শেহতীয়া খবৰ
ৰাজ্যত হ'ব আৰু ৩ খন মেডিকেল কলেজৰ আধাৰশিলা  •  শিশু হত্যাকাৰী মংগল পাইকৰ শাস্তিৰ দাবীত বিশ্বনাথত উত্তাল প্ৰতিবাদ  •  ৰিপুণ বৰাৰ বিৰুদ্ধে ঢেকীয়াজুলিত তিনি সংখ্যালঘু সংগঠনৰ প্ৰতিবাদ  •  ২ লাখ ৬২ হাজাৰ কৃষকৰ ঋণ ৰেহাই দিব অসম চৰকাৰে!  •  মৃত্যুক পাহৰি ৫ বছৰীয়া চল’মনে কেনেকৈ জিনিছে জীৱন, চাওক ভিডিঅ’  •  ‘আমাৰ সৈতে যুঁজিবলৈ কংগ্ৰেছৰ যোগ্য প্ৰতিদ্বন্দী নাই, ২০১৯ত আমাৰ জয় নিশ্চিত’  •  কোচবিহাৰত বিদ্যালয়ৰ ভিতৰত দুৰ্বৃত্তৰ গুলীচালনা, আহত ২ শিক্ষক  •  ফেছবুকত প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক প্ৰশ্ন, এন এছ এৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ সাংবাদিকক  •  বিহালীৰ চেনিমাৰীত বন্যহস্তীৰ তাণ্ডৱ, পাঁচটাকৈ গৃহ লণ্ডভণ্ড কৰি ওৰে নিশা চলালে সন্ত্ৰাস  •  ৰাজীৱ ভৱন ঘেৰাও কৰি শাসকীয় বিজেপিৰ প্ৰতিবাদ

হাইলাকান্দিত অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, কোনে পালে কিমান আসন?

হাইলাকান্দিত অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। শনিবাৰে ভোট গণনাৰ অন্তত ঘাৰমুৰা জামিৰা জিলা পৰিষদৰ পৰা জয়লাভ কৰিলে এ আই ইউ ডি এফ প্ৰাৰ্থী সালেহ আহমেদ মজুমদাৰে। আনহাতে, দাৰিয়াৰঘাট কাৰিছেৰা পঞ্চায়তৰ সভাপতি পদত জয়লাভ নিৰ্দলীয়…
আৰু পঢ়ক...

গোলাঘাটত দিন দুপৰতে দুৰ্বৃত্তই কাঢ়ি নিলে দুই লক্ষ টকা

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চুৰিকাণ্ডৰ ঘটনা৷ শনিবাৰে গোলাঘাট ষ্টেট বেংকৰ সন্মুখৰ পৰা দুই হেলমেট পৰিহিত বাইক আৰোহীয়ে গোলাঘাটৰ মোস্তাফা হুছেইন নামৰ এজন ঠিকাদাৰৰ কৰ্মচাৰীৰ পৰা বেংকৰ পৰা উলিয়াই নিয়া দুই লক্ষ…
আৰু পঢ়ক...

মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্ত তথা মেঘালয়ৰ উত্তৰ গাৰো পাহাৰ জিলাৰ মানিকগঞ্জত শনিবাৰে চিবিএছই পাঠ্যক্ৰমৰ এখন নতুন বিদ্যালয় 'নৰ্থ ইষ্ট নেচনেল একাডেমী'ৰ শুভ উদ্ধোধন কৰা হয়৷ বিদ্যালয়খনৰ আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন…
আৰু পঢ়ক...

নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী

ডিজিটেল সংবাদ, নগাঁওঃ শনিবাৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা সন্ধানহীন হ’ল ৰোগী। চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা পুহিৰাম শইকীয়া নামৰ ৰোগীজন আজি পুৱা চিকিৎসালয়খনৰ পৰাই সন্ধানহীন হয়। তাৰপাছতেই ৰোগীজনৰ পৰিয়ালৰ লোক উদ্বিগ্ন হৈ…
আৰু পঢ়ক...

লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক

মৰিগাঁৱৰ লাহৰীঘাটত চোৰাং গঁড় চিকাৰী আটক। আৰক্ষীৰ এটি দলে শনিবাৰে সন্ধিয়া আটক কৰে চোৰাং গঁড় চিকাৰীটোক। ধৃত চোৰাং চিকাৰীটো আফাজুল ইছলাম বুলি চিনাক্ত। লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাসৰ নেতৃত্বত অভিযান চলাইছিল…
আৰু পঢ়ক...

জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ ৰাজ্যখনত ভয়াবহ নিবনুৱা সমস্যাই গা কৰি উঠাৰ পৰিপ্ৰেক্ষিতত একাংশ যুৱকে কৰ্মসংস্থাপনৰ আশাত বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ সময়তে নাৰায়ণপুৰৰ এটা বে-চৰকাৰী সংস্থাৰ এক ব্যতিক্ৰমী পদক্ষেপে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে এদল কৃষকৰ…
আৰু পঢ়ক...

কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী

ডিজিটেল সংবাদ, গৰৈমাৰীঃ শনিবাৰে সন্ধিয়া কামৰূপ জিলাৰ সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত কালাতলীৰ নতুন কাঠমীত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰুতবেগী মটৰ চাইকেল দুখনৰ সংঘৰ্ষৰ ফলত মৃত্যু হয় এজন যুৱকৰ৷ জানিব পৰা মতে, ছয়গাঁৱৰ কালাতলী পথাৰ গাঁৱৰ…
আৰু পঢ়ক...

জম্মু-কাশ্মীৰত নিৰাপত্তাবাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৭ নাগৰিক

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত শনিবাৰে আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা গুলীবৰ্ষণত নিহত হয় ৭জনকৈ নিৰীহ লোক। ইফালে, দুই পক্ষৰ সংৰ্ঘষত এজন জোৱান শ্বহীদ হোৱাৰ বিপৰীতে নিহত হয় ৩টা সন্ত্ৰাসবাদী। আৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি-…
আৰু পঢ়ক...

অৰুণাচলত ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি অনাবৰণ

ডিজিটেল সংবাদ, ইটানগৰঃ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্মস্থান শদিয়াৰ কিছু দুৰত থকা বলুং গাৱত শনিবাৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে যুটীয়াভাৱে সুধাকণ্ঠৰ এটি বিশাল প্ৰতিমূৰ্তি অনাবৰণ কৰে ৷…
আৰু পঢ়ক...

ধূপধৰাত বনৰীয়া হাতীৰ আক্ৰমণত এজন নিহত

ডিজিটেল সংবাদ, ধূপধৰাঃ গোৱালপাৰা জিলাত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস৷ জিলাখনৰ ধূপধৰাৰ জ্যোতিগাঁও ডুমাপাৰাত শনিবাৰে সন্ধিয়া বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হয়৷ জানিব পৰা মতে, বনৰীয়া হাতীয়ে গাঁওখনৰে এজন লোকৰ ঘৰ ভাঙি থৈ যোৱা বাসগৃহটো চাবলৈ…
আৰু পঢ়ক...