শেহতীয়া খবৰ
জীৱনৰ বাস্তৱঃ কি ক’বি বোপাই, সৰুজনী ছোৱালীয়ে মোক খেদি খেদি মাৰে...  •  ফাদাৰ থমাছক শেষ শ্ৰদ্ধা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ  •  ফেচবুকে ৰঙাঘৰত সুমুৱালে সুদূৰ নাইজেৰিয়াৰ অসমৰ জোৱাইক  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  বেংককত সুন্দৰীৰে সম্পৰ্ক গঢ়াত পিএইচডি লৈছে ৰকিবুলেঃ অনিল ৰাজা  •  অভয়াপুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০তম জন্মোৎসৱ উদযাপন  •  চাউলধোৱাত পুখুৰীৰ পাৰত কিশোৰীক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ লম্পট লোকনাথ  •  সোণাৰিত দুৰ্নীতি বিৰোধী অভিযান, ৫ হিচাপ পৰীক্ষকক আটক  •  ধিক পাকিস্তান! সীমান্তত বিএছএফ জোৱানক ডিঙি ৰেপি নৃশংস হত্যা  •  ২৮ ডিচেম্বৰত সমগ্ৰ ভাৰত কপাঁব 'ভিলেইজ ৰ’কষ্টাৰ্ছে'

গোলাঘাটত শংকৰদেৱৰ জন্মোৎসৱৰ শোভাযাত্ৰাৰ মাজতে মৃত্যু যুৱকৰ

গোলাঘাটত মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ জন্মোৎসৱৰ শোভাযাত্ৰাত অঘটন। শোভাযাত্ৰাৰ মাজতে ৰাজপথত ঢলি পৰি যুৱকৰ মৃত্যু। কমাৰবন্ধা বকতিয়াল গাঁৱত সংঘটিত হয় এই ঘটনা। মৃত যুৱকজনৰ নাম ৰমেন কৰ্মকাৰ। শোভাযাত্ৰাত খোল বাদন কৰি থকা অৱস্থাত ঢলি…
আৰু পঢ়ক...

৩০০০টকাতে মণিপুৰত হেলিকপ্টাৰেৰে এপাক!

ডিজিটেল সংবাদ, ইম্ফলঃ চুবুৰীয়া ৰাজ্য মণিপুৰৰ যাতায়তৰ ক্ষেত্ৰত সংযোজন ঘটিল এক নতুন অধ্যায়ৰ। মণিপুৰৰ বাসিন্দাসকলৰ যাতায়তৰ ক্ষেত্ৰত সংযোগ হ’ল হেলিকপ্টাৰ সেৱাৰ। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বুধবাৰে ৰাজ্যখনৰ হৰিনগৰত উদ্বোধন কৰে হেলিকপ্টাৰ…
আৰু পঢ়ক...

সুখবৰ! আজি বঢ়া নাই পেট্ৰ’ল-ডিজেলৰ দাম

ডিজিটেল সংবাদ, গুৱাহাটীঃ 'প্ৰতিদিনে বাঢ়িছে পেট্ৰল-ডিজেলৰ মূল্য' বিগত এমাহৰ পৰা যিকোনো সংবাদমাধ্যমত চকু ফুৰালে এই বাক্যশাৰী আপোনাৰ চকুত পৰিবই। যোৱা এটা মাহৰ ভিতৰতে দেশৰ সৰ্বসাধাৰণক জ্বলা-কলা খুৱাই অহা পেট্ৰ'ল-ডিজেলৰ মূল্য আকাংলংঘী হৈ অতিক্ৰম…
আৰু পঢ়ক...

গুৰুজনাৰ ৫৭০ সংখ্যক আৱিৰ্ভাৱ তিথিত উখল-মাখল বটদ্ৰৱা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা ধামত আজি উখল-মাখল পৰিবেশ৷ দেৱবাদ্যৰ মাংঙ্গলিক ধ্বনি, নাম-প্ৰসংগ, সত্ৰীয়া সংস্কৃতিৰ সমাহাৰেৰে সৃষ্টি হৈছে এক অপূৰ্ব আধ্যাত্মিক বাতাবৰণ৷ অসমীয়া জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠাতা জগতৰ গুৰু মহাপুৰুষ…
আৰু পঢ়ক...

