শেহতীয়া খবৰ
বটদ্ৰৱা থানৰ প্ৰধান আতৈ যোগেশ আতাৰ দেহাৱসান  •  BFF কাণ্ডৰ পিছত আপোনাৰ ফেচবুকত GRATULAৰ কু-দৃষ্টি  •  ডিপলোঙা কাণ্ডঃ ১১জনক গ্ৰেপ্তাৰ, ৭জনক জেললৈ প্ৰেৰণ  •  ওদালগুৰিত প্ৰাক্তন প্ৰধানমন্ত্ৰীক স্মৰণ দল-সংগঠনৰ  •  বাজপেয়ীৰ আত্মাৰ সদগতি কামনাৰে বটদ্ৰৱা থানত প্ৰাৰ্থনা  •  ৭ ৰাজ্যত বানৰ কাল ৰূপ, কেৰালাত নিহতৰ সংখ্যা ৩২৭লৈ বৃদ্ধি  •  প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীলৈ এবছুৰ শ্ৰদ্ধাঞ্জলি  •  নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ প্ৰবন্ধকক ৮ঘণ্টা জেৰা গোলাঘাট আৰক্ষীৰ  •  মনত পৰিছে আজি, জুইয়ে পোৰা ৮৩’ত তুমি কৈছিলাহি- ‘জয় আই অসম’  •  ২২ আগষ্টলৈকে ইন্টাৰনেট-ফোনকল সকলো ফ্ৰী

ৰাষ্ট্ৰীয় স্মৃতিস্থলত পঞ্চভূতত বিলীন নৱ ভাৰতৰ ৰূপকাৰ

ডিজিটেল ডেস্কঃ অৱশেষত পঞ্চভূতত বিলীন হ'ল নৱ ভাৰতৰ ৰূপকাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে ২১ টা টোপধ্বনিৰ মাজেৰে যমুনাৰ পাৰৰ স্মৃতিস্থলত শত-সহস্ৰ গুণমুগ্ধ তথা কেবাগৰাকী বিদেশী ৰাজনেতাৰ উপস্থিতিত…
আৰু পঢ়ক...

ফিফা ৰেংকিঙত উন্নীত ভাৰত

ডিজিটেল ডেস্কঃ কোটি কোটি অনুৰাগীক বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় ক্ৰিকেট দলটিয়ে নিৰাশ কৰাৰ মাজতে এটা ভাল খবৰ আনিছে ভাৰতীয় ফুটবল দলটোৱে। আগন্তুক এছিয়ান গেমছত ভাৰতীয় পুৰুষ ফুটবল দলটোৱে ভাগ নল'লেও ফিফাৰ বিশ্ব ৰেংকিংত এটা স্থানৰ অগ্ৰগতি লাভ…
আৰু পঢ়ক...

দ্বাৰকুছিত ডাম্পাৰে মহতিয়ালে বাইক আৰোহীক

ডিজিটেল সংবাদ, তুলসীবাৰীঃ ভাৰত-ভূটান সীমান্তৰ আন্ত:ৰাষ্ট্ৰীয় পথত তীব্ৰবেগী ডাম্পাৰ চালকৰ অতপালিত প্ৰাণলৈ সংকট নামি আহিছে নিৰীহ পথাচাৰীৰ। বৃহস্পতিবাৰে নিশা এনে এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দ্বাৰকুছিত কথমপি প্ৰাণ ৰক্ষা পৰে এজন বাইক আৰোহীৰ।…
আৰু পঢ়ক...

গোলাঘাটত অব্যাহত অবৈধ বালিৰ বেহা, ২খনকৈ ট্ৰাক জব্দ

ডিজিটেল সংবাদ, গোলাঘাটঃ বন্ধ কৰি দিয়াৰ পিছতো গোলাঘাট জিলাৰ দৈগ্ৰোং বালি মহলত একাংশ লোকে চোৰাংকৈ অব্যাহত ৰাখিছে বালিৰ বেহা। মহলটোত বন বিষয়াৰ সৈতে মিতিৰালি কৰি এটা দুষ্ট চক্ৰই এই মহল চলাই ৰখাৰ অভিযোগ উঠিছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশাৰ…
আৰু পঢ়ক...

