শেহতীয়া খবৰ
গোলাঘাটত আৰক্ষীৰ জালত নিচাযুক্ত সামগ্ৰী সৰবৰাহকাৰী  •  শ্ৰমিকৰ পি এফক লৈ বঞ্চনা, গ্ৰেপ্তাৰ কাছাৰৰ চাহ বাগিচাৰ সহকাৰী প্ৰবন্ধক  •  'পাকিস্তান মূৰ্দাবাদ' শ্ল'গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা...  •  গোলাঘাটত ব্ৰাউন ছুগাৰসহ এজনক আটক  •  'বিজেপি চৰকাৰৰ সুশাসন দেখি বিৰোধী দলবোৰ ঈৰ্ষাত জ্বলি-পুৰি মৰিছে'  •  জামুগুৰিহাটত পত্নীক হত্যা কৰি ঘৰৰ চৌহদত পুতি থোৱা স্বামীক মৰিয়াই মৰিয়াই হত্যা...  •  আইৰ মুখৰ ভাষা  •  ‘প্ৰথম প্ৰধানমন্ত্ৰী চৰ্দাৰ পেটেল হোৱা হ’লে দেশত কাশ্মীৰকলৈ সমস্যা নাথাকিল হেঁতেন’  •  ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ...  •  কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা...

বিধানসভাৰ মজিয়াত কান্দি কান্দি বিধায়কে ক’লেঃ ন্যায় নাপালে মই মৰি যাম…

ডিজিটেল ডেস্কঃ উত্তৰপ্ৰদেশ বিধানসভাত সোমবাৰে সৃষ্টি হ’ল এক নাটকীয় পৰিৱেশ। সমাজবাদী দলৰ এজন বিধায়কে হিয়া ঢুকাৰি কান্দিলে বিধানসভা মজিয়াত। লগতে তেওঁ এই কথা জনালে- যদি উচিত বিচাৰ নাপায়, তেন্তে তেওঁ আত্মহত্যা কৰিব। বিধায়কজনৰ কান্দোন আৰু…
আৰু পঢ়ক...

পুলৱামাৰ সংঘৰ্ষত ডিআইজি সহ কথমপি প্ৰাণৰক্ষা ৰাষ্ট্ৰীয় ৰাইফলছৰ ব্ৰিগেডিয়াৰৰ…

ডিজিটেল ডেস্কঃ পুলৱামাত দেওবাৰৰ সন্ধিয়াৰ পৰা হোৱা নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত হৈছে আন এটা সন্ত্ৰাসবাদী। এই সংঘৰ্ষত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা ৩টালৈ বৃদ্ধি পালে। ইফালে, সন্ত্ৰাস বিৰোধী বিশাল এই অভিযানটোত ৰাষ্ট্ৰীয় ৰাইফলছৰ মেজৰসহ…
আৰু পঢ়ক...

ন্যায় বিচাৰি যমুনামুখত হাতত ম’ম লৈ মৌন সমদল দল-সংগঠনৰ

ডিজিটেল সংবাদ, কামপুৰঃ হাতত ম'ম লৈ দোষীৰ উচিত শাস্তি বিচাৰি হোজাইৰ যমুনামুখত একাংশ ৰাইজ তথা দল-সংগঠনে বাহিৰ কৰে মৌন সমদল। যমুনামুখৰ মাজগাঁৱত শুকুৰবাৰে ঘৰৰ ভিতৰতে ৰহস্যজনক ভাৱে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ৷ মৃতদেহৰ…
আৰু পঢ়ক...

পাকিস্তানত মুক্তি দিয়া নহয় অজয় দেৱগানৰ নতুন ছবি…

ডিজিটেল ডেস্কঃ অভিনেতা অজয় দেৱগানৰ নতুন হিন্দী ছবি ‘টোটেল ধামাল’ মুক্তি নাপায় পাকিস্তানত। ১৮ ফেব্ৰুৱাৰীত দিনৰ প্ৰায় ১২.২০ বজাত অভিনেতাগৰাকীয়ে ঘোষণা কৰে এই কথা। টুইটাৰযোগে অজয় দেৱগানে এই কথা জনায়। ১৪ ফেব্ৰুৱাৰী আৰু ১৮ ফেব্ৰুৱাৰীত পাক…
আৰু পঢ়ক...

