শেহতীয়া খবৰ
ওদালগুৰিত কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী  •  শুই থকা মুখ্যমন্ত্ৰী সোণোৱালক জগাই দিলে ৰাহুল গান্ধীয়ে!  •  শুই থকা মুখ্যমন্ত্ৰী সোণোৱালক জগাই দিলে ৰাহুল গান্ধীয়ে!  •  ৰাজ্যত হ'ব আৰু ৩ খন মেডিকেল কলেজৰ আধাৰশিলা  •  শিশু হত্যাকাৰী মংগল পাইকৰ শাস্তিৰ দাবীত বিশ্বনাথত উত্তাল প্ৰতিবাদ  •  ৰিপুণ বৰাৰ বিৰুদ্ধে ঢেকীয়াজুলিত তিনি সংখ্যালঘু সংগঠনৰ প্ৰতিবাদ  •  ২ লাখ ৬২ হাজাৰ কৃষকৰ ঋণ ৰেহাই দিব অসম চৰকাৰে!  •  মৃত্যুক পাহৰি ৫ বছৰীয়া চল’মনে কেনেকৈ জিনিছে জীৱন, চাওক ভিডিঅ’  •  ‘আমাৰ সৈতে যুঁজিবলৈ কংগ্ৰেছৰ যোগ্য প্ৰতিদ্বন্দী নাই, ২০১৯ত আমাৰ জয় নিশ্চিত’  •  কোচবিহাৰত বিদ্যালয়ৰ ভিতৰত দুৰ্বৃত্তৰ গুলীচালনা, আহত ২ শিক্ষক

ধৰ্মগুৰুৰ নিৰ্যাতনক লৈ চিন্তিত ৰোমান কেথলিক গীৰ্জাঃ ২১-২৪ ফেব্ৰুৱাৰীলৈ আলোচনাৰ আয়োজন

ডিজিটেল ডেস্কঃ বিশ্বত দৈনিক বৃদ্ধি পাইছে নিৰ্যাতনৰ ঘটনা। বিগত সময়ত ধৰ্মীয় অনুষ্ঠানসমূহত বহু নাবালক তথা নাবালিকা সন্মুখীন হৈছে নিৰ্যাতনৰ। নিৰ্যাতন ৰোধ কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰোমান কেথলিক গীৰ্জাই। গীৰ্জাটোৰ যৌন নিৰ্যাতনৰ বিশেষজ্ঞ…
আৰু পঢ়ক...

কোচবিহাৰত বিদ্যালয়ৰ ভিতৰত দুৰ্বৃত্তৰ গুলীচালনা, আহত ২ শিক্ষক

পশ্চিম বংগৰ কোচবিহাৰত বিদ্যালয়ৰ ভিতৰত দুৰ্বৃত্তৰ সন্ত্ৰাস৷ এখন ব্যক্তিগত বিদ্যালয়ত প্ৰৱেশ কৰি গুলীচলান এটা দুৰ্বৃত্তৰ দলৰ৷ কোচবিহাৰৰ দিনহাটাৰ এখন ব্যক্তিগত বিদ্যালয়ত সংঘটিত হয় এই ঘটনা৷ দুৰ্বৃত্তৰ গুলীচালনাত আহত হয় বিদ্যালয়খনৰ…
আৰু পঢ়ক...

ফেছবুকত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক প্ৰশ্ন, এন এছ এৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ সাংবাদিকক

ডিজিটেল ডেস্কঃ মণিপুৰৰ এজন সাংবাদিকক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বিহা হৈছে এবছৰৰ কাৰাদণ্ড৷ শাসকীয় বিজেপি দলৰ নেতা তথা প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে মন্তব্য কৰি ছ’চিয়েল মিডিয়াত পোষ্ট দিছিল এইগৰাকী সাংবাদিকে৷ ৩৯ বছৰীয়া কিশোৰীচন্দ্ৰা ৱাংখেম…
আৰু পঢ়ক...

গোলাঘাটত চিকিৎসালয়ৰ বাথৰুমত ওলাল কয়দীৰ মৃতদেহ, পৰিয়ালৰ মতে এয়া পৰিকল্পিত হত্যা

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ কাৰাগাৰত হত্যাৰ অভিযোগত যোৱা ১১ বছৰে কাৰাৱাস খাটি থকা এজন কয়দীৰ বুধবাৰে চিকিৎসালয়ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বাথৰুমত…
আৰু পঢ়ক...