এটা যুগৰ অৱসান

ভাৰতীয় ৰাজনীতিত সুউচ্চ স্তম্ভস্বৰূপ অটল বিহাৰী বাজপেয়ীৰ দেহাৱসানৰ লগে লগে নিষ্ঠা-সততা-মূল্যবোধৰ ৰাজনীতিৰ এক আকৰ্ষণীয় অধ্যায়ৰ আক্ষৰিক অৰ্থতে অৱসান ঘটিল। কেৱল ৰাজনীতিক বুলি আখ্যায়িত কৰিলে তেওঁৰ সমুচিত মূল্যায়ন নহ’ব, বাজপেয়ী আচলতে এক…
আৰু পঢ়ক...

আওপকীয়াকৈ পূৰ্ণেন্দু-নিন্দু হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ নেকি দেবোলালৰ?

ডিজিটেল সংবাদ, গুৱাহাটীঃ নিন্দু লাংথাছা আৰু পূৰ্ণেন্দু লাংথাছাক ডিএইছডি(জে)ই হত্যা কৰিছিল। স্বাধীনতা দিৱস উপলক্ষে দিয়া ভাষণত বুধবাৰে এই কথা স্বীকাৰ কৰে উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী দেবোলাল গাৰ্লোছাই।…
আৰু পঢ়ক...

বাজপেয়ীৰ অন্তিম যাত্ৰা LIVE

ৰাষ্ট্ৰীয় স্মৃতিস্থলত হ'ব বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়া। জনসমুদ্ৰক নিয়ন্ত্ৰণ কৰিব নোৱৰাৰ পৰিস্থিতি দিল্লীত। চাওক বাজপেয়ীৰ শেষ যাত্ৰাৰ LIVE #WATCH live from Delhi: Last rites ceremony of former Prime Minister #AtalBihariVajpayee at Smriti…
আৰু পঢ়ক...

ৰাষ্ট্ৰীয় স্মৃতিস্থলত হ’ব বাজপেয়ীৰ অন্ত্যেষ্টিক্ৰিয়াঃ শেষ যাত্ৰাত সংগ দিলে লাখ লাখ লোকে

ডিজিটেল ডেস্কঃ শোক সাগৰত বুৰাই থৈ গুচি গ’ল অটল বিহাৰী বাজপেয়ী। তেওঁৰ নশ্বৰ দেহ লৈ ৰাষ্ট্ৰীয় স্মৃতিস্থললৈ ৰাওনা হৈছে এক বৃহৎ সমদল। প্ৰিয় নেতাজনৰ শেষ যাত্ৰাৰ সংগীত হৈছে দেশ-বিদেশৰ নেতাৰ লগতে তেওঁক ভাল পোৱা লাখ লাখ অনুগামী। দিল্লীৰ ৰাজপথত…
আৰু পঢ়ক...

মেট্ৰিকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা, ৪০৩জন উত্তীৰ্ণ প্ৰথম বিভাগত

ডিজিটেল সংবাদ, গুৱাহাটীঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হৈছে। শুকুৰবাৰে দিনৰ প্ৰায় ১১ বজাত ঘোষণা কৰা হয় এই ফলাফল। ঘোষিত ফলাফল অনুযায়ী ৪০৩ গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয়…
আৰু পঢ়ক...

মৃত্যুৰ পাছত বাজপেয়ীক প্ৰথম শ্ৰদ্ধাঞ্জলি দিছিল কোনে?

ডিজিটেল ডেস্কঃ দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত ১৬ আগষ্টত আবেলি ৫.০৫বজাত  আনুষ্ঠানিকভাৱে সকলোৱে মানি ল’লে- প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু নাই। দিল্লীৰ এইমছৰ আই চি ইউৰ সেই বিশেষ কোঠাটোত থকা জীৱন দায়িনী সকলো কৃত্ৰিম যন্ত্ৰ অৱশেষত খুলি…
আৰু পঢ়ক...