শেহতীয়া খবৰ
ভৰলুত ছুইফট ডিজায়াৰে মহতিয়ালে শিশুসহ ৮জনক  •  তিতাবৰত মাতৃক ঘপিয়াই হত্যা সুৰামত্ত পুত্ৰৰ  •  ত্ৰিপুৰাত আগতীয়া পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ বৃহৎ সাফল্য  •  মৰিগাঁৱত নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস  •  গুৰুজনাৰ সংস্কৃতিৰ ৰক্ষাৰ বাবে চেঞ্চৰ বৰ্ডৰ প্ৰয়োজনঃ সত্ৰাধিকাৰ দেবানন্দ দেৱ গোস্বামী  •  স্বল্পবসনা নৰ্তকীক বিশ্বকৰ্মাৰ মূৰ্তি বিসৰ্জন পৰ্বত ৰাজহুৱা চুম্বন, শিৱসাগৰত প্ৰতিক্ৰিয়া  •  শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, আমাৰ পৰম গুৰু...  •  কৰ্তব্য এৰি নচাত ব্যস্ত আৰক্ষী, তদন্তৰ নিৰ্দেশ উৰ্ধতম কৰ্তৃপক্ষৰ, চাওঁক ভিডিঅ’  •  শ্বিলঙত হাতত ঝাড়ু তুলি চাফাই অভিযানত নামিল কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰ  •  বাগৰিত দুখন অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ

শ্বিলঙত হাতত ঝাড়ু তুলি চাফাই অভিযানত নামিল কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰ

ডিজিটেল সংবাদ, শ্বিলংঃ প্ৰধানমন্ত্ৰী মোডীৰ ‘স্বচ্ছতাই সেৱা’ শীৰ্ষক অভিযানত অংশ লৈ মঙলবাৰে শ্বিলঙত হাতত ঝাড়ু তুলি ল’লে কেন্দ্ৰীয় ৰাজ্যিক বহিঃপৰিক্ৰমা মন্ত্ৰী এম জে আকবৰে। আপাৰ শ্বিলঙৰ মাইলিমৰ অন্তৰ্গত মাউক্ল’ট গাঁৱত এইদৰে শ্ৰমদান কৰি…
আৰু পঢ়ক...

লক্ষ্য নতুন ইতিহাস… ‘এডিডাছ’ৰ সৈতে চুক্তিৱদ্ধ স্বৰ্ণকন্যা হিমা দাস

ডিজিটেল সংবাদ, গুৱাহাটীঃ এডিডাছ হিমা দাস। এনেদৰেই খেলপথাৰৰ ট্ৰেকৰ পৰা কৰ্প'ৰেটৰ বিজ্ঞাপনৰ ট্ৰেকত খোজ থৈ এক নতুন যাত্ৰা আৰম্ভ কৰিছে ধিঙৰ হিমা দাসে। ফিনলেণ্ড আৰু ইণ্ডোনেছিয়াৰ সাফল্যৰ পিছতে বিশ্বখ্যাত জাৰ্মানীৰ প্ৰতিষ্ঠানটোৱে হিমাৰ সৈতে…
আৰু পঢ়ক...

বাগৰিত দুখন অবৈধ অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ

ডিজিটেল সংবাদ, কলিয়াবৰঃ ৰাজ্যত অব্যাহত আছে অবৈধ অৰুণাচলী সুৰাৰ মুকলি বেহা। অসমৰ মাজেৰে নিতৌ সৰবৰাহ হৈ আছে অৰুণাচলৰ পৰা অবৈধভাৱে অহা সুৰা। মঙলবাৰে সন্ধিয়া কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগৰ নেতৃত্বত বাগৰিৰ এখন ধাৱাৰ সন্মুখৰ পৰা জব্দ কৰে…
আৰু পঢ়ক...

উৎকোচ নিদিয়াৰ বাবেই অব্যাহতি! কোকৰাঝাৰৰ গৃহৰক্ষী জোৱানৰ প্ৰতিবাদত

গৃহৰক্ষীৰ নিয়োগ-বদলিৰ নামত সন্থাৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উৎকোচ নিদিয়াৰ বাবেই ৩৩ গৃহৰক্ষী জোৱানক অব্যাহতি ক্ষুব্ধ গৃহৰক্ষীৰ ধৰ্না কাৰ্যসূচীত উত্তাল কোকৰাঝাৰ
আৰু পঢ়ক...

