শেহতীয়া খবৰ
পুলৱামা কাণ্ডক লৈ ছ’চিয়েল মিডিয়াত ৰাজ্যপালৰ বিতৰ্কিত মন্তব্য  •  সাংস্কৃতিক কৰ্মী ভাস্কৰ দত্তৰ মৃত্যুত শিৱসাগৰত গভীৰ শোক  •  ডাইনী সন্দেহত কোকৰাঝাৰত একে পৰিয়ালৰ ৩ সদস্যক আক্ৰমণ  •  কেবিনেটৰ অনুমোদন, অতীত হ’ব তিনি তালাক  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’ল খুন্দাত নিহত মাতৃ-কন্যা  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  পুলৱামা ঘটনাক লৈ কি প্ৰতিক্ৰিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ  •  ৰাণা গোস্বামীক এ আই চি চিৰ সম্পাদক নিযুক্তি  •  কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলৰ বাবে সুখবৰ...  •  ডিব্ৰুগড়ৰ লক্ষীনগৰত ৰে’লৰ খুন্দাত প্ৰাণ গ’ল পাঁচ বছৰীয়া কন্যাৰ লগতে মাতৃৰ...

পঞ্চভূতত বিলীন শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰদেহ…

পঞ্চভূতত বিলীন হ’ল শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰদেহ। তামুলপুৰৰ কলবাৰীৰ বাসগৃহৰ সমীপত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য। শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পুত্ৰই কৰিলে মুখাগ্নি। শেষকৃত্যৰ পূৰ্বে বীৰ শ্বহীদজনক শেষ শ্ৰদ্ধাঞ্জলি জনালে মন্ত্ৰী…
আৰু পঢ়ক...

কাশ্মীৰত নিহত বংগৰ দুই শ্বহীদলৈ শ্ৰদ্ধাঞ্জলী, অনুপস্থিত মুখ্যমন্ত্ৰীসহ চৰকাৰৰ মন্ত্ৰী-বিধায়ক

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামাত পাক সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা পশ্চিম বংগৰ দুই চি আৰ পি এফ জোৱান বাবলু সাঁতৰা আৰু সুদীপ বিশ্বাসৰ নশ্বৰ দেহ শনিবাৰে মাতৃভূমিলৈ অনা হয়। এক শোকাকুল পৰিৱেশৰ মাজেৰে শ্বহীদ জোৱান দুজনৰ নশ্বৰ দেহ…
আৰু পঢ়ক...

শিৱসাগৰত ভয়ংকৰ দুৰ্ঘটনা, LIVE UPDATES

সন্ধিয়া ৫.২৭ বজাতঃ নিহতৰ পৰিয়ালৰ লগতে অঞ্চলজুৰি শোকৰ ছাঁ। সন্ধিয়া ৫.২৫ বজাতঃ চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি ল’লে বিজিত তামুলীয়ে। সন্ধিয়া ৫.২৪ বজাতঃ ডিমৌৰ দুৰ্ঘটনাত নিহতৰ সংখ্যা ৫ জনলৈ বৃদ্ধি। সন্ধিয়া ৫.১৯ বজাতঃ অকনি তামুলীৰ …
আৰু পঢ়ক...

ইয়াত এখন ঘৰ আছিল…

♦ উৎপলা কৌৰ ৰাতিপূৱাই খাওঁ খাওঁ কৈ ওলাই অহা ৰ'দটোক ভয় কৰি হাত সাৱটি বহি থকা মানুহ নহয় চায়ৰা বানুহঁত। বেলিটোৰ লগতে উঠি বেলিটোৰ লগতেই সংসাৰৰ সকলো কামৰ আঁত মৰা সিহঁতৰ শৰীৰ ভাগৰিলেও মন ভাগৰি নপৰে। প্ৰকৃততে মনেৰে ভাগৰি পৰাটো সিহঁতৰ বাবে…
আৰু পঢ়ক...

পুলৱামা কাণ্ডৰ প্ৰতিবাদত পাকিস্তানৰ পতাকা দাহ কৰি কোকৰাঝাৰৰ ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ 

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ ভয়াবহ আত্মঘাতী বিস্ফোৰণত কেন্দ্ৰীয় অৰ্দ্ধসামৰিক বাহিনীৰ চিআৰ পি এফৰ ৪৪ জনকৈ জোৱান শ্বহীদ হোৱা হৃদয় বিদাৰক ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰিছে কোকৰাঝাৰ ব্যৱসায়ী সন্থাই৷…
আৰু পঢ়ক...

শিৱসাগৰত আৰম্ভ হ’ল ‘অসম জ্যেষ্ঠ নাগৰিক সন্মিলন’ৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশন

ডিজিটেল সংবাদ, শিৱসাগৰঃ অসমৰ ২৫ লক্ষ জ্যেষ্ঠ নাগৰিকৰ কল্যাণাৰ্থে ২০০৩ চনত প্ৰতিষ্ঠা লাভ কৰা আৰু বৰ্তমান ২৭০ টাৰো অধিক শাখাসহ প্ৰায় ৩০ হাজাৰৰো অধিক সদস্যৰে পৰিপূৰ্ণ "অসম জেষ্ঠ নাগৰিক সন্মিলন"ৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশনখনি শণিবাৰৰ পৰা…
আৰু পঢ়ক...

শিৱসাগৰৰ ডিমৌত ভয়ংকৰ দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু

ডিজিটেল সংবাদ, শিৱসাগৰঃ শনিবাৰে বিয়লি প্ৰায় ৫ বজাত শিৱসাগৰ জিলাৰ ডিমৌত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এটি ৬ বছৰীয়া কণমাণি, দুগৰাকী মহিলাসহ ৪জন লোক নিহত হয়। ঘটনা বিৱৰণী মতে, ডিমৌৰ বামুণবাৰীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শিৱসাগৰৰ…
আৰু পঢ়ক...

কাশ্মীৰত শ্বহীদ হোৱা ৪৪ জোৱানলৈ অভূতপূৰ্ব শ্ৰদ্ধাঞ্জলী মহানগৰীত

ডিজিটেল সংবাদ, গুৱাহাটীঃ জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণত শ্বহীদ হোৱা ৪৪ জন চি আৰ পি এফ জোৱানক লৈ এক আৱেগিক পৰিৱেশৰ সৃষ্টি হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো। সন্ধিয়াৰ মমবাতি জ্বলাই শ্বহীদ জোৱানসকলৰ শ্ৰদ্ধাঞ্জলী জনায় মহানগৰবাসীয়ে।…
আৰু পঢ়ক...

নুমলীগড়ত ভয়ংকৰ দুৰ্ঘটনা, নিহত দুই শিশু

নুমলীগড়ত ভয়ংকৰ দুৰ্ঘটনা। ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা। নুমলীগড় বাইপাছৰ সোণাগুৰি টি ফেক্টৰীৰ সন্মুখতে সংঘটিত হয় দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ পৰা বাগৰি পৰিল টাটা ইণ্ডিকা। দুৰ্ঘটনাত থিতাতে নিহত দুটি…
আৰু পঢ়ক...

ৰহাৰ মনিপুৰটুপত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ মনিপুৰটুপত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে বৃহৎ অনিয়ম। বিটুমিনত পানী মিহলাই পথ নিৰ্মাণৰ অভিযোগ স্থানীয় ৰাইজৰ। মৰিগাঁও ৰাজ্যিক পথ সংমণ্ডলৰ অন্তৰ্গত মনিপুৰটুপ ভকতগাঁৱত পি এম জি এছ ৱাই…
আৰু পঢ়ক...