আজি পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ কোন কোন খেলুৱৈ নামিব খেলপথাৰত

ডিজিটেল ডেস্কঃ বুধবাৰে এছিয়া কাপত ভাৰত পাকিস্তানৰ মাজত অনুষ্ঠিত হবলগীয়া হাইভল্টেজ খেলখনত অধিনায়কৰ দায়িত্ব পালন কৰিব ৰোহিত শৰ্মাই।মঙলবাৰে হংকঙৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰাৰ পাছত এই খেলখনক লৈ যথেষ্ট আশাবাদী ভাৰতীয় দলৰ খেলুৱৈসকল। কিন্তু…
আৰু পঢ়ক...

মাক হ’বলৈ ওলোৱা ছানিয়া মিৰ্জাৰ ক্ৰিকেট ফ’বিয়া, বন্ধ কৰিলে ফেচবুক-টুইটাৰ!

ডিজিটেল ডেস্কঃ ভাৰত-পাকিস্তানৰ মাজৰ ক্ৰিকেট মেচ মানেই হাই ভল্টেজ। শেষৰটো বল পৰ্যন্ত টিভিৰ পৰ্দাৰ পৰা চকু আতৰ নকৰে ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে। যি আমেজ আৰু শিহৰণ এই মেচত পোৱা যায় সেয়া আন দলৰ বিৰুদ্ধে পোৱাতো সম্ভৱ নহয়। সেয়ে, ভাৰত-পাকিস্তানৰ…
আৰু পঢ়ক...

সন্ত্ৰাসবাদ মানৱতাৰ শত্ৰু

অসমৰ কেতবোৰ বিশেষ অঞ্চলত ধৰ্মীয় মৌলবাদী-জেহাদী-সন্ত্ৰাসবাদী সংগঠনৰ কাম-কাজ সক্ৰিয় ৰূপত চলি থকা বুলি এক নিৰ্দিষ্ট বিৰতিৰ মূৰত বা-বাতৰি ওলায়। কিন্তু তেনে খবৰবোৰে কিছুদিন সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ পিছত সেইবোৰ তলৰ পৰি ৰয়। আৰক্ষী তথা…
আৰু পঢ়ক...

গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সমুখত কংগ্ৰেছ কৰ্মীৰ মৌন প্ৰতিবাদ

গুৱাহাটীৰ ৰাজীৱ ভৱনৰ সন্মুখত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ। ছত্তীশগড়ত আৰক্ষীয়ে কংগ্ৰেছ কৰ্মীৰ ওপৰত চলোৱা লাঠিচালনাৰ বিৰুদ্ধে এই প্ৰতিবাদ। মুখত ক’লা কাপোৰ বান্ধি মৌন প্ৰতিবাদ কংগ্ৰেছ কৰ্মীসকলৰ। প্ৰতিবাদত অংশ গ্ৰহণ কৰিছে…
আৰু পঢ়ক...

অপূৰ্ণ সপোন… বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈ দুৰ্ঘটনাত হেৰাল মৃদুস্মিতা

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ নতুন ঘৰ সজাৰ সপোন পূৰ্ণ নহ’ল মৃদুস্মিতা হাজৰিকাৰ। বিয়ালৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ভয়াৱহ এক পথ দুৰ্ঘটনাত হঠাৎ হেৰাই গ’ল মুখত এমোকোৰা হাঁহি লৈ 'বিয়াত আহিবই লাগিব’ বুলি কৈ আলহীক নিমন্ত্ৰণ দি ফুৰা…
আৰু পঢ়ক...

২১ ছেপ্টেম্বৰত মুক্তি পাব ‘তুমি মোক ফাঁকি দিলা’

ডিজিটেল ডেস্কঃ দিনকদিনে টনকিয়াল হৈছে অসমৰ অসমৰ চলচ্চিত্ৰ জগত। মিচন চাইনাৰ অভূতপূৰ্ব সফলতাৰ পাছতে বহুকেইখন অসমীয়া ছবিক আদৰি লৈছে দৰ্শকে। অহা ২১ ছেপ্টেম্বৰত ছবিগৃহসমূহত মুক্তি লাভ কৰিব 'তুমি মোক ফাঁকি দিলা' নামৰ অসমীয়া ছবিখনে। ধীৰাজ হীৰাৰ…
আৰু পঢ়ক...