবাদ, তেজপুৰঃ সুদীৰ্ঘ ডেৰ মাহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ অন্তত যোৱা ১১ ডিচেম্বৰত তেজপুৰৰ নিকামূল সত্ৰস্থিত বাসভৱনলৈ উভতি আহিলেও সম্পূৰ্ণ সুস্থ হৈ উঠা নাই সত্ৰীয়া সংগীতৰ বিশেষজ্ঞ তথা নিকামূল সত্ৰৰ সত্ৰাধিকাৰ…
আৰু পঢ়ক...

কংগ্ৰেছমুক্ত ভাৰত, বিজেপিৰ অলীক কল্পনাঃ তৰুণ গগৈ

ডিজিটেল সংবাদ, গুৱাহাটীঃ শনিবাৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এখন সংবাদমেল সম্বোধন কৰে। ৰাজ্যত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত গগৈয়ে কয় 'পঞ্চায়ত নিৰ্বাচনে প্ৰমাণ কৰিলে যে বিজেপিত খহনীয়া আৰম্ভ হৈছে। ২০২১ৰ…
আৰু পঢ়ক...

ম’বাইলে কাঢ়িলে বৃদ্ধৰ প্ৰাণ!

ডিজিটেল ডেস্কঃ আপুনিও নিশ্চয় ম’বাইল ম’বাইল অবিহনে আপোনাৰ জীৱনটো কল্পনাই কৰিব নোৱাৰে। দৈনিক যিকোনো সৰু-ডাঙৰ কামৰ বাবে আপুনি হয়তো ব্যৱহাৰ কৰে এই ম’বাইল। বৰ্তমান সময়ত প্ৰায় সকলোৱেই ব্যৱহাৰ কৰে ম’বাইল। কথা পতাৰ পৰা, অনলাইন বিলৰ ধন জমা দিয়া,…
আৰু পঢ়ক...

ৰঙিয়াত ‘হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেড’ৰ নতুন শ্ব’ৰূম মুকলি

ডিজিটেল সংবাদ,ৰঙিয়াঃ অগ্ৰণী গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে অসমত ব‍্যৱসায় সম্প্ৰসাৰণৰ লক্ষ‍্যৰে শনিবাৰে ৰঙিয়াত এটা নতুন শ্ব'ৰুম মুকলি কৰে। ৫,৫০০ বৰ্গ ফুটৰ এই শ্ব'ৰুমটোত গাড়ী সম্বন্ধীয় সকলো সুবিধা ৰখা হৈছে। ৰঙিয়াৰ আই…
আৰু পঢ়ক...

মিজোৰামত জোৰাম থাংগাৰ ১১জনীয়া মন্ত্ৰীসভাৰ শপত

ডিজিটেল ডেস্কঃ মিজোৰাম এখন খ্ৰীষ্টান বসতিপ্ৰধান ৰাজ্য। ইয়াত আন ধৰ্মত বিশ্বাসী লোকৰ প্ৰাধান্য ৰাইজৰ বাবে গ্ৰহণযোগ্য নহয়। সেই কথা ১৯৯৯চনৰ পৰা ৰাজ্যখনত প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি দলৰ প্ৰাৰ্থীৰ ধাৰাবাহিক পৰাজয়ে স্পষ্ট কৰি থৈছে। প্ৰথম বাৰলৈ…
আৰু পঢ়ক...

গুৱাহাটীৰ মাছখোৱাত ড্ৰাগছসহ এজন ব্যৱসায়ীক আটক

গুৱাহাটীৰ মাছখোৱাত বহু পৰিমাণৰ ড্ৰাগছসহ এজন ব্যৱসায়ীক আটক। ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম নিছাদ আলী শ্বাহ ওৰফে নাদিম। মাছখোৱাৰ এফ এ ৰোডত অপৰাধ অনুসন্ধান শাখা আৰু আৰক্ষীৰ অভিযানত জব্দ বহু পৰিমাণৰ ড্ৰাগছ। ধৃত নাদিমৰ পৰা নগদ ২২,৮৭০টকা…
আৰু পঢ়ক...

ভাৰত-ফ্ৰান্সৰ সম্পৰ্ক হ’ব আৰু অধিক সুদৃঢ়ঃ বিদেশ মন্ত্ৰী জিন-ৱাইভেছ লে ড্ৰিয়ান

ডিজিটেল ডেস্কঃ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত আহি উপস্থিত হোৱা ফ্ৰান্সৰ বিদেশ মন্ত্ৰী জিন-ৱাইভেছ লে ড্ৰিয়ানে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এক বৈঠকত মিলিত হয়। বিদেশ মন্ত্ৰী ড্ৰিয়ানে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰা,…
আৰু পঢ়ক...