১৯ অক্টোবৰত বিশ্বনাথ জিলাত ‘ড্ৰাই ডে’ ঘোষণা

ডিজিটেল সংবাদ, উত্তৰ অসমঃ দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জ্জনৰ দিনা আইন-শৃংখলা বৰ্তাই ৰখা তথা সুৰাজনিত দুৰ্ঘটনা আৰু অন্যান্য অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ ব্যৱস্থা হিচাপে অসম আবকাৰী আইনৰ প্ৰযোজ্য ধাৰাৰ অধীনত বিশ্বনাথ জিলাৰ উপায়ুক্তই অহা ১৯…
আৰু পঢ়ক...

অযোধ্যাত নহয়, লামডিঙত ৰাম মন্দিৰ উদ্বোধন ৰাজেন গোঁহাইৰ

ডিজিটেল সংবাদ, লামডিংঃ সেয়া আছিল ১৯৯২ চন। ভাৰতবৰ্ষৰ ইতিহাসত সংঘটিত হৈছিল এক দুখদায়ক ঘটনা। অয্যোধাৰ ৰাম জনমভূমি-বাবৰি মছজিদৰ বিতৰ্কই চূড়ান্ত ৰূপ ধাৰণ কৰিছিল। হিন্দু কৰসেৱকসকলে ৰাম মন্দিৰ নিৰ্মাণৰ দাবীত অটল হৈ বাবৰি মছজিদ ভঙাক কেন্দ্ৰ কৰি…
আৰু পঢ়ক...

বেংক বিষয়া জুনু শৰ্মাৰ হত্যাৰ অভিযোগত পুনৰ দুজনক আটক হাজো আৰক্ষীৰ

বেংক বিষয়া জুনু শৰ্মাৰ হত্যাৰ সন্দেহত পুনৰ দুজনক গ্ৰেপ্তাৰ হাজো আৰক্ষীৰ। সোমাবাৰে গ্ৰেপ্তাৰ হ’ল ছাদ্দাম হুছেইন আৰু মণ্টু আলী নামৰ দুই অভিযুক্ত। গ্ৰেপ্তাৰৰ পিছতে আদালতত হাজিৰ কৰোৱা হয় অভিযুক্ত দুজনক। ১৩ দিনৰ ন্যায়িক জিম্মালৈ…
আৰু পঢ়ক...

বিজেপিৰে বিটিএডিত মিত্ৰতা অসম্ভৱ, গীৰ্জা উদ্বোধন কৰি ক’লে হাগ্ৰামাই

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ষষ্ঠীৰ উলহ মালহৰ মাজতে সোমবাৰে কোকৰাঝাৰ ডনবস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত নৱনিৰ্মিত আটকধুনীয়া গীৰ্জাঘৰ মুকলি কৰা হয়। ডনবস্ক' কৰ্তৃপক্ষই ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ কৰা আটকধুনীয়া গীৰ্জাঘৰটো মন্ত্ৰী প্ৰমিলা ৰাণী…
আৰু পঢ়ক...

বিজেপিৰ ৱেবছাইটত পাকিস্তান জিন্দাবাদ!

ডিজিটেল ডেস্কঃ দেশ ভক্তিৰ শ্ল’গান দিয়া বিজেপিৰ ৱেবছাইটত হঠাৎ জিলিকি উঠিল পাকিস্তান জিন্দাবাদ। এই ঘটনা সংঘটিত হোৱাৰ পিছতে বিজেপি মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। খোদ বিজেপিৰ ৱেবছাইট হেক কৰি হেকাৰে পাকিস্তান জিন্দাবাদ ধ্বনি লিখাক লৈ সৃষ্টি…
আৰু পঢ়ক...

নাৰায়ণপুৰত পথ দুৰ্ঘটনাত নিহত এজন

সোমবাৰে নাৰায়ণপুৰত পথ দুৰ্ঘটনাত নিহত এজন লোক। বলেৰ’ পিক-আপ বাহনে মহটিয়ালে বাইক আৰোহীক। বাহনখনৰ খুন্দাত থিতাতে নিহত বাইক আৰোহীজন। বৰ্তমানেও জানিব পৰা হোৱা নাই নিহত বাইক আৰোহীজনৰ পৰিচয়।
আৰু পঢ়ক...

বাইকে খুন্দিয়ালে বাইকক, ভাৰত-ভূটান পথত আহত ৪ যুৱক

ডিজিটেল সংবাদ,তুলসীবাৰীঃ ৰাজ্যৰ চৌদিশে দুৰ্গা পূজাৰ আনন্দ-উলাহ আৰম্ভ হোৱাৰ সময়তে পথ দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হ'ব লগা হ'ল চাৰিজনকৈ যুবক। এই ঘটনা ৰঙিয়াৰ তুলসীবাৰীৰ সমীপৰ ভাৰত-ভূটান পথৰ ঘোগা দলঙত। দুৰ্ঘটনাত আহত যুবক কেইজন হ'ল তুলসীবাৰীৰ…
আৰু পঢ়ক...

নগাঁও আৰক্ষীৰ জালত পৰিল এ টি এমৰ পৰা ধন লুটৰ চেষ্টা কৰা তিনি যুৱক

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও আৰক্ষীয়ে সোমবাৰে নগাঁও ডিমৰুগুৰিৰ এটা এ এটি এম চুৰি কৰাৰ চেষ্টা চলাই থকা অৱস্থাত তিনি যুৱকক হাতে-লোটে কৰায়ত্ব কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, নগাঁও জিলাৰ লগতে গুৱাহাটী, গোলাঘাট, যোৰহাটকে ধৰি ৰাজ্যখনৰ বিভিন্ন…
আৰু পঢ়ক...

দুমাহৰ প্ৰাপ্য দৰমহা বিচাৰি মৰাণত অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, মৰাণঃ শৰতৰ আগমণ ঘটিছে। ধৰাৰ বুকুত দুৰ্গতিনাশিনীক আদৰাৰ প্ৰস্তুতি সম্পন্ন কৰি সকলোৱে দুৰ্গা পূজাৰ আনন্দ উছাহৰ মাজত বুৰ গৈছে। সকলোৰে মনত দুৰ্গা পূজাৰ আনন্দ উছাহে ঢৌ তুলিলেও মৰাণৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে কিন্তু পূজাৰ…
আৰু পঢ়ক...

বিশ্বৰ বিৰল দৃষ্টান্ত কি? জনাব দেৱযানীয়ে

ডিজিটেল সংবাদ, গুৱাহাটীঃ বিশ্বৰ বিৰল দৃষ্টান্ত৷ কি এই বিৰল দৃষ্টান্ত? ‘সাদিন’ৰ নিয়মীয়া শিতান এটিত প্ৰকাশ পাইছিল এই বিৰল দৃষ্টান্তসমূহ৷ দৃষ্টান্তসমূহ পঢ়ি উপকৃত হৈছিল কাকতখনৰ পঢ়ুৱৈসকল৷ সেই বিৰল দৃষ্টান্তসমূহ যাতে পঢ়ুৱৈসকলে একেলগে লাভ কৰিব…
আৰু পঢ়ক...