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত তুলুঙা মন্তব্য প্ৰাক্তন আছু নেতা, মন্ত্ৰী তপন গগৈৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ সোমবাৰে ওদালগুৰিত কৃষকসকলৰ মাজত কৃষি সা-সজুলি বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তপন কুমাৰ গগৈ। নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ নকৰি কেৱল "ৰাজ্যসভাত বিলখন নাহিল" বুলি…
আৰু পঢ়ক...

পুলৱামা সংঘৰ্ষত গুৰুতৰভাৱে আহত দক্ষিণ কাশ্মীৰ ৰেঞ্জৰ ডিআইজি অমিত কুমাৰ

পুলৱামাত ১৮ ফেব্ৰুৱাৰীত সন্ত্ৰাসবাদী আৰু বিশেষ অভিযানকাৰী গোটৰ মাজত সংঘৰ্ষ। দুই পক্ষৰ সংঘৰ্ষত নিহত হয় এজন মেজৰসহ চাৰিজনকৈ জোৱান। সন্ত্ৰাসবাদীৰ আক্ৰমণত দক্ষিণ কাশ্মীৰ ৰেঞ্জৰ ডি আই জি অমিত কুমাৰ গুৰুতৰভাৱে আহত। আৰক্ষী বিষয়াগৰাকীক…
আৰু পঢ়ক...

পাকিস্তান মূৰ্দাবাদ ধ্বনিৰে উত্তাল ৰৌতা

ডিজিটেল সংবাদ, ওৰাংঃ ১৪ ফেব্ৰুৱাৰীত জম্মু কাশ্মীৰত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ ভয়ানক আক্ৰমণৰ প্ৰতিবাদত সোমবাৰে উত্তাল হ'ল ওৰাঙৰ ৰৌতা। সোমবাৰে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেছনে ৰৌতাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খান…
আৰু পঢ়ক...

চৰাইদেউৰ মথুৰাপুৰত ৫ ঘন্টীয়া বন্ধ ব্যৱসায়ী সন্থাৰ

ডিজিটেল সংবাদ, চৰাইদেউঃ জন্মু-কাশ্মীৰৰ ঘটনাৰ প্ৰতিবাদত সোমবাৰে চৰাইদেউ জিলাৰ মথুৰাপুৰৰ ব্যৱসায় সন্থাই ৫ ঘন্টীয়া বন্ধ পালন কৰে৷ দুপৰীয়া ১ বজাৰ পৰা সন্ধিয়া ৬ বজালৈকে অঞ্চলটোৰ সকলো দোকান-পোহাৰ বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে ব্যৱসায়ীসকলে৷…
আৰু পঢ়ক...

মমতাৰ প্ৰশ্ন- মাৰ্কিন চোৰাংচোৱাৰ সকীয়নিৰ পিছতো কিয় হ’ল পুলৱামা কাণ্ড?

ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সোমবাৰে পুৱলামা বিস্ফোৰণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। পুলৱামা বিস্ফোৰণৰ পূৰ্বে বিজেপিয়ে দেশত সাম্প্ৰদায়িক পৰিস্থিতি সৃষ্টি কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ তোলে মমতা বেনাৰ্জীয়ে। মুখ্যমন্ত্ৰী…
আৰু পঢ়ক...

‘৮৩ৰ নেলীৰ গণহত্যাৰ ভুক্তভোগী পৰিয়ালে আজিও পোৱা নাই ন্যায়

ডিজিটেল সংবাদ, গোৱালপাৰাঃ ১৯৮৩ চনত সংঘটিত নেলীৰ লোমহৰ্ষক গণহত্যাৰ সুদীৰ্ঘ ৩৫টা বছৰ অতিক্ৰম কৰাৰ পিছতো দুৰ্ভগীয়া ভুক্তভোগী পৰিয়ালসকলে আজিও ন্যায় নাপালে। তাৰেই প্ৰতিবাদত সোমবাৰে গোৱালপাৰা জিলা আমছুৱে পালন কৰে ক'লা দিৱস। ভালুকডুবি আঞ্চিলক…
আৰু পঢ়ক...