আপোনাৰ ফেচবুক-টুইটাৰত সোমাবলৈ সাজু চৰকাৰী স্পাই

ডিজিটেল ডেস্কঃ আপোনাৰ ফেচবুক আৰু টুইটাৰত যিকোনো সময়তে সোমাব পাৰে চোৰাংচোৱা। আপুনি কি কৰিছে, আপোনাৰ অজ্ঞাতে আপোনাৰ প্ৰফাইলত প্ৰৱেশ কৰি সেই তথ্য চৰকাৰক যোগান ধৰাৰ বাবে সাজু হৈছিল স্পাই ইউনিট।চৰকাৰে সেই ঠিকা দিব বিচাৰিছিল এই স্পাইগিৰি কৰা…
আৰু পঢ়ক...

 ১৫ আগষ্টত কাৰ কি ছবি আহিব ছবিঘৰলৈ?

ডিজিটেল ডেস্কঃ বিগ বাজেটৰ ছবিসমূহৰ মুক্তিৰ দিন অতি সাৱধানে ঠিক কৰা হয়। প্ৰযোজক-পৰিচালকৰ এটা লক্ষ্য যাতে ছবিখনে লোকচানৰ সন্মুখীন হ’ব লগা নহয়। কিন্তু বহুবাৰেই অংক নিমিলে। একেটা দিনটে ছবিঘৰত মুক্তি পাই কেইবাখনো বিগ বাজেটৰ ছবিয়ে। ঠিক…
আৰু পঢ়ক...

ন’ এণ্ট্ৰি বিজেপি নেতা! ঘৰত মহিলা আছে…, বঙাইগাঁৱত আজৱ প্ৰতিবাদ

ডিজিটেল সংবাদ, অভয়াপুৰীঃ কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোহাঁইৰ যৌন কেলেংকাৰীয়ে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগাই থকাৰ সময়তে বঙাইগাঁও জিলা এন এছ ইউ আই-য়ে সাব্যস্ত কৰিছে আজৱ প্ৰতিবাদ৷ বঙাইগাঁও জিলা এন এছ ইউ আইৰ সভাপতি ছফিকুল ইছলামৰ…
আৰু পঢ়ক...

ফটো তুলিবলৈ লাগে এটা ৱেষ্ট কোটঃ কৰ্মচাৰীৰে ৱেষ্ট কোট পিন্ধি ল’লে ইমৰান খানে…

ডিজিটেল ডেস্কঃ চাৰিদিনৰ পাছতেই অৰ্থাৎ ১৮ আগষ্টত পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী ৰূপে শপত ল’ব ইমৰান খানে। সোমবাৰে ইমৰান খান গৈছিল নেশ্যনেল এছেমব্লিলৈ। পাৰলিয়ামেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ বাবে ফটো উঠাবলৈ গৈছিল ইমৰান খান। ৬৫ বছৰীয়া প্ৰাক্তন…
আৰু পঢ়ক...

পশ্চিম বংগত ‘ভতিজাৰ দুৰ্নীতি’, অমিত শ্বাহলৈ আইনী জাননী

ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহলৈ আইনী জাননী জাৰি কৰিছে মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীয়ে। ৭২ ঘণ্টাৰ ভিতৰত অমিত শ্বাহে ৰাজহুৱাকৈ ক্ষমা নুখুজিলে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব বুলি জাননীখনত সতৰ্ক কৰি দিছে।…
আৰু পঢ়ক...

স্বাধীনতা দিৱসক লৈ সষ্টম নগাঁও আৰক্ষী

ডিজিটেল সংবাদ, নগাঁওঃ স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাতো গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত কূটাঘাতকাৰীয়ে যাতে  কোনো ধৰণৰ কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি বিশেষ…
আৰু পঢ়ক...

২০১৯ৰ লোকসভা নিৰ্বাচনৰ পাছতেই সমগ্ৰ দেশতে হ’ব এন আৰ চি!

ডিজিটেল ডেস্কঃ অসমত প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতেই বিজেপিৰ এজন জ্যেষ্ঠ নেতাই ঘোষণা কৰিছে- ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পাছতেই সমগ্ৰ দেশতেই প্ৰস্তুত হ’ব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। অবৈধ বাংলাদেশী নাগৰিক এতিয়া…
আৰু পঢ়ক...

চিচি টিভিত বন্দী ওমৰ খালিদৰ আক্ৰমণকাৰী!

ডিজিটেল ডেস্কঃ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ওমৰ খালিদক সোমবাৰে কনষ্টিটিউশ্যন ক্লাৱৰ সন্মুখত আক্ৰমণ কৰা দুৰ্বৃত্তৰ চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰিছে আৰক্ষীয়ে। খালিদে এই ঘটনাৰ পিছত আৰক্ষীক জনাইছিল যে, দুপৰীয়া ২.৩০ বজাত তেতিয়া খালিদ এখন…
আৰু পঢ়ক...

নগাঁৱত স্বামীৰ আক্ৰমণৰ লক্ষ্য হ’ল পত্নী

ডিজিটেল সংবাদ, জুৰীয়াঃ নগাঁৱৰ জুৰীয়াত সোমবাৰে নিশা স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এগৰাকী মহিলা। পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হয়। চোকা অস্ত্ৰৰে স্বামীয়ে আক্ৰমণ কৰা মহিলাগৰাকীৰ নাম মুৰছিদা। বৰ্তমান অতি সংকটজনক অৱ্স্থাত…
আৰু পঢ়ক...

২০১৯ৰ এপ্ৰিল-মে’ত দেশৰ সাধাৰণ নিৰ্বাচন! প্ৰস্তুতিত ব্যস্ত নিৰ্বাচন আয়োগ

ডিজিটেল ডেস্কঃ ‘এক দেশ, এক নিৰ্বাচন’ সম্ভৱ নহ’ব ২০১৯ত। ল' কমিশ্যনে দেশৰ  লোকসভা নিৰ্বাচন আৰু ৰাজ্যসমূহৰ বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ প্ৰস্তাৱৰ সন্দৰ্ভত আইনগত তথা অন্যান্য দিশসমূহ চিন্তা চৰ্চা কৰি আছে যদিও নিৰ্বাচন আয়োগে লোকসভা…
আৰু পঢ়ক...