টি বৰ্ডে নিৰ্ধাৰণ কৰি দিয়া দামত কেঁচা চাহপাত বিক্ৰী কৰিবলৈ আহ্বান ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ

ডিজিটেল ডেস্কঃ এক বিবৃতিত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই জনাই যে, ক্ষুদ্ৰ চাহ খেতিয়কসকলে যাতে টি বৰ্ডৰ নির্দেশনাত গঠিত সমিতিয়ে নিৰ্ধাৰিত দামতহে বট্ লিফ ফেক্টৰীক কেঁচা চাহপাত বিক্ৰী কৰে।প্ৰতিখন জিলাত উপায়ুক্তক লৈ গঠিত সমিতিখনে ইতিমধ্যে ন্যূনতম…
আৰু পঢ়ক...

অখিল গগৈ, জীতেন দত্তৰ আছে হিজবুলৰে সম্পৰ্কঃ বিজেপি বিধায়কৰ বিস্ফোৰণ, চাওঁক VIDEO

অখিল গগৈ আৰু জীতেন দত্তৰ সৈতে আছে হিজবুল মুজাহিদীনৰ বুজাবুজি। এইবাবে হিজবুল সন্ত্ৰাসবাদী সংগঠনটোক লৈ নিমাতে আছে অখিল গগৈ আৰু জীতেন দত্ত। এই বিস্ফোৰক অভিযোগ লামডিঙৰ বিজেপি বিধায়ক শিবু মিশ্ৰৰ। অসম আৰু ভাৰতবৰ্ষক আগৰ পৰাই লক্ষ্য…
আৰু পঢ়ক...

প’ৰ্ট ব্লেয়াৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত উজলিল অসমৰ নয়ন-ছোনিয়া

ডিজিটেল সংবাদ, ওদালগুৰিঃ পুনৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে ওদালগুৰিৰ দুই যুৱক-যুৱতীয়ে। এইবাৰ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অনুষ্ঠিত ইয়াৱা(IAWA) নামৰ সৌন্দৰ্য প্ৰতিযোগিতাত দ্বিতীয় আৰু তৃতীয় শ্ৰেষ্ঠত্বৰ সন্মান আজুৰি আনিবলৈ সক্ষম হয় ওদালগুৰিৰ দুই…
আৰু পঢ়ক...

মৰিগাঁও-বটদ্ৰৱা সংযোগী পথ নিৰ্মাণত অনিয়ম

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা সমষ্টিত কোনো ঠিকাদাৰে দুৰ্নীতি অনিয়ম সংঘটিত কৰিলেই কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিভিন্ন সময়ত হুংকাৰ দি অহা বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিৰ প্ৰাণকেন্দ্ৰ বটদ্ৰৱা থান সংযোগী নৱনিৰ্মিত গড়কাপ্তানি…
আৰু পঢ়ক...

তুৰস্কত স্বৰ্ণজয়ী বক্সাৰ ভাগ্যৱতী কছাৰীৰ পিতৃ-মাতৃক সম্বৰ্ধনা

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ উদমাৰীত এতিয়া উখল-মাখল পৰিৱেশ। তুৰস্কৰ ইষ্টানবুলত চলি থকা ৩২ সংখ্যক আহমট কমাৰ্ট আন্ত:ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপৰ ৮১ কিল’গ্ৰাম লাইট হেভি বক্সিং ইভেণ্টত ভাগ্যৱতী কছাৰীয়ে স্বৰ্ণ জয় কৰাৰ পিছতে অঞ্চলটোত…
আৰু পঢ়ক...

শালবাৰীৰ বাঁহবাৰীত দুদিনীয়া কাৰ্যসূচীৰে কৰম পূজা উদযাপন

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ বাঁহবাৰীত ফাতেমাবাদ চাহ বাগিছাৰ খেলপথাৰত বাঁহবাৰী আঞ্চলিক আদিবাসী ছাত্র সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায় আদিবাসীসকলৰ প্ৰধান তথা কৃষি ভিত্তিক উৎসৱ কৰম পূজা৷ সোমবাৰে…
আৰু পঢ়ক...