ৰাজীৱ ভৱন ঘেৰাও কৰি শাসকীয় বিজেপিৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, গুৱাহাটীঃ শাসকৰ বিৰুদ্ধে বিৰোধীয়ে প্ৰতিবাদ কৰা আপুনি শুনিছে। কিন্তু বিৰোধী দলৰ বিৰুদ্ধে শাসকীয় দলে প্ৰতিবাদ সাব্যস্ত কৰাৰ নজিৰ খুউব কম আছে। তাকো বিৰোধী কাৰ্যালয় ঘেৰাও কৰি শাসকীয় দলে সাব্যস্ত কৰিলে প্ৰতিবাদ। বুধবাৰে ভাৰতীয়…
আৰু পঢ়ক...

পুত্ৰক উভতাই পায় আনন্দত আত্মহাৰা হ’ল মাতৃ, বিদেশ মন্ত্ৰীক জনালে ধন্যাবাদ

সুদীৰ্ঘ ৬ বছৰ কাল পাকিস্তানত কাৰাৱাস খাটি ভাৰতলৈ উভতিল হামিদ আনচাৰী। বুধবাৰে তেওঁ সাক্ষাৎ কৰে বিদেশ মন্ত্ৰী সুষমা স্বৰাজক। মাতৃৰ সৈতে বিদেশ মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে হামিদ আনচাৰীয়ে। বিদেশ মন্ত্ৰীক সাক্ষাৎ কৰি পুত্ৰ লাভৰ আনন্দত…
আৰু পঢ়ক...

২০১৯ ত কিমান দিন চৰকাৰী বন্ধ পাব কৰ্মচাৰীয়ে? বিতং তথ্য-

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে ২০১৯ চনৰ নিৰ্ধাৰিত চৰকাৰী বন্ধৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰিছে। ১৭ ডিচেম্বৰত হৈ যোৱা কেবিনেট বৈঠকে বন্ধৰ তালিকাত অনুমোদন জনোৱাৰ পিছতে সেই তালিকা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে। ২০১৯ বৰ্ষৰ বাবে প্ৰকাশিত বন্ধৰ তালিকাত…
আৰু পঢ়ক...

চেলা পাছত প্ৰবল তুষাৰপাতঃ যানবাহনৰ চলাচল বন্ধ, টাৱাঙৰে যোগাযোগ বিচ্ছিন্ন

ডিজিটেল সংবাদ, ইটানগৰঃ অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ চেলা পাছত মঙলবাৰৰে পৰা হোৱা প্ৰবল তুষাৰপাতৰ বাবে টাৱাং অভিমুখী সকলো বাহন চেলা পাছ পোৱাৰ পূৰ্বেই ওভতাই পঠাইছে প্ৰশাসনে৷ সতৰ্কতামূলক ব্যৱস্থা হিচাপে চেলা পাছৰ মাজেৰে সকলোধৰণৰ যান বাহনৰ…
আৰু পঢ়ক...

প্লাইউডেৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰি চমক এজন চালকৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত প্ৰৱেশদ্বাৰৰ হুবহু প্ৰতীকি নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছে গাড়ীগাঁৱৰ এজন গাড়ী চালকে। মহানগৰীৰ গাড়ীগাঁৱৰ জীয়াদুল ইছলাম নামৰ পেছাত গাড়ী চালকজনে প্ৰায় ৩ মাহৰ নিৰলস চেষ্টাৰ ফলত নিৰ্মাণ কৰি…
আৰু পঢ়ক...

চিচি টিভি কেমেৰাত বন্দী চুৰি কাণ্ড, এ টি এমৰ পৰা বেটেৰী চুৰি কৰি আৰক্ষীৰ জালত পৰিল চোৰ

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱৰ আই টি আই মহাবিদ্যালয়ৰ চৌহদৰ ষ্টেট বেংকৰ এ টি এমৰ পৰা বেটেৰী চুৰি কৰি আৰক্ষীৰ জালত পৰিল এজন চোৰ। মঙলবাৰে নগাঁও আৰক্ষীয়ে অভিযান চলাই চোৰজনক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, যোৱা ১৬ ডিচেম্বৰত…
আৰু পঢ়ক...